• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আইপিএলত খেলিব ১০টা টীমে; বিচিচিআইয়ে মাৰিলে ছীল-মোহৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 24, 2020 5:04 pm
IPL trophy
18.7k
VIEWS
Share on FacebookShare on Twitter

বহুদিন ধৰি ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডৰ (বিচিচিআই)ভিতৰত চিন্তা-চৰ্চা অব্যাহত আছিল। অৱশেষত ইয়াৰ বাৰ্ষিক সাধাৰণ সভাত এই প্ৰস্তাৱত ছীল-মোহৰ পৰিল। ২০২২চনৰ পৰা আইপিএলত ১০টা দলে খেলিব।

বৃহস্পতিবাৰে আহমেদাবাদ বোৰ্ডৰ বাৰ্ষিক সাধাৰণ সভাৰ বৈঠকত আইপিএলত ১০টা দল খেলোৱাৰ বিষয়টোৱে বিশেষ স্থান লাভ কৰে।

এইবছৰ সংযুক্ত আৰৱ আমিৰশ্বাহীত আইপিএল চলি থকাৰ সময়তে বিচিচিআইৰ সভাপতি সৌৰভ গাংগুলী আৰু ,চিব জয় শ্বাহে আইপিএলৰ অধ্যক্ষ ব্ৰীজেশ পেটেল আৰু বোৰ্ডৰ অন্যান্য কৰ্মকৰ্তাৰ সৈতে প্ৰাথমিক আলোচনাত বিষয়টোৰ মোখনি মাৰিছিল।

সেইমতে, বাৰ্ষিক সাধাৰণ সভাৰ বৈঠকত আইপিএলত ১০টা দল খেলোৱাৰ প্ৰস্তাৱ চূড়ান্ত কৰা হয়।

বাতৰি অনুসৰি, ২০২২চনৰ আইপিএলত দুটা নতুন দলক অন্তৰ্ভুক্ত কৰা হ’ব।

২০২২তহে কিয় আইপিএলত দলৰ সংখ্যা বৃদ্ধি কৰা হ’ব তাৰ কাৰণ হিচাপে কোৱা হৈছে যে অহা বছৰ আইপিএল যদি নিৰ্দ্ধাৰিত এপ্ৰিল-মে’ মাহতে অনুষ্ঠিত হয়, তেনেহ’লে হাতত বেছি সময় নাই।

নতুন দল অন্তৰ্ভুক্ত হ’লে সম্পূৰ্ণ নীলাম কৰিব লাগিব। তেনে ক্ষেত্ৰত প্ৰস্তুতিৰ বাবে দলবোৰৰ হাতত যথেষ্ট সময় নাথাকিব। সেয়ে, খৰধৰ নকৰি এবছৰ পাছত অৰ্থাৎ ২০২২লৈ বিচিচিআইয়ে অপেক্ষা কৰিব বিচাৰিছে।

Recent News

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

পুনৰ তামিলনাডুৰ ফটকা কাৰখানাত ভয়ংকৰ বিস্ফোৰণ! এজনৰ মৃত্যু, পাঁচজন গুৰুতৰভাৱে আহত

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

অসমত জাপানীজ এনকেফেলাইটিছৰ সংহাৰী ৰূপ: GMCH-ত ১৩ জন ৰোগীৰ মৃত্যু

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

ইজৰাইলৰ বিৰুদ্ধে ডিজিটেল প্ৰতিবাদত যোগদানৰ আহ্বান চিপিআই(এম)ৰ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd