• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হ্ৰাস হ’ব পাৰে খোৱা তেলৰ মূল্য, কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰিলে এনে পদক্ষেপ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 28, 2020 12:33 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশত ২০১৯ বৰ্ষৰ দীপাৱলীৰ পৰা ২০২০ বৰ্ষৰ দীপাৱলীলৈ খোৱা তেলৰ দাম প্ৰায় ৪০ শতাংশ বৃদ্ধি পাইছে।

১০০ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে খোৱা তেলৰ দাম ইমান দ্ৰুত গতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

Apply Now

প্ৰথমৰ পৰা ক’ৰ’না আৰু ল’কডাউনৰ সৈতে সংগ্ৰামৰত জনসাধাৰণক খোৱা তেলৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰি পেলাইছে।

অখিল ভাৰতীয় খোৱা তেল ব্যৱসায়ী মহসংঘৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শংকৰ ঠক্কৰে কয় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খোৱা তেলৰ মূল্যবৃদ্ধিৰ প্ৰতি গুৰুত্ব আৰোপ কৰি কেন্দ্ৰ চৰকাৰে পালম তেলৰ আমদানি শুক্ল হ্ৰাস কৰিব লাগে।

পৰৱৰ্তী সময়ত কেন্দ্ৰ চৰকাৰে এই শুক্ল হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে যাৰফলত খোৱা তেলৰ মূল্য প্ৰতি লিটাৰত ৭ টকা হ্ৰাস হোৱা সম্ভাৱনা আছে।

ভাৰতে মূলত ইণ্ডোনেছিয়া আৰু মালেছিয়াৰ পৰা পালম তেল আমদানি কৰি আহিছে।

আনহাতে, কেন্দ্ৰ চৰকাৰে অক্টোবৰ মাহৰ পৰা সৰিয়হৰ তেলৰ সৈতে অন্য তেল ২০ শতাংশ মিশ্ৰণ কৰাৰ যি অনুমতি আছিল সেয়া বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইয়াৰ ফলত সৰিয়হৰ তেল ব্যৱসায়ী সকলে সম্পুৰ্ণ বিশুদ্ধ সৰিয়হৰ তেল বিক্ৰী কৰিব লগীয়া হ’ব আৰু চলিত বৰ্ষত দেশত সৰিয়হৰ খেতিও পূৰ্বৰ তুলনাত বেয়া হৈছে।

চৰকাৰৰ সৰিয়হৰ তেলৰ সৈতে অন্য তেলৰ মিশ্ৰণ বন্ধ কৰাৰ যি সিদ্ধান্ত সেই সিদ্ধান্তৰ ফলত এতিয়া সৰিয়হৰ তেল প্ৰস্তুতকাৰী সংস্থা সমূহৰ খৰচ বৃদ্ধি হৈছে।

দিল্লী উচ্চ ন্যায়ালয়ত চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি দুখন আবেদন দাখিল কৰা হৈছে। ডিচেম্বৰ মাহত ন্যায়ালয়ত ইয়াৰ ওপৰত শুনানি অনুষ্ঠিত কৰিব।

সকলো দিশ পৰ্যালোচনা কৰি চালে চলিত বৰ্ষত সৰিয়হৰ তেলৰ মূল্য হ্ৰাস হোৱাৰ কোনো সম্ভাৱনা নায়।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am
প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

প্ৰতিশোধৰ মেচত ব্যৰ্থ মৰক্কো; এমবাপে-ডেম্বেলেৰ গ’লেৰে ছেমি ফাইনেলত প্ৰৱেশ কৰিলে ফ্ৰান্সে

July 10, 2026 8:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd