• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মেছি বা ৰ’নাল্ডো নহয় ফিফাৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান লেবানডোস্কিলৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 18, 2020 12:10 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আৰ্জেণ্টিনাৰ ফুটবল ষ্টাৰ লিঅ’নেল মেছি আৰু পৰ্টুগালৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডোৰ দপদপনি অন্ত পেলাই পোলেণ্ডৰ ৰবাৰ্ট লেবানডোস্কিয়ে চলিত বৰ্ষৰ ফিফাৰ সৰ্বশ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান লাভ কৰে।

লেবানডোস্কিয়ে এই সংস্কৰণত ৫৫টা গ’ল কৰি বেয়াৰ্ণ মিউনিখক কেইবাটাও আন্তঃৰাষ্ট্ৰীয় আৰু ঘৰুৱা ট্ৰফি জয়ী কৰোৱাইছে।

Apply Now

ফিফাৰ বৰ্ষশ্ৰেষ্ঠ ফুটবলাৰৰ তালিকাত মেছিৰ লগতে ৰ’নাল্ডোৰ নামো অন্তৰ্ভুক্ত আছিল।

ৰাষ্ট্ৰীয় দলৰ অধিনায়ক, প্ৰশিক্ষক, নিৰ্বাচিত সাংবাদিক আৰু অনুৰাগীসকলৰ ভোটৰ আধাৰত অৱশেষত লেবানডোস্কিক শ্ৰেষ্ঠ ফুটবলাৰ হিচাপে নিৰ্বাচিত কৰে।

ফিফাৰ তৰফৰ পৰা জ্যুৰিখত ভাৰ্চুৱেল সমাৰোহৰ আয়োজন কৰিছিল যদিও ইয়াৰ অধ্যক্ষ জিয়ান্নি ইনফাণ্টিনোৱে নিজে মিউনিখলৈ গৈ লেবানডোস্কিক এই বঁটা প্ৰদান কৰে।

ইয়াৰ পূৰ্বে ২০১৮ চনত ক্ৰোৱেচিয়াৰ লুকা মদ্ৰিচে এই বঁটা লাভ কৰিছিল আৰু ২০০৮ৰ পিছত মেছি আৰু ৰ’নাল্ডোক বাদ দি এই দুজন ফুটবলাৰেই শ্ৰেষ্ঠ ফুটবলাৰৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়।

২০০৮ চনৰ পিছত প্ৰথমবাৰৰ বাবে স্পেইনৰ কোনো ক্লাবৰ হৈ নেখেলা ফুটবলাৰ অৰ্থাৎ লেবানডোস্কিয়ে এই বঁটা লাভ কৰে। ২০০৮ চনত মানচেষ্টাৰ য়ুনাইটেডৰ হৈ খেলি ৰ’নাল্ডোৱে এই সন্মান লাভ কৰিছিল।

উল্লেখ্য যে ১৯৯১ চনৰ পৰা প্ৰদান কৰি অহা এই বঁটা বেয়াৰ্ণ মিউনিখৰ কোনো ফুটবলাৰেই লাভ কৰিব পৰা নাছিল।

ফ্ৰেংক ৰবাৰী ২০১৩ চনত আৰু মেনুৱেল নয়াৰে ২০১৪ চনত তৃতীয় স্থান লাভ কৰিছিল।

ইফালে জৰ্গান ক্লপে শ্ৰেষ্ঠ প্ৰশিক্ষকৰ সন্মান লাভ কৰে। ক্লপৰ নেতৃত্বতে লিভাৰপুলে ৩০ বছৰৰ পিছত প্ৰীমিয়াৰ লীগৰ খিতাপ দখল কৰিবলৈ সক্ষম হৈছিল।

আনহাতে শ্ৰেষ্ট মহিলা ফুটবলাৰৰ সন্মান লাভ কৰে লুছী ব্ৰঞ্জে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

June 27, 2026 6:45 am
আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা: সেনাৰ ট্ৰাক বাগৰি এজন জোৱানৰ কৰুণ মৃত্যু, দুজন আহত

June 26, 2026 9:20 pm
দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

দ্বিপাক্ষিক সম্পৰ্ক অধিক মজবুত কৰাৰ লক্ষ্যৰে অহা সপ্তাহত ভাৰত ভ্ৰমণ কৰিব জাপানৰ প্ৰধানমন্ত্ৰী ছানায়ে টাকা ইচিয়ে

June 26, 2026 9:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

ডিজিটেল ভাৰতত ঐতিহাসিক খোজ: এতিয়াৰে পৰা ঘৰত বহিয়েই নিজেই কৰিব পাৰিব নিজৰ লোকপিয়ল

June 27, 2026 6:45 am
আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

আয়াৰলেণ্ডৰ বিৰুদ্ধে লজ্জাজনক পৰাজয়েৰে অধিনায়ক শ্রেয়সৰ অভিযান আৰম্ভ, বৈভৱক খেলিবলৈ নিদিয়াৰ মূল্য ভৰিলে ভাৰতে

June 26, 2026 9:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd