• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, January 25, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

হ্ৰাস হ’ব পাৰে খোৱা তেলৰ মূল্য, কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰিলে এনে পদক্ষেপ

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 28, 2020 12:33 pm

2 min read

হ্ৰাস হ’ব পাৰে খোৱা তেলৰ মূল্য, কেন্দ্ৰ চৰকাৰে গ্ৰহণ কৰিলে এনে পদক্ষেপ
746
VIEWS
Share on FacebookShare on Twitter

দেশত ২০১৯ বৰ্ষৰ দীপাৱলীৰ পৰা ২০২০ বৰ্ষৰ দীপাৱলীলৈ খোৱা তেলৰ দাম প্ৰায় ৪০ শতাংশ বৃদ্ধি পাইছে।

১০০ বছৰৰ ভিতৰত প্ৰথমবাৰৰ বাবে খোৱা তেলৰ দাম ইমান দ্ৰুত গতিত বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

প্ৰথমৰ পৰা ক’ৰ’না আৰু ল’কডাউনৰ সৈতে সংগ্ৰামৰত জনসাধাৰণক খোৱা তেলৰ মূল্য বৃদ্ধিয়ে জুৰুলা কৰি পেলাইছে।

অখিল ভাৰতীয় খোৱা তেল ব্যৱসায়ী মহসংঘৰ ৰাষ্ট্ৰীয় অধ্যক্ষ শংকৰ ঠক্কৰে কয় যে আন্তঃৰাষ্ট্ৰীয় বজাৰত খোৱা তেলৰ মূল্যবৃদ্ধিৰ প্ৰতি গুৰুত্ব আৰোপ কৰি কেন্দ্ৰ চৰকাৰে পালম তেলৰ আমদানি শুক্ল হ্ৰাস কৰিব লাগে।

পৰৱৰ্তী সময়ত কেন্দ্ৰ চৰকাৰে এই শুক্ল হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে যাৰফলত খোৱা তেলৰ মূল্য প্ৰতি লিটাৰত ৭ টকা হ্ৰাস হোৱা সম্ভাৱনা আছে।

ভাৰতে মূলত ইণ্ডোনেছিয়া আৰু মালেছিয়াৰ পৰা পালম তেল আমদানি কৰি আহিছে।

আনহাতে, কেন্দ্ৰ চৰকাৰে অক্টোবৰ মাহৰ পৰা সৰিয়হৰ তেলৰ সৈতে অন্য তেল ২০ শতাংশ মিশ্ৰণ কৰাৰ যি অনুমতি আছিল সেয়া বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ইয়াৰ ফলত সৰিয়হৰ তেল ব্যৱসায়ী সকলে সম্পুৰ্ণ বিশুদ্ধ সৰিয়হৰ তেল বিক্ৰী কৰিব লগীয়া হ’ব আৰু চলিত বৰ্ষত দেশত সৰিয়হৰ খেতিও পূৰ্বৰ তুলনাত বেয়া হৈছে।

চৰকাৰৰ সৰিয়হৰ তেলৰ সৈতে অন্য তেলৰ মিশ্ৰণ বন্ধ কৰাৰ যি সিদ্ধান্ত সেই সিদ্ধান্তৰ ফলত এতিয়া সৰিয়হৰ তেল প্ৰস্তুতকাৰী সংস্থা সমূহৰ খৰচ বৃদ্ধি হৈছে।

দিল্লী উচ্চ ন্যায়ালয়ত চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰি দুখন আবেদন দাখিল কৰা হৈছে। ডিচেম্বৰ মাহত ন্যায়ালয়ত ইয়াৰ ওপৰত শুনানি অনুষ্ঠিত কৰিব।

সকলো দিশ পৰ্যালোচনা কৰি চালে চলিত বৰ্ষত সৰিয়হৰ তেলৰ মূল্য হ্ৰাস হোৱাৰ কোনো সম্ভাৱনা নায়।

Recent News

IMG_20210124_113011~2

কাজিৰঙাৰ গঁড়কলৈ ৰচনা কৰা শিশু উপন্যাস অৰণ্য ৰোদন উন্মোচন

WhatsApp Image 2021-01-25 at 8.53.24 AM

নাৰী সুৰক্ষা নিশ্চিত কৰিবলৈ DGPক নিৰ্দেশ দিলে ১দিনৰ মুখ্যমন্ত্ৰী সৃষ্টিয়ে

WhatsApp-Image-2020-06-27-at-3.58.55-PM

শৃংখলা ভংগৰ অভিযোগত নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অ’লিক কমিউনিষ্ট পাৰ্টিৰ পৰা বহিস্কাৰ

Samujjal-750x375

আছুৰ হৈ আনুষ্ঠানিক মন্তব্য কৰিব নোৱাৰিব সমুজ্জ্বল ভট্টাচাৰ্যই; স্পষ্ট কৰি দিলে সম্পাদক শংকৰজ্যোতিয়ে

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd