• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিৱা স্বায়ত্ব শাসিত পৰিষদীয় নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে নগাঁও জিলা প্ৰশাসনে

৩৮ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৮ হাজাৰ ২৪২ জন ভোটাৰে

মুৰলী বৰুৱা by মুৰলী বৰুৱা
December 5, 2020 7:21 pm
a twa
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ১৭ ডিচেম্বৰত অনুষ্ঠিতব্য তিৱা স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে নগাঁও জিলা প্ৰশাসনে।

আজি নগাঁও জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এখন সংবাদ মেলত এই কথা সদৰি কৰে নগাঁও জিলাৰ উপায়ুক্ত কবিথা পদ্মনাভনে।

Apply Now

জিলা উপায়ুক্ত গৰাকীয়ে সদৰি কৰা মতে নগাঁও জিলাত প্ৰশাসনৰ অধীনত ১০ টা তিৱা স্বায়ত্ব শাসিত পৰিষদীয় সমষ্টি আছে। এই সমষ্টি সমূহ হৈছে-বাৰপূজীয়া, টোপাকুচি, জৰাবাৰী, জোঙালবলহু, চহৰী, লুটুমাৰী, কমাৰগাঁও, নামবৰ লালুংগাওঁ আৰু লালুংপাৰ। এই ১০ টা পৰিষদীয় সমষ্টিত ৩৮ জন প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিব।

ইয়াৰ ভিতৰত বিজেপিৰ ১০ জন,।কংগ্ৰেছৰ ১০ জন, অগপৰ ২ জন আৰু অন্যান্য ১৬ জন।ভোটগ্ৰহণৰ বাবে ১০১ টা ভোটগ্ৰহণ কেন্দ্ৰ স্থাপন কৰা হৈছে। এই ভোটগ্ৰহণ কেন্দ্ৰ সমূহৰ ভিতৰত ১৭ টা স্পৰ্শকাতৰ আৰু ৩৩ টা অতি স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰ আছে।

বাৰপূজীয়া, টোপাকুচি, চহৰী, কমাৰগাঁও সমষ্টিত ৩ টা অতি স্পৰ্শকাতৰ,।জৰাবাৰীত ৯ টা অতি স্পৰ্শকাতৰ, জোঙালবলহুত ৫ টা অতি স্পৰ্শকাতৰ, নামবৰ লালুং গাঁৱত এটা অতি স্পৰ্শকাতৰ আৰু ৪ টা স্পৰ্শকাতৰ,।লুটুমাৰীত ৬ টা অতিস্পৰ্শকাতৰ ভোট গ্ৰহণ কেন্দ্ৰ আছে।

উপায়ুক্ত গৰাকীয়ে জনোৱা মতে তিৱা পৰিষদীয় সমষ্টিত ৮ হাজাৰ ২৪২ জন ভোটাৰ আছে। ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৪০৬১৭ জন আৰু মহিলা ভোটাৰৰ সংখ্যা ৩৯৬২৫ গৰাকী।ভোটগ্ৰহণ কেন্দ্ৰৰ বাবে ১৮৭ জন প্ৰিজাইডিং বিষয়া আৰু ৩৯৮ জন পুলিং বিষয়া নিযুক্তি দিয়া হৈছে।

তেওঁলোকক অহা ৭ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰত নগাঁও ছোৱালী মহাবিদ্যালয়, নগাঁও নাট্য মন্দিৰ আৰু আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত প্ৰশিক্ষণ দিয়া হ’ব।নিৰ্বাচনৰ এই সমগ্র প্ৰক্ৰিয়া নিৰীক্ষণৰ বাবে ৩ টা দলক দায়িত্ব দিয়া হৈছে।

এটা কন্ট্ৰল ৰুমৰ নম্বৰ দিয়া হৈছে। এই নম্বৰ হৈছে-০৩৬৭২-২৩৬৮২৭। সংবাদমেলখনত অতিৰিক্ত উপায়ুক্ত হেমন্ত ভূঞা, জয়ন্ত কুমাৰ বৰা, জিলা নিৰ্বাচনী বিষয়া ৰাজ বৰা আদিও উপস্থিত থাকে।

মুৰলী বৰুৱা

মুৰলী বৰুৱা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

প্ৰেমিকৰ সৈতে পলাই যোৱা মহিলাক গছত বান্ধি নিৰ্মম অত্যাচাৰ : দলবদ্ধ ধৰ্ষণৰ অভিযোগত স্বামীসহ ৯ জন গ্ৰেপ্তাৰ

October 7, 2026 9:38 pm
প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

প্ৰেমৰ জালত পেলাই বিয়া, লক্ষাধিক টকা আত্মসাৎ আৰু ধৰ্ম সলনি কৰিবলৈ হেঁচা! কানপুৰৰ এজন যুৱকৰ বৰ্বৰ কাণ্ড

October 7, 2026 7:37 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

‘ৱেলকাম’ৰ ‘উদয় শেট্টী’ আৰু নাই! প্ৰখ্যাত অভিনেতা নানা পাটেকাৰৰ দেহাৱসান

October 8, 2026 8:16 am
লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

লাডাখত আৰম্ভ হ’ল বিশেষ বন্যপ্ৰাণী ছাফাৰী! কি কি উপভোগ কৰিব পাৰিব ইয়াত?

October 8, 2026 7:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd