• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম বাজেট ২০১৮’ : বিত্তমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উত্থাপন কৰিলে ৰাজ্যৰ প্ৰথমখন ডিজিটেল বাজেট

এন ই নাও নিউজ by এন ই নাও নিউজ
March 12, 2018 1:15 pm
458
VIEWS
Share on FacebookShare on Twitter

অসম বিধানসভাত বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে অসমৰ ২০১৮-১৯ বিত্তীয় বৰ্ষৰ বাজেটখন ডিজিটেল ৰূপত উপস্থাপন কৰিছে। এইবাৰৰ অসমৰ বাজেটখন ছচিয়েল মিডিয়াৰ ফেচবুক, টুইটাৰ আদিৰ যোগেদি ৰাইজে পঢ়িব পাৰিব আৰু লগতে ‘লাইভ’ চাব পাৰিব। ৰাতিপুৱা ১০-৩০ বজাৰ পৰাই বিত্ত মন্ত্ৰালয়ৰ আনুষ্ঠানিক টুইটাৰ যোগে বাজেটৰ আপডেট উপলব্ধ হৈছে।

এইবাৰৰ বাজেটৰ কেইটামান বিশেষ ঘোষণা হ’ল :-

# সংখ্যালঘু সম্প্ৰদায়ৰ সহায়ক হোৱাকৈ মঙলদৈ, হাইলাকান্দি আৰু কৰিমগঞ্জত নতুন মহিলা মহাবিদ্যালয়।

# কামৰূপ, মৰিগাওঁ আৰু ডিমা হাচাওত বিএড কলেজ স্থাপন।

# ডিফু, যোৰহাট আৰু ডিব্ৰুগড়ত আইন মহাবিদ্যালয় স্থাপন।

# তেজপুৰ,শিলচৰ আৰু লখিমপুৰ।

# কোকৰাঝাৰ, তিনিচুকীয়া আৰু নলবাৰীত চিকিৎসা মহাবিদ্যালয়।

# শিক্ষকৰ পৰ্যাপ্ত মাননি নিশ্চিত কৰাৰ বাবে নতুন আইন।

H

# শিক্ষা খণ্ডত বাণিজ্যিকীকৰণ ৰোধ কৰিবলৈ নতুন আইন।

# চিকিৎসা বিভাগত গুণোৎসৱৰ বাবে ৪ কোটি টকা ধাৰ্য।

# পান বজাৰ আৰু উত্তৰ গুৱাহাটীৰ মাজত দলঙৰ বাবে ১৯৫০ কোটি টকা অনুমোদন

# অংগনবাদী আৰু আশা কৰ্মীৰ দৰমহা তথা ভাট্টা বৃদ্ধি।

# সকলো মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ শিক্ষকলৈ ইউ জি চিৰ হাৰত দৰমহা।

# সকলো চৰকাৰী বিভাগে ব্যৱহাৰ কৰিব ছচিয়েল মিডিয়া। ইয়াৰ বাবে ৩ কোটি টকা ধাৰ্য।

# মেগা ষ্টীল চিটিৰ বাবে ১৮ কোটি টকা ধাৰ্য।

# পথ উন্নয়নৰ বাবে ‘অসম মালা’ আঁচনি ঘোষণা।

# টিংখং, মাজুলী আৰু হাজোত নতুন পলিটেকনিক।

# কিশোৰী ছোৱালীৰ বাবে মাহিলি ৫০ টকাৰ জলপানি। বেংক একাউন্টৰ জৰিয়তে দিয়া হ’ব ধন।

# আত্মসমৰ্পনকাৰী বিদ্ৰোহীৰ বাবে স্বাৱলম্বনৰ আঁচনি।

# ৫২ লাখ পৰিয়ালৰ বাবে এল ই ডি বাল্ব আগবঢ়োৱাৰ প্ৰস্তাৱ।

# ১০০ বিদেশী ন্যায়াধীকৰণলৈ ১০ কোটি টকাকৈ আৱন্টন।

# সকলো চহৰতে পিপিপি আঁচনিৰ অধীনত ৰাজহুৱা শৌচাগাৰ নিৰ্মাণ।

# সকলো নগৰ সমিতিলৈ ১০ লাখ টকাকৈ আগবঢ়োৱাৰ প্ৰস্তাৱ।

# দিব্যাংগসকলৰ (বিশেষভাৱে সক্ষম) বাবে আঁচনিৰ ম্যাদ বৃদ্ধি।

# বেংক একাউন্ট থকা সকলো চাহ শ্ৰমিকলৈ বীমাৰ সুবিধা ।

# জ্যেষ্ঠ নাগৰিকলৈ ২৫০ টকাৰ মাহিলি পেন্সন। আঁচনিখনে ১৬ লাখ লোকক সামৰি ল’ব।

 

 

Recent News

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

হাৰ্ট এটেকৰ লক্ষণ, কাৰণ আৰু প্ৰতিৰোধৰ উপায় সন্দৰ্ভত কি কয় চিকিৎসকে?

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

গৰুখুঁটি প্রকল্প আৰু চৰকাৰী ৰাজ সাহায্যৰ নামত অসমত মন্ত্রী-বিধায়কৰ পৰিয়ালৰ চলিছে এক বিশাল চিণ্ডিকেট : ৰাইজৰ দল

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

নিৰপেক্ষ ব্যক্তিৰে গৰুখুঁটি প্ৰকল্পৰ এটা ন্যায়িক তদন্ত কৰিবলৈ চৰকাৰৰ সাহস হ’বনে?

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

অনলাইন জনহিতকৰ পৰ্টেল ‘ASSAM JUSTICE’ মুকলি কংগ্ৰেছৰ : চৰকাৰৰ ব্যৰ্থতাক উদঘাটন কৰাৰ পদক্ষেপ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd