• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এটা ব্লক কংগ্ৰেছৰ দুজন সভাপতি! পৃথকে পৃথকে ১৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন

ইয়াছিন আলী by ইয়াছিন আলী
December 29, 2020 7:04 pm
a cong
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বঙাইগাঁও জিলাৰ ৩৪নং অভয়াপুৰী উত্তৰ বিধান সভা সমষ্টিৰ অন্তৰ্গত সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ সভাপতি পদ লৈ টনা আঁজোৰা লগা কাৰ্য্যই কংগ্ৰেছী মহলত ব্যাপক চৰ্চা লাভ কৰিছে।

সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ সভাপতিৰ পদক লৈ কংগ্ৰেছৰ মাজত দুটা শিৱিৰৰ সৃষ্টি হোৱাৰ কথাটো  কংগ্ৰেছৰ ১৩৬ তম প্ৰতিষ্ঠা দিৱসৰ দিনা স্পষ্ট হৈ পৰিছে।

Apply Now

সমগ্ৰ দেশ ব্যাপী কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস সংকল্প দিৱস হিচাপে পালন কৰা হৈছে।

সমান্তৰাল ভাৱে বঙাইগাঁও জিলাৰ কীৰ্তনপাৰা আৰু গোলাপাৰাত পৃথকে পৃথকে ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে সংকল্প দিৱস পালন কৰা পৰিলক্ষিত হয়।

২৮ ডিচেম্বৰত  বঙাইগাঁও জিলাৰ কীৰ্তনপাৰাত সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ উদ্যোগত ভাৰতীয় জাতীয় কংগ্ৰেছৰ ১৩৬ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে একতা সম্ভৱনাৰ সংকল্প গ্ৰহণ কৰে।

জাতি, ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো লোকে একতাৰ এনাজৰীৰে বান্ধ খাই আগবাঢ়ি যোৱাৰ সংকল্প গ্ৰহণ কৰে।

সংকল্প গ্ৰহণ অনুষ্ঠানত সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল হালিম, বালাৰচৰ মাত্ৰাঘোলা গাওঁ পঞ্চায়তৰ সভাপতি ছেকান্দাৰ প্ৰধানী, ব্লক কংগ্ৰেছৰ সাধাৰণ সম্পাদক ক্ৰমে জাহেৰ আলী ভূঞা, আব্দুছ ছালাম, আব্দুল ৰৌফ চৌধুৰী, উপসভাপতি আফতাব উদ্দিন আহমেদৰ লগতে বিভিন্ন মণ্ডলৰ সভাপতি ক্ৰমে কোকিলা মণ্ডল কংগ্ৰেছৰ সভাপতি ফইজুদ্দিন, জপিয়াৰ আব্দুল মোতালেপ সিকদাৰ, গোলাপাৰাৰ নুৰুল ইছলাম, সৃজনগ্ৰামৰ ৰফিজ আলী, চক্ৰভোমৰ সিৰেন ৰয়, কাকোইজানাৰ ভূমিধৰ বৰ্মন, বালাৰচৰৰ মহিৰ উদ্দিন মণ্ডল, কীৰ্ত্তনপাৰা মণ্ডলৰ সুৰমুজ আলী আদি ব্যক্তিসকল উপস্থিত থাকে।

অনুৰূপ ধৰণে সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ আন এটা গোটৰ সভাপতি আফছাৰ আলী, আৰু জপিয়া নাম্বাৰপাৰা জিলা পৰিষদৰ সদস্য খাইৰুল ইছলামৰ লগতে একাংশ কংগ্ৰেছৰ নেতা কৰ্মী উপস্থিত থাকি প্ৰতিষ্ঠা দিৱস পালন কৰে।

ইয়াৰ পৰা স্পষ্ট হৈ পৰিছে  যে সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ সভাপতি পদ লৈ দুটা গোটৰ সৃষ্টি হৈছে।

এইক্ষেত্ৰত আব্দুল হালিমে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত কয়  যে অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই বঙাইগাঁও জিলা সমিতিৰ জৰিয়তে সভাপতি নিযুক্ত কৰিছে আৰু সকলো মণ্ডল কংগ্ৰেছে ইয়াক আদৰণি জনাইছে।

স্থানীয় বিধায়ক আব্দুল হাই নাগৰীৰ পছন্দৰ প্ৰাৰ্থী আফছাৰ আলীৰ সভাপতি পদ লৈ প্ৰশ্নৰ অৱতাৰণা হৈছে। এটা ব্লকৰ দুজন সভাপতি হোৱাটোৱে প্ৰতিপন্ন কৰিছে যে উত্তৰ অভয়াপুৰী বিধান সভা সমষ্টিত কংগ্ৰেছৰ মাজত ব্যাপক গৃহকন্দলৰ সৃষ্টি হৈছে।

 সমষ্টি ব্যাপী এই প্রশ্নই  চৰ্চা লাভ কৰিছে যে সৃজনগ্ৰাম ব্লক কংগ্ৰেছৰ সভাপতি কোন আব্দুল হালিম নে আফছাৰ আলী।

ইয়াছিন আলী

ইয়াছিন আলী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd