• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মুম্বাইৰ এগৰাকী চিকিৎসকৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল পৰিচালক, কৰিঅ’গ্ৰাফাৰ প্ৰভু দেৱা

এন ই নাও নিউজ by এন ই নাও নিউজ
November 22, 2020 2:03 pm
Prabhu-Deva
43.2k
VIEWS
Share on FacebookShare on Twitter

ছবি পৰিচালক, কৰিঅ’গ্ৰাফাৰ আৰু অভিনেতা ৪৭ বৰ্ষীয় প্ৰভু দেৱাই মুম্বাইৰ এগৰাকী চিকিৎসকৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে। এই কথা প্ৰকাশ কৰিছে প্ৰভু দেৱাৰ ভাতৃ ৰাজু চুন্দাৰমনে।

ই-টাইমছ নামৰ এটা সংবাদ প্ৰতিষ্ঠানক দিয়া এক সাক্ষাৎকাৰত ৰাজু চুন্দাৰমনে কয় যে তেওঁৰ ভাতৃ প্ৰভু দেৱাই ইতিমধ্যে ডাঃ হিমানী নামৰ মুম্বাইৰ এগৰাকী চিকিৎসক বিয়া কৰোৱাইছে।

চুন্দাৰমনৰ উদ্ধৃতিৰে সংবাদ প্ৰতিষ্ঠানটোৱে কয় যে ল’কডাউনৰ সময়ত অৰ্থাৎ যোৱা মে’ মাহতে প্ৰভু দেৱা আৰু ডাঃ হিমানীয়ে বিবাহপাশত আৱদ্ধ হৈছে।

দুয়ো বিবাহপাশত আৱদ্ধ হোৱাৰ পূৰ্বে দুমাহ লিভ-ইন ৰিলেশ্যনশ্বীপতো আছিল বুলি সদৰী কৰিছে প্ৰভু দেৱাৰ ভাতৃ চুন্দাৰমনে।

প্ৰভু দেৱাই ডাঃ হিমানী তত্বাৱধনাত চিকিৎসা গ্ৰহণ কৰি আহিছিল আৰু সেইদৰেই তেওঁলোক দুয়ো প্ৰেমাপাশত বন্দী হৈছিল বুলি প্ৰকাশ কৰিছে তেওঁ।

১৯৯৫ চনত ৰামলাথক বিবাহ কৰোৱা প্ৰভু দেৱা দুই সন্তানৰ পিতৃ। ২০১১ চনত ৰামলাথৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পিছত প্ৰভু দেৱাই দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী নয়নতৰাৰ সৈতে প্ৰেমৰ সম্পৰ্কত বান্ধ খাইছিল।

আনকি তেওঁলোকে বিবাহপাশত আৱদ্ধ হোৱা বুলিও সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল। পিছলৈ নয়নতৰাই পৰিচালক ভিগনেশ শিৱমৰ সৈতে সম্পৰ্কত থকাৰ কথা ৰাজহুৱা কৰে।

উল্লেখ্য যে দক্ষিণৰ চুপাৰষ্টাৰ প্ৰভু দেৱাই বলিউদৰ কেবাখনো জনপ্ৰিয় ছবি পৰিচালনা কৰিলেও তেওঁ কৰিঅ’গ্ৰাফাৰ হিচাপে দেশজুৰি খ্যাতি লাভ কৰে। আনকি তেওঁ কেবাখনো ছবিতো অভিনয়ো কৰিছিল।

মুকাৱালা, উৰ্ৱশী উৰ্ৱশী আৰু কেই চেৰা চেৰা আদি গানৰ কৰিঅ’গ্ৰাফ কৰি দেশজুৰি বিখ্যাত হোৱাৰ লগতে প্ৰভু দেৱাই বলিউদৰ জনপ্ৰিয় ছবি ৱানটেড, ৰাওডি ৰাথোৰ, আৰ ৰাজকুমাৰ, একশ্যন জেকশ্যন আৰু দিবাং-৩ আদি ছবি পৰিচালনা কৰিছে।

Recent News

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

‘জেলী’ৰ দৰে পদাৰ্থই শুহি ল’ব পৰিৱেশত থকা সকলো কাৰ্বন ডাই অক্সাইড! বিজ্ঞানীৰ আচৰিত আৱিষ্কাৰ

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

মহিলা অবিহনে পুৰুষে জন্ম দিব সন্তান! সফল পৰীক্ষা এন্দুৰত, মানুহৰ ক্ষেত্ৰটো সম্ভৱ হ’ব পাৰে ভৱিষ্যতে?

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

শীৰ্ষ বিষয়াক অ’ফিচৰ পৰা টানি উলিয়াই আনি চৰম শাৰীৰিক নিৰ্যাতন বিজেপি কৰ্মীৰ; স্তম্ভিত সকলো

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

এক কৰুণ কাহিনী! পৰিয়ালৰ সকলো সদস্যক হেৰুৱাই মানসিক ভাবে ভাগি পৰা অনুপক তিনি বছৰৰ পিছত সংকটজনক অৱস্থাত উদ্ধাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd