• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Saturday, January 23, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বৰপেটাত ১৪ ডিচেম্বৰৰ পৰা টিটেনাচ আৰু ডিফথেৰিয়াৰ টিকাকৰণ

NE NOW NEWS পুলেন্দ্ৰ দাস
বৰপেটা , December 9, 2020 2:21 pm

1 min read

a td
2.3k
VIEWS
Share on FacebookShare on Twitter

টিটেনাচ আৰু ডিফথেৰিয়া ৰোগ নিৰ্মূল কৰাৰ লক্ষ্যৰে বৰপেটাৰ উপায়ুক্তৰ সভাকক্ষত আজি এখন বৈঠক অনুষ্ঠিত হয় ৷

জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত বৈঠকখনত স্বাস্থ্য বিভাগৰ বিষয়া আৰু সাংবাদিক- সংবাদকৰ্মীসকল উপস্থিত থাকে ৷

বৈঠকত টিটেনাচ আৰু ডিফথেৰিয়া (Td) টিকাকৰণৰ ওপৰত বিশদভাবে আলোচনা কৰা হয় ৷

১০ বছৰৰ শিশু আৰু ১৬ বছৰৰ কিশোৰ কিশোৰীক এই টিকা প্ৰদান কৰা হব ৷

১৪ ডিচেম্বৰৰ পৰা এই টিকাকৰণ কৰা হব বুলি স্বাস্থ্য বিভাগে জানিবলৈ দিয়ে ৷ জিলাখনৰ মুঠ ৯৪,৪৮০ গৰাকীক লক্ষ্য কৰি লৈ এই টিকাকৰণ কৰা হব ৷

১৪ ডিচেম্বৰৰ পৰা বৰপেটা জিলাত ৰূপায়ন কৰিব লগা টিকাকৰণৰ কাৰ্যসূচী সফল কৰাৰ বাবে ৰাইজৰ সহায় সহযোগ কামনা কৰে উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই ৷

এই বৈঠকত অতিৰিক্ত উপায়ুক্ত সব্যসাচী কাশ্যপ, সান্তনা বৰা, যুটীয়া স্বাস্থ্য সঞ্চালক ডা: তীৰ্থনাথ শৰ্মা, ডা: প্ৰমথেশ শৰ্মা, ডা: ৰাজীৱ বৰবৰা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ লগতে স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়া সকল উপস্থিত থাকে ৷

Recent News

Deadbody

শিৱসাগৰত চাঞ্চল্য: প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ কাষতে উদ্ধাৰ চিকিৎসকৰ মৃতদেহ

Modi-28

জেৰেঙাত মোদীৰ ভাষণৰ পৰা বাহিৰ হ’ল অসম চুক্তি, জনজাতিকৰণকে ধৰি বহুকেইটা প্ৰসংগ

IMG-20210123-WA0002

বৰপেটাত ৫০৩ জনৰ মাজত মাটিৰ পট্টা বিতৰণ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

মোদীৰ সন্মুখতে পশ্চিমবংগৰ মুখ্য মন্ত্ৰী মমতা বেনাৰ্জীক চূড়ান্ত অপমান! বংগ কন্যাৰ সভা ত্যাগ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd