• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কৃষকৰ সমৰ্থনত বঁটা ঘূৰাই দিবলৈ যোৱা ৩০ গৰাকী খেলুৱৈক আৰক্ষীৰ বাধা

এন ই নাও নিউজ by এন ই নাও নিউজ
December 7, 2020 7:11 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতন কৃষি আইনৰ বিৰুদ্ধে তীব্ৰ ৰূপত প্ৰতিবাদ সাব্যস্ত কৰি থকা কৃষকসকলৰ কাষত ঠিয় দিছে দেশৰ সকলো স্তৰৰ লোক।

ইয়াৰ মাজতে আজি এই কৃষি আইনৰ বিৰোধিতাত কেইবাজনো প্ৰাক্তন আৰু বৰ্তমানৰ খেলুৱৈয়ে নিজৰ নিজৰ বঁটা সমূহ ঘূৰাই দিবলৈ ৰাষ্ট্ৰপতি ভৱনলৈ ৰাওনা হয়।

Apply Now

অৱশ্যে খেলুৱৈসকলৰ বঁটা ঘূৰাই দিয়া কাৰ্যত বাধা প্ৰদান কৰে আৰক্ষীয়ে।

৩০ গৰাকী খেলুৱৈৰ এই দলটোৱে ৰাষ্ট্ৰপতিক সাক্ষ্যৎ কৰি কৃষি আইন কেইখনৰ বিৰোধিতাত চৰকাৰে প্ৰদান কৰা বঁটা সমূহ ঘূৰাই দিবলৈ ইচ্ছা প্ৰকাশ কৰে।

বঁটা ঘূৰাই দিবলৈ যোৱা খেলুৱৈৰ দলটোত ১৯৮২ চনত অৰ্জুন পুৰস্কাৰ আৰু ১৯৮৭ চনত পদ্মশ্ৰী বঁটা প্ৰাপক কৰতাৰৰ লগতে অলিম্পিকত স্বৰ্ণ পদক বিজয়ী দলৰ সদস্য প্ৰাক্তন হকী খেলুৱৈ গুৰমেল সিং আৰু মহিলা হকী দলৰ প্ৰাক্তন অধিনায়ক ৰাজৱীৰ ক’ৰ আদি উপস্থিত থাকে।

গুৰমেলক ২০১৪ চনত ধ্যানচন্দ পুৰস্কাৰ আৰু ৰাজবীৰক ১৯৮৪ চনত অৰ্জন পুৰস্কাৰেৰে সন্মানিত কৰিছিল।

১৯৭৮ আৰু ১৯৮৬ চনৰ এছিয়া গেইমছত স্বৰ্ণ পদক বিজয়ী কৰতাৰে কয়, ‘কৃষকসকলে সদায় আমাৰ লগত থাকে। কৃষক ভাইসকলৰ ওপৰত লাঠী চলোৱা দেখি আমাৰ দুখ লাগে। কৃষকসকলে নিজৰ অধিকাৰৰ বাবে এই শীততো ৰাস্তাত বহি আছে’।

তেওঁ লগতে কয়, ‘মই কৃষকৰ ল’ৰা আৰু এতিয়াও মই খেতি কৰো’।

বঁটা ঘূৰাই দিবলৈ যোৱা খেলুৱৈসকলৰ লগত আৰু বহুতো বঁটা প্ৰাপক খেলুৱৈৰ সমৰ্থন আছে বুলিও জানিব পৰা গৈছে।

ইফালে খেলৰত্ন পুৰস্কাৰ প্ৰাপক তথা বক্সিঙত ভাৰতৰ প্ৰথমগৰাকী অলিম্পিক পদক বিজয়ী বিজেন্দৰ সিঙেও কৃষকসকলৰ এই আন্দোলনক সমৰ্থন জনাই প্ৰয়োজনত নিজৰ বঁটা ঘূৰাই দিম বুলি হুংকাৰ দিছিল।

উল্লেখ্য যে কেন্দ্ৰীয় চৰকাৰৰ নতুন কৃষি আইনৰ বিৰোধিতাত পঞ্জাৱ আৰু হাৰিয়ানাৰ হাজাৰ হাজাৰ কৃষকে নতুন দিল্লীৰ বিভিন্ন সীমান্তত যোৱা কিছু দিনৰ পৰা ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

প্ৰথম জাক বৰষুণতে ভাঙি পৰিল নতুন দিল্লী-ডেৰাডুন এক্সপ্ৰেছৱে : স্থানীয় লোকৰ ওপৰত দোষ জাপিলে এনএইচএআই কৰ্তৃপক্ষই

July 3, 2026 8:10 pm
পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

পেট্ৰ’লত  ইথানল মিহলোৱাক লৈ পুনৰ বিতৰ্ক : বিকল হৈ পৰিল প্ৰাক্তন বিজেপি নেতা মনিষ কাশ্যপৰ লাখটকীয়া গাড়ী

July 3, 2026 7:43 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

ধেমাজিত নাম-কীৰ্তনৰ প্ৰসাদ খাই খাদ্য বিষক্ৰিয়া : ৫৮ গৰাকী লোকক এ এম চি এইচত ভৰ্তি

July 3, 2026 9:15 pm
১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

১০৫ বছৰীয়া বৃদ্ধাৰ প্ৰকৃত পৰিচয় জানি আচৰিত সমগ্ৰ দেশ! ঘৰৰ পদূলিত সেনা বাহিনীয়ে দিলে চেল্যুট

July 3, 2026 8:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd