• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 12, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

থাৰ্টি ফাষ্টৰ নিশা ঘোষণা হ’ব পাৰে নৈশ সান্ধ্য আইন, ৰাজ্যসমূহলৈ পত্ৰ কেন্দ্ৰৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
December 30, 2020 5:56 pm
a curfew
277
VIEWS
Share on FacebookShare on Twitter

প্ৰথমে ব্ৰিটেইন, তাৰপিছত ইউৰোপৰ আঠ কন ৰাষ্ট্ৰ আৰু এতিয়া ভাৰত আহি পাইছেহি ক’ৰ’ণা ভাইৰাছৰ নতুন ষ্ট্ৰেইন।

পূৰ্বৰ কোভিড-১৯তকৈ এই নতুন ষ্ট্ৰেইন ৭০ শতাংশ অধিক সংক্ৰামক বুলি ইতিমধ্যে বিজ্ঞানীসকলে সতৰ্কবাণী শুনাইছে।

এতিয়ালৈকে দেশত নতুন ষ্ট্ৰেইনৰ ক’ৰ’ণা ভাইৰাছত আক্ৰান্ত প্ৰায় ২০ জন ৰোগীক চিৱনাক্ত কৰা হৈছে।

এনে পৰিস্থিতিত নতুন ধৰণৰ ক’ৰ’ণা ভাইৰাছকলৈ অধিক সতৰ্ক হৈ পৰিছে কেন্দ্ৰীয় চৰকাৰ।নতুন ক’ৰ’ণাৰ সংক্ৰমণ ৰোধ কৰিবলৈ কেন্দ্ৰীয় স্বাস্থ্য দপ্তৰে আজি জাৰি কৰিছে নতুন কোভিড নিৰ্দেশনা।

কেন্দ্ৰীয় স্বাস্থ্য সচিব লাভ আৰৱালাই প্ৰতিখন ৰাজ্যৰ মুখ্য সচিব সকললৈ প্ৰেৰণ কৰা পত্ৰত কোৱা হৈছে যে ব্ৰিটেইনৰ পৰা যিসকল লোক এমাহৰ ভিতৰত ভাৰতলৈ আহিছে তেওঁলোকৰ ওপৰত চোকা নজৰ ৰাখিব লাগিব।

আনকি তেওঁলোকৰ ৰিপ’ৰ্ট নিগেটিভ আহিলেও তেওঁলোকে হোম আইছোলেছনত থাকিব লাগিব। মূৰৰ বিষ ক’ৰ’ণাৰ নতুন ষ্ট্ৰেইনৰ এটা লক্ষণ বুলি আগৰৱালাই উল্লেখ কৰে।

প্ৰয়োজন হ’লে জনসমাগম কমাবলৈ থাৰ্টি ফাষ্টৰ নিশা নাইট কাৰ্ফিউ ঘোষণা কৰাৰ কৰ্তৃত্ব দিয়া হৈছে ৰাজ্য সমূহক।

ইতিমধ্যে ৰাজস্থানৰ দৰে ৰাজ্যই ৩১ ডিচেম্বৰলৈ বৃদ্ধি কৰিছে নাইট কাৰ্ফিউ।পশ্চিমবংগ চৰকাৰেও তেনে চিন্তাই কৰি আছে। অৱশ্যে ৰাজ্যসমূহে এই বিষয়ত নিজাকৈ সিদ্ধান্ত ল’ব পাৰিব।

Recent News

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

বিশাখাপট্টনমত মুকলি হ’ল কেপচুল হোটেল! ষ্টেচনত যাত্ৰীসকলৰ বাবে কম খৰচত থকাৰ সুব্যৱস্থা

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

দেশৰ আটাইতকৈ প্ৰদূষিত চহৰৰ শীৰ্ষত অসমৰ বৰ্নিহাট! পৰিষ্কাৰ চহৰৰ শীৰ্ষত আাছে আইজল

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

ৰাজনীতিত নহয়; এইবাৰ পুনৰ অভিনয় জগতত দেখিবলৈ পাব প্ৰাক্তন কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাক

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

তিৰুপতিত কৰ্মৰত ১০০০ অহিন্দু লোক! শীঘ্ৰে অপসাৰণৰ দাবীৰে কেন্দ্ৰীয় মন্ত্ৰীৰ মন্দিৰ কৰ্তৃপক্ষলৈ পত্ৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd