• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৰিগাঁৱত শিশু শ্ৰমিকক গছত বান্ধি প্ৰহাৰ শিক্ষা বিষয়াৰ স্বামীৰ : শাস্তিৰ দাবী স্বেচ্ছাসেৱী সংগঠনৰ

চানু গগৈ by চানু গগৈ
November 22, 2020 7:31 am
index
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মৰিগাঁৱত সংঘটিত হোৱা এক পাশবিক অমানৱীয় তথা ভয়ানক কাণ্ডই জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে লজ্জানত কৰিছে সচেতন মহলক।

যি সময়ত চৰকাৰে শিশুসকলৰ সামগ্ৰিক বিকাশৰ বাবে বিভিন্ন আইন প্ৰনয়ণ কৰাৰ লগতে শিশু শ্ৰমিকক নিয়োগ কৰাটো দণ্ডনীয় অপৰাধ বুলি ঘোষণা কৰিছে সেই সময়ত কাৰ্যতঃ এছাম তথাকথিত ভদ্ৰতাৰ মুখা পিন্ধা লোকে এই আইনক ভেঙুচালি কৰি মানৱ সমাজৰ আগত নিজৰ উলংগ স্বৰূপ পদৰ্শন কৰি আহিছে।

Apply Now

তেনে এক অমানৱীয় হ্নদয় বিদাৰক ঘটনা সংঘটিত হৈছে মৰিগাঁৱৰ এগৰাকী ভদ্ৰলোকৰ ঘৰত।

দুই হাত বান্ধি উপৰ্যপৰি প্ৰহাৰ কৰিছে ঘৰত বন কৰিবলৈ অনা কিশোৰৰ ওপৰত। গছত শিকলিৰে বান্ধি শোধাইছে প্ৰচণ্ড মাৰ-পিট। ঘটনা সংক্ৰান্তত প্ৰাপ্ত তথ্যমতে মৰিগাঁৱৰ এগৰাকী শিক্ষা বিষয়াৰ ঘৰত সংঘটিত হৈছে এই ভয়ানক তথা অ-মানৱীয় কাণ্ড। বিষয়া গৰাকীৰ স্বামীয়ে ১৩ বছৰীয়া শিশুক শিকলিৰে বান্ধি লৈ মাৰপিট কৰা অভিযোগ উঠিছে।

সাংবাদিকৰ গোপন কেমেৰাত বন্দী হৈ ৰৈছে তথাকথিত ভদ্ৰ লোকৰ এই অমানৱীয় দৃশ্যাংশ। মৰিগাঁও নগৰৰ বিহাৰীপট্টিত শিশুটিক হাতত বান্ধি এজোপা বকুল গছৰ তলত উপৰ্যুপৰি প্ৰহাৰ কৰা দৃশ্য বন্দী হৈছে ভিডিঅ’ত।

মৰিগাঁও জিলাৰ ভুৰবন্ধা প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়া নিৰু বৰাৰ স্বামী বীৰেন বৰাই এই অমানবীয় কাৰ্য সংঘটিত কৰিছে বুলি ৰাজহুৱা অভিযোগ উঠিছে।

ধেমাজী জিলাৰ দক্ষিণপুৰৰ এই মিচিং শিশুটিক পঢ়োৱাবৰ বাবে বিগত লক ডাউনৰ সময়তে লৈ অনা হৈছিল। কিন্তু দুৰ্ভাগ্যজনক যে পঢ়াবলৈ অনা ঘৰুৱা কাম কাজত তেঁওলোকে শিশুটিক নিয়োগ কৰাৰ উপৰিও সাধাৰণ কথাতে শিক্ষা বিষয়াগৰাকীৰ স্বামীয়ে পাশৱিকভাৱে শাৰীৰিক নিৰ্যাতন কৰাৰ অভিযোগ উঠিছে।

সম্প্ৰতি গুৰুতৰভাৱে আহত শিশুটিক চিকিৎসাৰ বাবে অঞ্চলটোৰ কেইগৰাকীমান হ্নদয়ৱান লোকে চিকিৎসালয়ত ভৰ্ত্তি কৰিছে। আৰু অভিযুক্ত লোকজনৰ বিৰুদ্ধে মৰিগাঁও সদৰ আৰক্ষী থানাত এক এজাহাৰ দাখিল কৰিছে বুলিও জানিব পৰা গৈছে।

এনে জঘন্য ঘটনা সংঘটিত কৰা ঘটনাক জিলাখনৰ বহু কইটা স্বেচ্ছাসেৱী সংগঠনৰ লগতে মৰিগঞা ৰাইজেও তীব্ৰ ভাষাৰে গৰিহণা দিয়াৰ লগতে অভিযুক্তকাৰীক নজিৰবিহীন শাস্তি প্ৰদান কৰিবলৈ জিলা প্ৰশাসনক দাবী জনাইছে।

স্নতৰ্ব্য যে ১৩ বছৰীয়া এগৰাকী শিশুক পঢ়াবলৈ আনি ঘৰুৱা বন কৰা শ্ৰমিক হিচাপে এনেদৰে নিয়োজিত কৰি শাৰিৰীক অত্যাচাৰ চলোৱা শিক্ষিত লোকসকলৰ বিৰুদ্ধে মৰিগাঁও জিলা আৰক্ষী প্ৰশাসন তথা চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিব সেইয়া সময়তহে লক্ষণীয় হ’ব।

চানু গগৈ

চানু গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

ভুৱা ডিগ্ৰী আৰু জাল প্ৰমাণপত্ৰ, বিহাৰত চাকৰি যাব ৩ হাজাৰতকৈও অধিক শিক্ষকৰ

July 10, 2026 7:41 pm
প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm
ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

ষড়যন্ত্ৰমূলকভাৱে গ্ৰেপ্তাৰ কৰা আদিত্য ৰাভাক বিনাচৰ্তে মুক্তিৰ দাবী

July 10, 2026 8:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd