• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

লাহৰীঘাটত ভাৰতীয় জনতা পাৰ্টিৰ মৰিগাঁও জিলা সংখ্যালঘু মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা সম্পন্ন

by
November 30, 2020 8:23 pm
index.jpgaa
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক২০২১ৰ বিধান সভা নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাতো শাসক বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত ৰাজনৈতিক তৎপৰতা দেখা গৈছে।

জিলাখনৰ লাহৰীঘাটত আজি শাসকীয় বিজেপি দলৰ মৰিগাঁও জিলা সংখ্যালঘু মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।

Apply Now

মৰিগাঁও জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি ইব্ৰাহীম খলিলৰ সভাপতিত্বত লাহৰীঘাট উন্নয়ন খণ্ডৰ ৰাজহুৱা ভৱনত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাখনত আগন্তুক ২০২১ৰ নিৰ্বাচনত সংখ্যালঘু লোকসকলৰ মাজত ৰণ কৌশল প্ৰস্তুত, সংখ্যালঘু ৰাইজৰ ভূমিকা, সংখ্যালঘু লোকসকলক কি দৰে বিজেপিমুখী কৰি তুলিব পাৰি তাকে ধৰি বহু কেইটা বিষয়ৰ ওপৰত ভাষণ দিয়ে বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ উপ সভাপতি খলিলুৰ ৰহমান, উপ সভাপতি তথা মৰিগাঁও জিলাৰ প্ৰভাৰী ৰাজীৱ আহমেদ, সাধাৰণ সম্পাদক গুলজাৰ হুছেইন, মৰিগাঁও জিলা বিজেপিৰ সভাপতি প্ৰবীণ মেধিকে ধৰি সংখ্যালঘু মৰ্চাৰ কেইবাগৰাকীও নেতাই।

উল্লেখযোগ্য যে আগন্তুক ২০২১ৰ বিধান সভাৰ নিৰ্বাচনত জিলাখনৰ লাহৰীঘাট সমষ্টিৰ পৰা বিজেপিৰ দলক বিপুল ভোট প্ৰদান কৰিবলৈও নেতাকেইগৰাকীয়ে সংখ্যালঘু লোকসকলক আহ্বান জনায়।

সভাখনত ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক মোস্তাক আহমেদ, মৰিগাঁও জিলাৰ সংখ্যালঘু ব’ৰ্ডৰ অধ্যক্ষ মহৰ আলী, বিজেপি নেতা তথা আগন্তুক ২০২১ৰ বিধান সভা নিৰ্বাচনৰ লাহৰীঘাটৰ সম্ভাব্য প্ৰাৰ্থী নুৰুল হুদা, জিলা সংখ্যালঘুৰ বিষয়ববীয়া ছাইফুল ইছলামকে ধৰি বহু কেইগৰাকী ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ সংখ্যালঘু মৰ্চাৰ বিষয়ববীয়া উপস্থিত থাকে।

একেদৰে জিলাখনৰ বিভিন্ন আঞ্চলিকৰ সংখ্যালঘু মৰ্চাৰ সভাপতি, সম্পাদক, উপ সভাপতি আদি বিষয়ববীয়াসকলে সভাখনত অংশগ্ৰ  কৰে।

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

September 22, 2026 11:05 am
উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

September 22, 2026 10:09 am
১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

১৯৭১ৰ সলনি ১৯৭৯ হ’ব বিদেশী চিনাক্তকৰণৰ ভিত্তিবৰ্ষ! খিলঞ্জীয়াৰ নতুন সংজ্ঞাই সলনি কৰিব নেকি অসমৰ জনগাঁথনি?

September 22, 2026 9:23 am
নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ বৰ্জন! ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ টেলিভিছন চেনেলসমূহৰ অভূতপূৰ্ব স্থিতি

নিষেধাজ্ঞাৰ প্ৰত্যুত্তৰ বৰ্জন! ট্ৰাম্পৰ বিৰুদ্ধে আমেৰিকাৰ টেলিভিছন চেনেলসমূহৰ অভূতপূৰ্ব স্থিতি

September 22, 2026 9:06 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

চেটজিপিটিৰ বাবেই সংঘটিত হ’ল নেকি টাম্বলাৰ ৰিজৰ ভয়াবহ গুলীচালনা? আইনী সংকটত অ’পেনএআই

September 22, 2026 11:05 am
উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

উত্তৰ প্ৰদেশক ভাঙি পৃথক ৰাজ্য, বিধানসভা নিৰ্বাচনৰ পূৰ্বে সৰৱ এনডিএৰ মিত্ৰদল; বাৰাণসীক ৰাজধানী কৰাৰ আহ্বান

September 22, 2026 10:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd