• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 21, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আধাৰ-পান কাৰ্ডত বানান ভুল আহিছে, কেনেকৈ ঠিক কৰিব? চাওক উপায়

এন ই নাও নিউজ by এন ই নাও নিউজ
November 30, 2020 8:52 am
pan-card-aadhar-link-1549698132-1569504645
1.1k
VIEWS
Share on FacebookShare on Twitter

বৰ্তমান আধাৰকাৰ্ড আৰু পানকাৰ্ড সকলোৰে বাবে এক অত্যন্ত গুৰুত্বপূৰ্ণ নথি।  এই কাৰ্ডত নামত বানান ভুল থাকিলে যথেষ্ট সমস্যাৰ সৃষ্টি হ’ব পাৰে। কিন্তু সহজ কিছুমান পদ্ধতিৰ সহায়ত ইয়াৰ সমাধান পাব পাৰি।

পান বা permanent account number দিয়া হয় আয়কৰ বিভাগৰ পৰা। আনহাতে, আধাৰ নম্বৰ দিয়া হয় UIDAIৰ ফালৰ পৰা।

আধাৰকাৰ্ড বৰ্তমান অত্যন্ত গুৰুত্বপূৰ্ণ। বেংক, টেলিকম সংস্থাৰ পৰা আৰম্ভ কৰি বিভিন্ন কামত ইয়াৰ ব্যৱহাৰ হয়। তদুপৰি, নাগৰিকত্বৰ প্ৰমানপত্ৰ হিচাপেও ইয়াক ব্যৱহাৰ কৰা হয়।

আনহাতে, এই কাৰ্ডৰ সৈতে আন আন পৰিসেৱা অৰ্থাৎ পোন নম্বৰ, বেংকৰ একাউন্ট লিংক কৰাটো বাধ্যতামূলক। অন্যথা গ্ৰাহকসকল অসুবিধাত পৰিব পাৰে বুলি চৰকাৰৰ ফালৰ পৰা জানিবলৈ দিয়া হৈছে।

আধাৰ কাৰ্ডত নামৰ বানান ঠিক কৰিবলৈ গ্ৰাহকসকলে স্থানীয় আধাৰ কেন্দ্ৰলৈ যাব লাগিব। গ্ৰাহকসকলে Aadhar Modification Form সঠিকভাৱে পূৰণ কৰিব লাগিব। ইয়াৰ লগতে সঠিক নামৰ বানানৰ সৈতে প্ৰামান্য নথি দিব লাগিব। ইয়াৰ বাবে গ্ৰাহকে ২৫-৩০টকা খৰচ কৰিব লাগিব।

সেইদৰে পান কাৰ্ডৰ ক্ষেত্ৰত গ্ৰাহকসকলে National Securities Depository Limited Wedsite ত যাব লাগিব। ইয়াত গৈ গ্ৰহাকসকলে Correction in Existing Pan অপশ্যনত ক্লিক কৰিব। সঠিক নামৰ লগতে প্ৰয়োজনীয় নথি দিব লাগিব। তাৰপাছত ছাবমিট কৰিব লাগিব আৰু ইয়াৰ বাবে নিৰ্দিষ্ট ধন আদায় দিব লাগিব।

আবেদনৰ ৪৫দিনৰ ভিতৰত গ্ৰাহকে সঠিক পানকাৰ্ড লাভ কৰিব।

Recent News

মণিপুৰৰ বিএছএফ জোৱানক মৰণোত্তৰভাবে বীৰ চিলাৰায় বঁটা প্ৰদান অসম চৰকাৰৰ

মণিপুৰৰ বিএছএফ জোৱানক মৰণোত্তৰভাবে বীৰ চিলাৰায় বঁটা প্ৰদান অসম চৰকাৰৰ

ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হ’ল গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো প্ৰতিমূৰ্তি

ৰাইজৰ ধনেৰে নিৰ্মাণ কৰা হ’ল গণশিল্পী ৰাজীৱ শদিয়াৰ প্ৰথমটো প্ৰতিমূৰ্তি

গৃহ নিৰ্মাণত সংখ্যালঘুৰ বাবে ১৫ শতাংশ সংৰক্ষণ! কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ সিদ্ধান্তক লৈ তুমুল বিতৰ্ক

গৃহ নিৰ্মাণত সংখ্যালঘুৰ বাবে ১৫ শতাংশ সংৰক্ষণ! কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰৰ সিদ্ধান্তক লৈ তুমুল বিতৰ্ক

বিশ্বৰ এক নম্বৰ খেলুৱৈক পৰাস্ত কৰি বিশ্ব দবাত খলকনি তুলিলে ভাৰতীয় কন্যা দিব্যা দেশমুখে

বিশ্বৰ এক নম্বৰ খেলুৱৈক পৰাস্ত কৰি বিশ্ব দবাত খলকনি তুলিলে ভাৰতীয় কন্যা দিব্যা দেশমুখে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd