• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, June 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাত ১৪ ডিচেম্বৰৰ পৰা টিটেনাচ আৰু ডিফথেৰিয়াৰ টিকাকৰণ

পুলেন্দ্ৰ দাস by পুলেন্দ্ৰ দাস
December 9, 2020 2:21 pm
a td
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টিটেনাচ আৰু ডিফথেৰিয়া ৰোগ নিৰ্মূল কৰাৰ লক্ষ্যৰে বৰপেটাৰ উপায়ুক্তৰ সভাকক্ষত আজি এখন বৈঠক অনুষ্ঠিত হয় ৷

জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত স্বাস্থ্য বিভাগৰ বিষয়া আৰু সাংবাদিক- সংবাদকৰ্মীসকল উপস্থিত থাকে ৷

Apply Now

বৈঠকত টিটেনাচ আৰু ডিফথেৰিয়া (Td) টিকাকৰণৰ ওপৰত বিশদভাবে আলোচনা কৰা হয় ৷

১০ বছৰৰ শিশু আৰু ১৬ বছৰৰ কিশোৰ কিশোৰীক এই টিকা প্ৰদান কৰা হব ৷

১৪ ডিচেম্বৰৰ পৰা এই টিকাকৰণ কৰা হব বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে ৷ জিলাখনৰ মুঠ ৯৪,৪৮০ গৰাকীক লক্ষ্য কৰি লৈ এই টিকাকৰণ কৰা হব ৷

১৪ ডিচেম্বৰৰ পৰা বৰপেটা জিলাত ৰূপায়ন কৰিব লগা টিকাকৰণৰ কাৰ্যসূচী সফল কৰাৰ বাবে ৰাইজৰ সহায় সহযোগ কামনা কৰে উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ৷

এই বৈঠকত অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপ, সান্তনা বৰা, যুটীয়া স্বাস্থ্য সঞ্চালক ডা: তীৰ্থনাথ শৰ্মা, ডা: প্ৰমথেশ শৰ্মা, ডা: ৰাজীৱ বৰবৰা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ লগতে স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া সকল উপস্থিত থাকে ৷

পুলেন্দ্ৰ দাস

পুলেন্দ্ৰ দাস

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

June 17, 2026 10:08 am
বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

আই এছ আইৰ সহায়ত ভাৰতত আক্ৰমণৰ ভয়ংকৰ পৰিকল্পনা! দিল্লীত গ্ৰেপ্তাৰ ৭ সন্ত্ৰাসবাদী, জাৰি কৰা হৈছে হাই এলাৰ্ট

June 17, 2026 8:50 am
দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

দুৰ্যোগৰ সময়ত আৰু নাহে ইমাৰ্জেন্সি এলাৰ্ট : দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ ঘোষণা

June 17, 2026 7:13 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

জি-চেভেনৰ মঞ্চত মোদী-মেলনীৰ সাক্ষাৎ: “আমি ইনষ্টাগ্ৰামৰ আটাইতকৈ জনপ্ৰিয় যুটি” বুলি মন্তব্য ইটালীৰ প্ৰধানমন্ত্ৰীৰ

June 17, 2026 10:08 am
বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

বিশ্বকাপত নামিয়েই হেটট্ৰিক মেছিৰ! আলজেৰিয়াক সহজেই পৰাস্ত কৰি চেম্পিয়ন হোৱাৰ দিশে ধাৱমান আাৰ্জেন্টিনা

June 17, 2026 9:16 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd