• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপি দলে কংগ্ৰেছ দলৰ নেতা ধাৰ কৰি অসমত শাসন চলাইছে; কংগ্ৰেছৰ পৰ্যবেক্ষক বিকাশ উপাধ্যায়

পাৰ্শ্বজ্যোতি গগৈ by পাৰ্শ্বজ্যোতি গগৈ
December 27, 2020 6:21 am
20201226_183235
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শিৱসাগৰ আৱৰ্ত ভৱনত  নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সম্পাদক তথা চত্তিশগড় বিধান সভাৰ ৰায়পুৰ পশ্চিম সমষ্টিৰ বিধায়ক আৰু সংসদীয় সচিব বিকাশ উপাধ্যায়ে এখন  সংবাদ মেল সম্বোধন কৰে।

আগন্তুক ২০২১ চনৰ অসম বিধান সভা নিৰ্বাচনৰ বাবে নিখিল ভাৰত কংগ্ৰেছ দলে চাৰি গৰাকী সম্পাদকক নিৰ্বাচন পৰ্যৱেক্ষণ তথা তৃণমূল পৰ্যায়ত সমষ্টি সমূহৰ বুজ লোৱাৰ দায়িত্ব দিছে।

Apply Now

এই সন্দৰ্ভত উপাধ্যায়ক উজনি অসমৰ দায়িত্ব প্ৰদান কৰিছে। সেই সূত্ৰে উজনি অসমৰ বিভিন্ন জিলা ভ্ৰমণ কৰি শিৱসাগৰত উপস্থিত হৈ সমষ্টি সমূহৰ বুজ লয় নিখিল ভাৰত কংগ্ৰেছৰ সম্পাদক গৰাকীয়ে।

আজিৰ সংবাদ মেলত তেওঁ উজনি অসমৰ তৃণমূল পৰ্যায়ৰ ক‌ংগ্ৰেছ কৰ্মী সকলক সাক্ষাৎ কৰি দলৰ সাংগঠনিক স্থিতিৰ বুজ লোৱাৰ লগতে আগন্তুক নিৰ্বাচনৰ বাবে দলটো কিমান সাজু সেই সন্দৰ্ভত পৰ্যৱেক্ষণ কৰা বুলি জানিব দিয়ে।

নিৰ্বাচনৰ কোনো প্ৰতিশ্ৰুতি পালন কৰিব নোৱাৰা বিজেপি দলক তীব্ৰ সমালোচনা কৰি কয়,  কংগ্ৰেছ দলৰ পৰা নেতা ধাৰ কৰি অসমত বিজেপি দলৰ শাসন চলাইছে ।

আনহাতে গোলঘাটৰ বিধায়িকা জেষ্ঠ কংগ্ৰেছ দলৰ নেত্ৰী অজন্তা নেওঁগৰ প্ৰসংগ টানি তেওঁ কয়  বিভিন্ন হেঁচা আৰু প্ৰলোভন প্ৰদান কৰি বিজেপি দলে কংগ্ৰেছৰ নেত্ৰী গৰাকীক বিজেপিকৰণ কৰিলে।

তেওঁৰ নিজৰ অপাৰগতা আৰু উচ্চাকাঙ্খাৰ বাবে বিজেপি দলত যোগ দিব লৈছে। কংগ্ৰেছ হাইকমাণ্ডে ইতিমধ্যে তেওঁক দলৰ পৰা বহিষ্কাৰ কৰিছে। এনে নেতাক লৈ বিজেপিয়ে শাসনৰ গাদী দখলৰ চেষ্টা কৰিছে যদিও সফল নহব।

তেওঁ আগন্তুক নিৰ্বাচনত কংগ্ৰেছ দলে বহুমত লাভ কৰি চৰকাৰ দখল কৰিব বুলি দাবী উত্থাপন কৰাৰ উপৰিও বিজেপি দলক নিকৃষ্ট ৰাজনীতিৰে হিংসা বিয়পোৱা দল বুলি অভিহিত কৰে।

এইবাৰ নিৰ্বাচনত কংগ্ৰেছ দলে ৰাইজৰ মাজত থকা যোগ্য শিক্ষিত প্ৰাৰ্থীক টিকত প্ৰদান কৰিব বুলি স্পষ্ট কৰি কয় যে প্ৰাৰ্থীৰ অযোগ্যতাৰ বাবে নিৰ্বাচন হৰাৰ বদনাম এইবাৰ কংগ্ৰেছ দলে বহন নকৰে।

পশ্চিম বংগত হিংসা বিয়পোৱা, বিহাৰত নিকৃষ্ট ৰাজনীতি কৰি শাসনৰ গাদী দখল কৰা এই দলটোৱে ৰাইজক প্ৰদান কৰা প্ৰতিশ্ৰুতি পূৰণত ব্যৰ্থ হৈছে।

যাৰ বাবে এইবাৰ নিৰ্বাচনৰ ইস্তাহাৰ কংগ্ৰেছ দলে বন্ধ কোঠাত বহি নিৰ্দ্ধাৰণ নকৰে।বৰঞ্চ ৰাইজৰ মাজলৈ গৈ ৰাইজৰ সমস্যা অনুধাৱন কৰি সমাধানৰ প্ৰতিশ্ৰুতি দিব।

পাৰ্শ্বজ্যোতি গগৈ

পাৰ্শ্বজ্যোতি গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

গুৱাহাটীৰ সুপৰিচিত ব্যক্তি, অৱসৰপ্ৰাপ্ত বেংকাৰ তথা কণ্ঠশিল্পী ৰণবীৰ ৰয়চৌধুৰীৰ দেহাৱসান

June 21, 2026 7:58 pm
গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

গাজাত ইজৰাইলী বাহিনীৰ আক্ৰমণত ৯ জন নিহত, আল জাজীৰাৰ সাংবাদিকক ‘হামাছৰ স্নাইপাৰ’ আখ্যা ইজৰাইলৰ

June 21, 2026 7:06 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

কুখ্যাত অপৰাধীৰ সৈতে বন্ধুত্বই আনিছিল ধ্বংসৰ ভাবুকি! জীৱনৰ অন্ধকাৰ অধ্যায় নেওচি বিশ্বকাপত নেদাৰলেণ্ডছৰ ত্ৰাণকৰ্তা হৈ পৰা ব্ৰায়ান ব্ৰবিৰ কাহিনী

June 21, 2026 9:29 pm
আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

আগষ্ট মাহত অনুষ্ঠিত হ’ব অসম প্ৰিমিয়াৰ লীগ, ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিভা প্ৰদৰ্শনৰ সুবিধা পাব ৰাজ্যৰ ক্ৰিকেটাৰসকলে

June 21, 2026 8:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd