• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

গোলাঘাট জিলাৰ  ২৮ টা কেন্দ্ৰত ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’ব আধাৰ কাৰ্ড পঞ্জীয়নৰ কাম

উত্তম শইকীয়া by উত্তম শইকীয়া
March 16, 2018 5:21 pm
Representative image of Adhar Kard
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমৰ অন্য জিলাৰ সমান্তৰালকৈ গোলাঘাট জিলাটো অহা ১ এপ্ৰিলৰ পৰা আধাৰ কাৰ্ড পঞ্জীয়নকৰণৰ কাম আৰম্ভ হ’ব । জনসাধাৰণৰ সুবিধাৰ্থে গোলাঘাট জিলা প্ৰশাসনে জিলাখনত মুঠ ২৮টা আধাৰ পঞ্জীয়ন কেন্দ্ৰ স্থাপন কৰাৰ সিধান্ত গ্ৰহন কৰিছে৷

আধাৰ কাৰ্ড পঞ্জীয়নৰ বাবে দেৰগাওঁ, মৰঙী, খুমটাই ৰাজহ চক্ৰৰ অধীনত ২ টাকৈ,  সৰুপথাৰ আৰু বোকাখাত ৰাজহ চক্ৰৰ অধীনত ৬ টা আৰু গোলাঘাট ৰাজহ চক্ৰৰ অধীনত ১০টা আধাৰ কাৰ্ড পঞ্জীয়ন কেন্দ্ৰ স্থাপনৰ সিধান্ত কৰা বুলি জনায় জিলা প্ৰশাসনৰ সুত্ৰই।

Apply Now

এই কেন্দ্ৰ সমূহৰ ভিতৰত বোকাখাত ৰাজহ চক্ৰৰ অধীনত বোকাখাত মহকুমাধিপতিৰ কাৰ্যালয়, উদ্যোগ আৰু বাণিজ্য বিভাগৰ অধীক্ষকৰ কাৰ্যালয়, জলসম্পদ বিভাগৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়, বোকাখাত পৌৰ সভাৰ কাৰ্যালয়, গোলাঘাট পশ্চিম খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয় আৰু এন.আৰ.এল ৰ চৌহদত আধাৰ কাৰ্ড পঞ্জীয়ন কেন্দ্ৰ স্থাপন কৰিব।

একেদৰে দেৰগাঁও ৰাজহ চক্ৰৰ অধীনত দেৰগাঁও চক্ৰ বিষয়াৰ কাৰ্যালয়, কাকডঙা খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, মৰঙি ৰাজহ চক্ৰৰ অধীনত মৰঙি চক্ৰৰ বিষয়াৰ কাৰ্যালয় আৰু মৰঙি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, খুমটাই ৰাজহ চক্ৰৰ অধীনত খুমটাই মডেল এল.পি. স্কুল আৰু দুচুতিমুখ গাঁও পঞ্চায়ত কাৰ্যালয় আৰু সৰুপথাৰ ৰাজহ চক্ৰৰ অধীনত বৰপথাৰ টাউন কমিতিৰ কাৰ্যালয়, গড়কাপ্তানিৰ পৰিদৰ্শন বঙলা, সৰুপথাৰ টাউন কমিতিৰ কাৰ্যালয়, গোলাঘাট দক্ষীণ খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, গড়কাপ্তানি (গ্ৰমীণ), সৰুপথাৰৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়তো আধাৰ পঞ্জীয়ন কেন্দ্ৰ স্থাপন কৰিব বুলি জিলা প্ৰশাসনে জানিবলৈ দিয়ে।

ইয়াৰ উপৰি গোলাঘাট ৰাজহ চক্ৰৰ অধীনত গড়কাপ্তানি (গ্ৰমীণ), গোলাঘাটৰ কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াৰ কাৰ্যালয়, গোলাঘাট পৌৰ সভাৰ কাৰ্যালয়, জিলা গ্ৰাম্য উন্নয়ন ব্যৱস্থাপনাৰ প্ৰকল্প বিষয়াৰ কাৰ্যালয়, পদুমণি খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়, মেৰাপানী গাঁও পঞ্চায়ত কাৰ্যালয়, চাওঁদাং গাঁও পঞ্চায়ত কাৰ্যালয়, চিচুপানী গাঁও পঞ্চায়ত কাৰ্যালয়, কাচমাৰী গাঁও পঞ্চায়ত কাৰ্যালয় আৰু ৰতনপুৰ গাঁও পঞ্চায়ত কাৰ্যালয়ত আধাৰ কাৰ্ড পঞ্জীয়নৰ কেন্দ্ৰ স্থাপন কৰিব প্ৰশাসনে ৷

উল্লেখ্য যে জিলাখনত অহা ১ এপ্ৰিলৰ পৰা আধাৰ কাৰ্ডৰ কাম আৰম্ভ কৰা হ’ব বুলি ৰাজহ চক্ৰ বিষয়া খনীন দাসে জনায় ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

প্ৰধানমন্ত্ৰী মোদীৰ মুখা পিন্ধি মোবাইল দোকানত চুৰিৰ চেষ্টা, চিচিটিভি কেমেৰাত আৱদ্ধ সমগ্ৰ দৃশ্য

June 30, 2026 8:53 pm
হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

হৰমুজ প্ৰণালী পাৰ হওঁতে নিৰুদ্দেশ ৬০ শতাংশতকৈও অধিক ভাৰতমুখী জাহাজ : আচলতে কি ঘটিছে জানিলে হ’ব আচৰিত

June 30, 2026 8:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm
‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

‘অপাৰেচন সিন্দুৰ’ক লৈ সংসদত মিছলীয়াৰ অভিযোগ! ৰাজনাথ সিঙৰ বিৰুদ্ধে কংগ্ৰেছৰ স্বাধিকাৰ ভংগৰ জাননী

June 30, 2026 9:21 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd