• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মুম্বাইৰ এগৰাকী চিকিৎসকৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল পৰিচালক, কৰিঅ’গ্ৰাফাৰ প্ৰভু দেৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 22, 2020 2:03 pm
Prabhu-Deva
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ছবি পৰিচালক, কৰিঅ’গ্ৰাফাৰ আৰু অভিনেতা ৪৭ বৰ্ষীয় প্ৰভু দেৱাই মুম্বাইৰ এগৰাকী চিকিৎসকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। এই কথা প্ৰকাশ কৰিছে প্ৰভু দেৱাৰ ভাতৃ ৰাজু চুন্দাৰমনে।

ই-টাইমছ নামৰ এটা সংবাদ প্ৰতিষ্ঠানক দিয়া এক সাক্ষাৎকাৰত ৰাজু চুন্দাৰমনে কয় যে তেওঁৰ ভাতৃ প্ৰভু দেৱাই ইতিমধ্যে ডাঃ হিমানী নামৰ মুম্বাইৰ এগৰাকী চিকিৎসক বিয়া কৰোৱাইছে।

Apply Now

চুন্দাৰমনৰ উদ্ধৃতিৰে সংবাদ প্ৰতিষ্ঠানটোৱে কয় যে ল’কডাউনৰ সময়ত অৰ্থাৎ যোৱা মে’ মাহতে প্ৰভু দেৱা আৰু ডাঃ হিমানীয়ে বিবাহপাশত আৱদ্ধ হৈছে।

দুয়ো বিবাহপাশত আৱদ্ধ হোৱাৰ পূৰ্বে দুমাহ লিভ-ইন ৰিলেশ্যনশ্বীপতো আছিল বুলি সদৰী কৰিছে প্ৰভু দেৱাৰ ভাতৃ চুন্দাৰমনে।

প্ৰভু দেৱাই ডাঃ হিমানী তত্বাৱধনাত চিকিৎসা গ্ৰহণ কৰি আহিছিল আৰু সেইদৰেই তেওঁলোক দুয়ো প্ৰেমাপাশত বন্দী হৈছিল বুলি প্ৰকাশ কৰিছে তেওঁ।

১৯৯৫ চনত ৰামলাথক বিবাহ কৰোৱা প্ৰভু দেৱা দুই সন্তানৰ পিতৃ। ২০১১ চনত ৰামলাথৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত প্ৰভু দেৱাই দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী নয়নতৰাৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খাইছিল।

আনকি তেওঁলোকে বিবাহপাশত আৱদ্ধ হোৱা বুলিও সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল। পিছলৈ নয়নতৰাই পৰিচালক ভিগনেশ শিৱমৰ সৈতে সম্পৰ্কত থকাৰ কথা ৰাজহুৱা কৰে।

উল্লেখ্য যে দক্ষিণৰ চুপাৰষ্টাৰ প্ৰভু দেৱাই বলিউদৰ কেবাখনো জনপ্ৰিয় ছবি পৰিচালনা কৰিলেও তেওঁ কৰিঅ’গ্ৰাফাৰ হিচাপে দেশজুৰি খ্যাতি লাভ কৰে। আনকি তেওঁ কেবাখনো ছবিতো অভিনয়ো কৰিছিল।

মুকাৱালা, উৰ্ৱশী উৰ্ৱশী আৰু কেই চেৰা চেৰা আদি গানৰ কৰিঅ’গ্ৰাফ কৰি দেশজুৰি বিখ্যাত হোৱাৰ লগতে প্ৰভু দেৱাই বলিউদৰ জনপ্ৰিয় ছবি ৱানটেড, ৰাওডি ৰাথোৰ, আৰ ৰাজকুমাৰ, একশ্যন জেকশ্যন আৰু দিবাং-৩ আদি ছবি পৰিচালনা কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সন্তান জন্মৰ পাছতেই পোহৰলৈ আহিল স্বামীৰ আচৰিত পৰিচয়! স্বামী সমকামী বুলি জানি পত্নীয়ে কি কৰিলে?

সন্তান জন্মৰ পাছতেই পোহৰলৈ আহিল স্বামীৰ আচৰিত পৰিচয়! স্বামী সমকামী বুলি জানি পত্নীয়ে কি কৰিলে?

July 3, 2026 3:12 pm
মুখ্যমন্ত্ৰী বিজয়ৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল ডি এম কেৰ বিধায়ক ৰাধাকৃষ্ণণ

মুখ্যমন্ত্ৰী বিজয়ৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল ডি এম কেৰ বিধায়ক ৰাধাকৃষ্ণণ

July 3, 2026 3:05 pm
নিষ্ক্ৰিয় হৈ থকা ৩১ লাখ ই পি এফ একাউণ্টত আৱদ্ধ ৯,৩৩০ কোটি টকা, নিৰ্মাণ কৰিব পাৰি ৩ খনকৈ নতুন আইআইটি

নিষ্ক্ৰিয় হৈ থকা ৩১ লাখ ই পি এফ একাউণ্টত আৱদ্ধ ৯,৩৩০ কোটি টকা, নিৰ্মাণ কৰিব পাৰি ৩ খনকৈ নতুন আইআইটি

July 3, 2026 2:55 pm
ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

ইজৰাইলী বাহিনীৰ আক্ৰমণত নিহত পেলেষ্টাইনী ফুটবল দলৰ গ’লৰক্ষক চেলিম আল-আছকাৰ

July 3, 2026 1:28 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্তান জন্মৰ পাছতেই পোহৰলৈ আহিল স্বামীৰ আচৰিত পৰিচয়! স্বামী সমকামী বুলি জানি পত্নীয়ে কি কৰিলে?

সন্তান জন্মৰ পাছতেই পোহৰলৈ আহিল স্বামীৰ আচৰিত পৰিচয়! স্বামী সমকামী বুলি জানি পত্নীয়ে কি কৰিলে?

July 3, 2026 3:12 pm
মুখ্যমন্ত্ৰী বিজয়ৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল ডি এম কেৰ বিধায়ক ৰাধাকৃষ্ণণ

মুখ্যমন্ত্ৰী বিজয়ৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰি গ্ৰেপ্তাৰ হ’ল ডি এম কেৰ বিধায়ক ৰাধাকৃষ্ণণ

July 3, 2026 3:05 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd