• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিদ্যুৎ সংযোগ কৰি বন্যহস্তী হত্যাৰ অভিযোগত দিচাংমুখত ছয়জন লোকক গ্ৰেপ্তাৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
December 27, 2020 3:25 pm
Poachers arrested killing of wild elephant

ফটো: নৰ্থইষ্ট নাও।

183
VIEWS
Share on FacebookShare on Twitter

শনিবাৰে শিৱসাগৰৰ দিচাংমুখৰ লেপাই গাঁৱত অবৈধভাৱে বিদ্যুৎ সংযোগ কৰি দুটাকৈ বন্যহস্তী হত্যাৰ অপৰাধত গ্ৰেপ্তাৰ হল ছয়জনকৈ লোক।

দেওবাৰে পুৱা শিৱসাগৰ বন বিভাগ আৰু আৰক্ষীৰ দলে লেপাই গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে এই ছয়জন লোকক।

অঞ্চলটোত সৌৰশক্তিৰ সহায়ত বিদ্যুতৰ তাঁৰ সংযোগ কৰিছিল বুলি স্বীকাৰ কৰে অভিযুক্ত এজনে। বনৰীয়া হাতীৰ উপদ্ৰপৰ পৰা ৰবি শস্যৰ খেতি ৰক্ষা কৰিবলৈ এইদৰে সৌৰশক্তিৰ সহায়ত বিদ্যুতৰ তাঁৰ লগাইছিল বুলি স্বীকাৰ কৰিছে অভিযুক্ত কেইজনে।

হাতী দুটা বিদ্যুৎ পিষ্ট হৈ মৃত্যু হোৱা বুলি মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত স্পষ্ট হয়।

গ্ৰেপ্তাৰ কৰা ব্যক্তি কেইজন হল অংকুৰ গগৈ, মনোজ গগৈ, বুলবুল গগৈ, পংকজ গগৈ, অমৰ গগৈ আৰু ৰুণজুন চেতিয়া।

আটাইকেইজন ব্যক্তিৰ বিৰুদ্ধে ৱাইল্ড লাইফ প্ৰটেকশ্যন আইনৰ অধীনত গোচৰ ৰুজু কৰি আদালতত হাজিৰ কৰিব বুলি জানিবলৈ দিয়ে বন বিভাগৰ বিষয়াই।

আনহাতে, যোৱা কিছু বছৰ ধৰি সমগ্ৰ দিচাংমুখ অঞ্চলত বনৰীয়া হাতীৰ বৃহৎ জাকে খেতি পথাৰ নষ্ট কৰাৰ লগতে মানুহৰ ঘৰ দুৱাৰ ভাঙি তহিলং কৰিছে।

বিগত বৰ্ষত হাতী মানুহৰ সংঘাতত কেইবাজনো লোকে প্ৰাণ হেৰুৱাইছে। কিন্তু দীৰ্ঘ দিনীয়া এই সমস্যা সমাধানত কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ উঠিছে শিৱসাগৰ বন বিভাগৰ বিৰুদ্ধে।

শুকুৰবাৰে নিশাও বনৰীয়া হাতীৰ জাকটোৱে অঞ্চলটো উপদ্ৰপ সৃষ্টি কৰাৰ সময়ত স্থানীয় লোকে বন বিভাগৰ লোকক ফোন কৰি অৱগত কৰিছিল যদিও বন বিভাগৰ কৰ্মচাৰীয়ে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে স্থানীয় ৰাইজে।

Recent News

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

ব্যোম যাত্ৰাৰ প্ৰস্তুতি পূৰ্ণগতিত, গগন যানৰ ইঞ্জিন পৰীক্ষা সফলতাৰে সম্পূৰ্ণ

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

কৰ্ণাটকত গুহাৰ ভিতৰত দুই কন্যাৰ সৈতে বাস কৰিছিল ৰাছিয়ান মহিলাই! উদ্ধাৰ কৰিলে আৰক্ষীয়ে

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

অলিম্পিক ফাইনেলৰ পাছত প্ৰথমবাৰৰ বাবে মুখামুখি হ’ব নীৰজ চোপ্ৰা আৰু আৰ্শ্বাদ নাদীম

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

সঁচাকৈয়ে অমিতা খালেই ইউৰিক এচিড কমি যায়! কিমান উপকাৰী এই ফল?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd