• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ এটি জনপ্ৰিয় ভক্তিমূলক চেনেলৰ লিংকত ক্লিক কৰিলেই পৰ্দাত ভাঁহি উঠে পৰ্ণ ছবি, তাৰপিছত…

এন ই নাও নিউজ by এন ই নাও নিউজ
November 13, 2020 3:28 pm
a bhakti watching-porn
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ টেলিভিছন চেনেলত এতিয়া ভক্তিমূলক চেনেলৰ অভাৱ নাই।

তেনে এটা প্ৰসিদ্ধ ভক্তিমূলক চেনেলৰ লিংকত ক্লিক কৰিলেই পৰ্ণগ্ৰাফীৰ ছবি ভাঁহি উঠাৰ কথাই এতিয়া স্তম্ভিত কৰি তুলিছে বহুলোকক।

Apply Now

শেহতীয়াকৈ অন্ধ্ৰপ্ৰদেশৰ এজন লোকে ই-মেইলৰ জৰিয়তে এটা ভক্তিমূলক চেনেলে নিতৌ  পুৱা সম্প্ৰচাৰ  কৰা ভক্তিমূলক অনুষ্ঠান উপভোগ কৰাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিছিল।

কিন্তু পুৱাই যেতিয়া লোক জনে ই-মেইলৰ লিংকত ভক্তিমূলক অনুষ্ঠান চাবলৈ  ক্লিক কৰিলে তেতিয়াই কম্পিউটাৰৰ পৰ্দাত ভাঁহি উঠিল অশ্লীল ছবি।

এই দৃশ্য দেখি মূৰে-কপালে হাত দিলে লোক জনে। দক্ষিণ ভাৰতৰ এই জনপ্ৰিয় ভক্তিমূলক চেনেলটো হৈছে অন্ধ্ৰপ্ৰদেশৰ তিৰুমালা তিৰুপতি মন্দিৰৰ  অধীনস্থ শ্ৰীভেংকটেশ্বৰ ভক্তি চেনেল।

চেনেলটোৱে শেহতীয়াকৈ ই-মেইলৰ জৰিয়তে ‘শতনাম ভবতি’  নামৰ এক অনুষ্ঠানৰ জৰিয়তে ভক্তিমূলক অনুষ্ঠান সম্প্ৰচাৰ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিছে।

সেই মৰ্মে বহুলোকে চেনেলটোৰ উক্ত অনুষ্ঠানৰ বাবে ছাবস্ক্ৰাইবো কৰিছে। কিন্তু অনুষ্ঠানত ভক্তিমূলক গীত-মাতৰ সলনি অশ্লীল ছবিহে পৰিবেশন কৰিবলৈ লৈছে।

এই সন্দৰ্ভত বহু দৰ্শকে চেনেলটোৰ অধ্যক্ষ ৱাই ভি চুব্বা ৰেড্ডীক অভিযোগ দাখিল কৰাত জোলোঙাৰ মেকুৰী ওলাই পৰে।

শ্ৰীভেংকটেশ্বৰ ভক্তি চেনেলৰ যিজন কৰ্মচাৰীয়ে ই-মেইলৰ লিংকত ভক্তিমূলক অনুষ্ঠান সম্প্ৰচাৰ কৰাৰ দায়িত্বত আছিল তেওঁ কামৰ ফাঁকে ফাঁকে পৰ্ণগ্ৰাফী চাই থাকে আৰু সেইবোৰ ডাউনলোড কৰি থয়।

এনেদৰে ভুলতে ভক্তিমূলক গীতৰ সলনি তেওঁ পৰ্ণগ্ৰাফীৰ লিংকহে আপডেট কৰাত ভক্তিমূলক গীতৰ সলনি পৰ্ণগ্ৰাফীহে বিয়পি পৰে।

চেনেল কৰ্তৃপক্ষই ইতিমধ্যে লোক জনক চিনাক্ত কৰি কামৰ পৰা অপসাৰিত কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা বুলি প্ৰকাশ কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

June 24, 2026 12:58 pm
দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

June 24, 2026 12:41 pm
৬৫৭ কোটি টকাৰ বেংক কেলেংকাৰী আৰু ৰাজ্যসভা নিৰ্বাচনৰ বিতৰ্ক: অতি সোনকালেই নিলম্বিত হ’ব আই এ এছ বিষয়া পংকজ আগৰৱালা

৬৫৭ কোটি টকাৰ বেংক কেলেংকাৰী আৰু ৰাজ্যসভা নিৰ্বাচনৰ বিতৰ্ক: অতি সোনকালেই নিলম্বিত হ’ব আই এ এছ বিষয়া পংকজ আগৰৱালা

June 24, 2026 11:40 am
ম্যানমাৰত  ছমাহত ৭০২ জন সাধাৰণ নাগৰিকক হত্যা কৰিলে সেনাই! পোহৰলৈ আহিল ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ প্ৰতিবেদন

ম্যানমাৰত  ছমাহত ৭০২ জন সাধাৰণ নাগৰিকক হত্যা কৰিলে সেনাই! পোহৰলৈ আহিল ৰাষ্ট্ৰসংঘৰ ভয়ংকৰ প্ৰতিবেদন

June 24, 2026 10:40 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

আমেৰিকাত গোচৰ উঠাই লোৱাৰ পূৰ্বে ডনাল্ড ট্ৰাম্পৰ পুত্ৰৰ সৈতে গৌতম আদানিৰ গোপন বৈঠক, শ্বেয়াৰ বজাৰত আদানি গোটৰ উত্থান

June 24, 2026 12:58 pm
দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

দিল্লীৰ পদপথত শুই থকা অৱস্থাত অপহৰণ কৰি নি ১০ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা কেব চালকৰ

June 24, 2026 12:41 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd