• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘বিজেপিয়ে অসমৰ সম্পদসমূহৰ যধেমধে ব্যক্তিগতকৰণ কৰা বন্ধ কৰক’; এলডিপি, অসম

এন ই নাও নিউজ by এন ই নাও নিউজ
November 25, 2020 9:10 pm
GAsOemEf
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লিবাৰেল ডেমক্রেতিক পাৰ্টি, অসমে ৰাজ্যখনৰ সম্পদ সমূহৰ ব্যক্তিগতকৰণ অসম চৰকাৰে দিয়া সমৰ্থক তীব্ৰ ভাষাৰে সমালোচনা কৰে।

এল. ডি. পিৰ ৰাজ্যিক অধ্যক্ষ শ্ৰী হলিৰাম টেৰাঙে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত কয় যে কেন্দ্ৰৰ বিজেপি চৰকাৰে দেশৰ সম্পদসমূহ এফালৰ পৰা ব্যক্তিগত ব্যৱসায়িক গোষ্ঠীৰ হাতত গতাই আছে আৰু দুৰ্ভাগ্যজনক কথা যে ৰাজ্যৰ চৰকাৰখনে কাঠৰ পুতলাৰ দৰে সমৰ্থন কৰি আহিছে।

Apply Now

অলপতে কেবিনেটত গুৱাহাটী, তিৰুৱানন্তপুৰম আৰু জয়পুৰৰ বিমানবন্দৰ কেইটা ব্যক্তিগত খণ্ডৰ হাতত গতাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেন্দ্ৰ চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে কেৰেলা চৰকাৰে হাইকৰ্টৰ দৰাস্থ হৈছে কিন্তু অসম চৰকাৰৰ কোনো মন্ত্রী অথবা ৰাজ্যিক বিজেপিৰ নেতৃবৰ্গই এই সিদ্ধান্তৰ বিৰুদ্ধে একো নক’লে বুলি কয় টেৰাঙে।

টেৰাঙে বিবৃতিটোত লগতে কয় যে ২০১৬ চনত সোণোৱাল চৰকাৰে বাৰখন তৈল ক্ষেত্র ব্যক্তিগতখণ্ডৰ হাতত গতাই দিছিল। ১৯৯৮ৰ পৰা ২০১২ লৈ ২৫৭ খন  তৈল ক্ষেত্র ব্যক্তিগত খণ্ডৰ হাতলৈ যায়। অসমৰ ৰাজ্যিক চিৰিয়াখানাও ব্যক্তিগতকৰণৰ খবৰ শুনিব পোৱা গৈছে। বিজেপি কাৰ বিকাশ কৰাত আগ্ৰহী? ৰাজ্যৰ জনতাৰ নে ব্যৱসায়িক গোষ্ঠীৰ? এই প্ৰশ্ন কৰিছে টেৰাঙে।

২৬ নৱেম্বৰ তাৰিখে দেশৰ শীৰ্ষ ১০ টা ট্ৰেড ইউনিয়নে আহ্বান কৰা দেশব্যাপী ধৰ্মঘটক সমৰ্থন জনাই এলডিপিৰ সভাপতি গুণ গগৈয়ে কয়,”আমি ইয়াক সমৰ্থন জনাইছোঁ। চৰকাৰে ‘প্ৰফিট বিফৰ পিপ’ল’ নীতিত কাম কৰি আছে। ব্যক্তিগতকৰণৰ সিদ্ধান্তসমূহ ডাঙৰ কৰ্পৰেচনসমূহৰ স্বাৰ্থলৈ লক্ষ্য ৰাখি লোৱা হৈছে। চৰকাৰে ‘প্ৰ-বিজনেছ’ আৰু ‘প্ৰ-মাৰ্কেট’ -এই দুটাৰ মাজৰ পাৰ্থক্য বুজা উচিত। যেতিয়াই ডাঙৰ কৰ্পৰেচনসমূহৰ স্বাৰ্থ ৰক্ষ্যাৰ্থে প্ৰ-বিজনেছ নীতি লোৱা যায় তেতিয়া ই বেলেগ একো নহয় কিন্তু ক্ৰনি কেপিতেলিজম্ হে মাথোঁ“

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

October 9, 2026 1:50 pm
চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

October 9, 2026 1:32 pm
নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

নানা পাটেকাৰৰ মৃত্যু সন্দেহজনক? কিয় মৰণোত্তৰ পৰীক্ষা কৰা হ’ল? গোৱা আৰক্ষীৰ গোচৰ ৰুজু

October 9, 2026 12:36 pm
দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

দিল্লীৰ প্ৰতিবাদৰ পূৰ্বেই দেশজুৰি আৰক্ষীৰ অভিযান! ৰে’ল-বাছৰ পৰাই আটক প্ৰতিবাদকাৰীক

October 9, 2026 11:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

দিল্লীত ‘হাই এলাৰ্ট’! চিজেপিৰ প্ৰতিবাদৰ পূৰ্বে বাতিল কেইবাখনো ৰে’ল, ৫৭টা মেট্ৰ’ ষ্টেচন বন্ধ

October 9, 2026 1:50 pm
চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

চাৰিটা পৰিচয়, ভুৱা মাটিৰ কাৰবাৰ! আৰক্ষীৰ জালত ‘কাশ্মীৰৰ চাৰ্লছ শোভৰাজ’, কেনেকৈ ধৰা পৰিল?

October 9, 2026 1:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd