• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ধৰ্ষণৰ বিৰুদ্ধে কঠোৰ হ’ব এখন দেশ : ৰাসায়নিক প্ৰক্ৰিয়াৰে কৰা হ’ব ধৰ্ষণকাৰীৰ লিংগচ্ছেদ!

এন ই নাও নিউজ by এন ই নাও নিউজ
November 25, 2020 3:27 pm
chemical.jpg1
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰমবৰ্ধমান ধৰ্ষণে অস্থিৰ কৰিছে দেশখনৰ চৰকাৰক। ধৰ্ষণৰ বিৰুদ্ধে লোৱা কঠোৰ পদক্ষেপেও নাৰী ধৰ্ষণ কাণ্ড ৰোধ কৰিবলৈ সক্ষম হোৱা নাই দেশখনৰ চৰকাৰে।

এইবাৰ এই দেশখনে ধৰ্ষণ ৰোধৰ বাবে ধৰ্ষণকাৰীৰ বিৰুদ্ধে বলৱৎ কৰিবলৈ আগবাঢ়িছে এক নতুন আইন।

Apply Now

এই আইনৰ যোগেদি ধৰ্ষণকাৰীক কাৰাবাস দি শাস্তি দিয়া নহ’ব। শাস্তি চিহাপে কৰা হ’ব ধৰ্ষণকাৰীৰ লিংগচ্ছেদ।

ধৰ্ষণকাৰীৰ লিংগছেদনৰ দৰে অভূতপূৰ্ব শাস্তিৰ বলৱৎ কৰিবলৈ আইন প্ৰস্তুতৰ বাবে সাজু হোৱা দেশখন হৈছে পাকিস্তান।

পাকিস্তানৰ ইমৰাণ খানৰ চৰকাৰখনে দেশখনত এই নতুন আইন প্ৰণয়নৰ বাবে ইতিমধ্যে এখোজ আগবাঢ়িছে।

মংগলবাৰে পাকিস্তানৰ ইমৰাণ খানৰ মন্ত্ৰী সভাই ধৰ্ষণ ৰোধৰ বাবে ৰাসায়নিক উপায়েৰে ধৰ্ষণকাৰীৰ লিংগচ্ছেদ কৰাৰ আইনত অনুমোদন জনাইছে।

এক বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইমৰাণ খানৰ মন্ত্ৰী সভাৰ অনেক মন্ত্ৰীয়ে ধৰ্ষণকাৰীৰ মৃত্যুদণ্ডৰো পোষকতা কৰিছিল।

আনহাতে দেশখনৰ ধৰ্ষণকাৰীৰ লিংগছেদন বিলখন অতি শীঘ্ৰেই দেশৰ সংসদত উত্থাপন কৰা হ’ব বুলি দেশখনৰ আইনসভাৰ সদস্য জাভেদ খানে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

অৱশ্যে এই সম্পৰ্কীয় চৰকাৰী ঘোষণা এতিয়াও কৰা হোৱা নাই।

ইফালে দেশখনৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে এই বিষয়টোক অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাতো চৰকাৰৰ প্ৰধান কৰ্তব্য বুলি প্ৰকাশ কৰিছে।

এই বিলখন অতি শীঘ্ৰেই সংসদত উত্থাপন কৰি আইনলৈ পৰিণত কৰি দেশখনত বলৱৎ কৰা হ’ব বুলিও প্ৰধানমন্ত্ৰী ইমৰাণ খানে মন্তব্য কৰে।

উল্লেখ্য যে ২০১৮ চনৰ জানুৱাৰী মাহত পাকিস্তানৰ লোহাৰত এগৰাকী শিশুকন্যাক ধর্ষণ কৰি হত্যা কৰাৰ পিছৰে পৰা দেশখনত ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন হৈ আহিছে।

২০২০ চনতো পাকিস্তানৰ ৰাৱালপিণ্ডিত এগৰাকী যুৱতীক গণধৰ্ষণৰ পিছত তিনি যুৱকে নগ্ন কৰি ৰাস্তাপথত খোজকঢ়াই নিছিল। এই জঘন্য কাণ্ডৰ পিছত ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন বলৱৎ কৰাৰ দাবী পাকিস্তানৰ সৰ্বত্ৰে উত্থাপন হয়।

পাকিস্তান চৰকাৰে এই দাবীৰ ফলতে দেশখনত ধৰ্ষণকাৰী লিংগচ্ছেদ আইন প্ৰণয়নৰ বাবে পদক্ষেপ লোৱা বুলি ধাৰণা কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm
কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

কেতন আগৰৱালা হত্যাকাণ্ড: অভিযুক্ত ছিয়া আৰু চেতনক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ

July 3, 2026 7:15 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd