• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 26, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

ধৰ্ষণৰ বিৰুদ্ধে কঠোৰ হ’ব এখন দেশ : ৰাসায়নিক প্ৰক্ৰিয়াৰে কৰা হ’ব ধৰ্ষণকাৰীৰ লিংগচ্ছেদ!

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 25, 2020 3:34 pm

2 min read

chemical.jpg1
327
VIEWS
Share on FacebookShare on Twitter

ক্ৰমবৰ্ধমান ধৰ্ষণে অস্থিৰ কৰিছে দেশখনৰ চৰকাৰক। ধৰ্ষণৰ বিৰুদ্ধে লোৱা কঠোৰ পদক্ষেপেও নাৰী ধৰ্ষণ কাণ্ড ৰোধ কৰিবলৈ সক্ষম হোৱা নাই দেশখনৰ চৰকাৰে।

এইবাৰ এই দেশখনে ধৰ্ষণ ৰোধৰ বাবে ধৰ্ষণকাৰীৰ বিৰুদ্ধে বলৱৎ কৰিবলৈ আগবাঢ়িছে এক নতুন আইন।

এই আইনৰ যোগেদি ধৰ্ষণকাৰীক কাৰাবাস দি শাস্তি দিয়া নহ’ব। শাস্তি চিহাপে কৰা হ’ব ধৰ্ষণকাৰীৰ লিংগচ্ছেদ।

ধৰ্ষণকাৰীৰ লিংগছেদনৰ দৰে অভূতপূৰ্ব শাস্তিৰ বলৱৎ কৰিবলৈ আইন প্ৰস্তুতৰ বাবে সাজু হোৱা দেশখন হৈছে পাকিস্তান।

পাকিস্তানৰ ইমৰাণ খানৰ চৰকাৰখনে দেশখনত এই নতুন আইন প্ৰণয়নৰ বাবে ইতিমধ্যে এখোজ আগবাঢ়িছে।

মংগলবাৰে পাকিস্তানৰ ইমৰাণ খানৰ মন্ত্ৰী সভাই ধৰ্ষণ ৰোধৰ বাবে ৰাসায়নিক উপায়েৰে ধৰ্ষণকাৰীৰ লিংগচ্ছেদ কৰাৰ আইনত অনুমোদন জনাইছে।

এক বিশেষ সূত্ৰই প্ৰকাশ কৰা অনুসৰি ইমৰাণ খানৰ মন্ত্ৰী সভাৰ অনেক মন্ত্ৰীয়ে ধৰ্ষণকাৰীৰ মৃত্যুদণ্ডৰো পোষকতা কৰিছিল।

আনহাতে দেশখনৰ ধৰ্ষণকাৰীৰ লিংগছেদন বিলখন অতি শীঘ্ৰেই দেশৰ সংসদত উত্থাপন কৰা হ’ব বুলি দেশখনৰ আইনসভাৰ সদস্য জাভেদ খানে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে।

অৱশ্যে এই সম্পৰ্কীয় চৰকাৰী ঘোষণা এতিয়াও কৰা হোৱা নাই।

ইফালে দেশখনৰ প্ৰধানমন্ত্ৰী ইমৰাণ খানে এই বিষয়টোক অতি গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি নাগৰিকৰ সুৰক্ষা নিশ্চিত কৰাতো চৰকাৰৰ প্ৰধান কৰ্তব্য বুলি প্ৰকাশ কৰিছে।

এই বিলখন অতি শীঘ্ৰেই সংসদত উত্থাপন কৰি আইনলৈ পৰিণত কৰি দেশখনত বলৱৎ কৰা হ’ব বুলিও প্ৰধানমন্ত্ৰী ইমৰাণ খানে মন্তব্য কৰে।

উল্লেখ্য যে ২০১৮ চনৰ জানুৱাৰী মাহত পাকিস্তানৰ লোহাৰত এগৰাকী শিশুকন্যাক ধর্ষণ কৰি হত্যা কৰাৰ পিছৰে পৰা দেশখনত ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ শাস্তি প্ৰদানৰ দাবী উত্থাপন হৈ আহিছে।

২০২০ চনতো পাকিস্তানৰ ৰাৱালপিণ্ডিত এগৰাকী যুৱতীক গণধৰ্ষণৰ পিছত তিনি যুৱকে নগ্ন কৰি ৰাস্তাপথত খোজকঢ়াই নিছিল। এই জঘন্য কাণ্ডৰ পিছত ধৰ্ষণকাৰীৰ বিৰুদ্ধে কঠোৰ আইন বলৱৎ কৰাৰ দাবী পাকিস্তানৰ সৰ্বত্ৰে উত্থাপন হয়।

পাকিস্তান চৰকাৰে এই দাবীৰ ফলতে দেশখনত ধৰ্ষণকাৰী লিংগচ্ছেদ আইন প্ৰণয়নৰ বাবে পদক্ষেপ লোৱা বুলি ধাৰণা কৰা হৈছে।

Recent News

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

কোকিলা গাঁও পঞ্চায়তৰ সভাপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

Bokakhat republic day

ৰাষ্ট্ৰৰ লগতে বোকাখাততো ৭২ সংখ্যক গণৰাজ্য দিৱস উদযাপন; বিভিন্ন জনক সম্বৰ্ধনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

বেৰিকেড ভাঙি দিল্লীত প্ৰৱেশ কৃষকৰ, প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ কন্দুৱা গেছ, লাঠীচালনা

Republic day parade in delhi

গণৰাজ্য দিৱসত দিল্লীৰ ৰাজপথত ব্ৰাহ্মছ-তেজস, আকাশ মাৰ্গত ৰাফেলৰ শক্তি প্ৰদৰ্শন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd