• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

লাহৰীঘাটত ভাৰতীয় জনতা পাৰ্টিৰ মৰিগাঁও জিলা সংখ্যালঘু মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা সম্পন্ন

NE NOW NEWS
মৰিগাঁও , November 30, 2020 8:35 pm

2 min read

index.jpgaa
1.7k
VIEWS
Share on FacebookShare on Twitter

আগন্তুক২০২১ৰ বিধান সভা নিৰ্বাচনৰ দিন ক্ৰমাৎ চমু চাপি অহাৰ লগে লগে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে মৰিগাঁও জিলাতো শাসক বিৰোধী ৰাজনৈতিক দলসমূহৰ মাজত ৰাজনৈতিক তৎপৰতা দেখা গৈছে।

জিলাখনৰ লাহৰীঘাটত আজি শাসকীয় বিজেপি দলৰ মৰিগাঁও জিলা সংখ্যালঘু মৰ্চাৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত হয়।

মৰিগাঁও জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি ইব্ৰাহীম খলিলৰ সভাপতিত্বত লাহৰীঘাট উন্নয়ন খণ্ডৰ ৰাজহুৱা ভৱনত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাখনত আগন্তুক ২০২১ৰ নিৰ্বাচনত সংখ্যালঘু লোকসকলৰ মাজত ৰণ কৌশল প্ৰস্তুত, সংখ্যালঘু ৰাইজৰ ভূমিকা, সংখ্যালঘু লোকসকলক কি দৰে বিজেপিমুখী কৰি তুলিব পাৰি তাকে ধৰি বহু কেইটা বিষয়ৰ ওপৰত ভাষণ দিয়ে বিজেপিৰ ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ উপ সভাপতি খলিলুৰ ৰহমান, উপ সভাপতি তথা মৰিগাঁও জিলাৰ প্ৰভাৰী ৰাজীৱ আহমেদ, সাধাৰণ সম্পাদক গুলজাৰ হুছেইন, মৰিগাঁও জিলা বিজেপিৰ সভাপতি প্ৰবীণ মেধিকে ধৰি সংখ্যালঘু মৰ্চাৰ কেইবাগৰাকীও নেতাই।

উল্লেখযোগ্য যে আগন্তুক ২০২১ৰ বিধান সভাৰ নিৰ্বাচনত জিলাখনৰ লাহৰীঘাট সমষ্টিৰ পৰা বিজেপিৰ দলক বিপুল ভোট প্ৰদান কৰিবলৈও নেতাকেইগৰাকীয়ে সংখ্যালঘু লোকসকলক আহ্বান জনায়।

সভাখনত ৰাজ্যিক সংখ্যালঘু মৰ্চাৰ সাধাৰণ সম্পাদক মোস্তাক আহমেদ, মৰিগাঁও জিলাৰ সংখ্যালঘু ব’ৰ্ডৰ অধ্যক্ষ মহৰ আলী, বিজেপি নেতা তথা আগন্তুক ২০২১ৰ বিধান সভা নিৰ্বাচনৰ লাহৰীঘাটৰ সম্ভাব্য প্ৰাৰ্থী নুৰুল হুদা, জিলা সংখ্যালঘুৰ বিষয়ববীয়া ছাইফুল ইছলামকে ধৰি বহু কেইগৰাকী ৰাজ্যিক আৰু জিলা পৰ্যায়ৰ সংখ্যালঘু মৰ্চাৰ বিষয়ববীয়া উপস্থিত থাকে।

একেদৰে জিলাখনৰ বিভিন্ন আঞ্চলিকৰ সংখ্যালঘু মৰ্চাৰ সভাপতি, সম্পাদক, উপ সভাপতি আদি বিষয়ববীয়াসকলে সভাখনত অংশগ্ৰ  কৰে।

Recent News

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

দিল্লীত কৃষকৰ হিংসাত্মক প্ৰতিবাদৰ পাছতে হাৰিয়ানাৰ তিনিখন জিলাত মোবাইল ইণ্টাৰনেট সেৱা কৰ্তন

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd