• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰাজনৈতিক সংকট! সংসদ ভংগৰ অনুমোদন দিলে নেপালৰ ৰাষ্ট্ৰপতিয়ে; ঘোষণা কৰিলে নিৰ্বাচনৰ দিন

এন ই নাও নিউজ by এন ই নাও নিউজ
December 21, 2020 7:02 am
oli with ministers

মন্ত্ৰীমণ্ডলীৰ সৈতে নেপালৰ প্ৰধানমন্ত্ৰী অ'লি।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিভিন্ন চৰ্চা চলি থকাৰ মাজতে দেওবাৰে নেপালৰ সংসদ ভংগ কৰি দিয়া হৈছে। ৰাষ্ট্ৰপতি বিদ্যাদেবী ভাণ্ডাৰীয়ে দুটা পৰ্যায়ত ৰাষ্ট্ৰীয় নিৰ্বাচনৰ দিন ঘোষণা  কৰিছে।

ইয়াকে লৈ দেশৰ মুখ্য নিৰ্বাচনী আয়ুক্তৰ তথা আন নিৰ্বাচনী বিষয়াসকলৰ সৈতে প্ৰধান মন্ত্ৰী কে পি শৰ্মা অ’লিয়ে বৈঠক অনুষ্ঠিত কৰে।

Apply Now

শাসকীয় দল নেপালৰ কমিউনিষ্ট পাৰ্টিৰ ভিতৰত সৃষ্টি হোৱা চাপৰ মাজতে দেওবাৰে প্ৰধানমন্ত্ৰী অ’লিয়ে সংসদ ভংগৰ প্ৰস্তাৱ দিয়ে।

মন্ত্ৰীসভাৰ জৰুৰী বৈঠকত সেই প্ৰস্তাৱ গৃহীত হোৱাৰ পাছত ৰাষ্ট্ৰপতিৰ ওচৰলৈ প্ৰেৰণ কৰা হয়। ৰাষ্ট্ৰপতি বিদ্যাদেবীয়ে লগে লগেই এই প্ৰস্তাৱত অনুমোদন দিয়ে।

মন্ত্ৰীমণ্ডলৰ প্ৰস্তাৱ অনুসৰি ৰাষ্ট্ৰীয় নিৰ্বাচনৰ দিনো ঘোষণা কৰা হৈছে। সেই অনুসৰি, নতুন বছৰৰ ৩০ এপ্ৰিল আৰু ১০মে’ত ভোটগ্ৰহণ অনুষ্ঠিত কৰা হ’ব।

বাতৰি অনুসৰি, প্ৰধানমন্ত্ৰী অ’লিয়ে দেশৰ নিৰাপত্তা বিষয়ৰ মুৰব্বীৰ সৈতেও আলোচনাত বহে। ইয়াৰ মাজতে অ’লি মন্ত্ৰীসভাৰ পাঁচগৰাকী সদস্যই পদত্যাগো কৰে।

উল্লেখ্য যে যোৱা মঙলবাৰে এখন অধ্যাদেশ জাৰি কৰি কোনো গুৰুত্বপূৰ্ণ নিযুক্তিৰ ক্ষেত্ৰত সম্পূৰ্ণ অধিকাৰ নিজৰ হাতলৈ নিছিল প্ৰধানমন্ত্ৰী অ’লিয়ে। কিন্তু পৰৱৰ্তী দিনটোতে শাসকীয় দলৰ ষ্টেণ্ডি কমিটিয়ে এটা প্ৰস্তাৱ গৃহীত কৰি অ’লিক সেই অধ্যাদেশ প্ৰত্যাহাৰ কৰাৰ নিৰ্দেশ দিছিল।

ইয়াৰ পাছতে অ’লিয়ে বিভিন্ন নেতাৰ সৈতে আলোচনা কৰি পৰিস্থিতি চম্ভালাৰ চেষ্টা  কৰিছিল যদিও সংকটৰ চাপ ক্ৰমে গভীৰ হৈ পৰা দেখা গৈছিল।

ৰাষ্ট্ৰপতি বিদ্যাদেবীয়ে প্ৰধানমন্ত্ৰী অ’লিক শনিবাৰে সন্ধিয়া ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসভৱনত সাক্ষাতৰ সময়ত সংসদ ভংগ নকৰাৰ পৰামৰ্শ দিছিল যদিও অ’লিয়ে সিদ্ধান্ত সলনি নকৰিলে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd