• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ঠিকনাৰ নথি অবিহনেই পোৱা যাব LPGচিলিণ্ডাৰ! কিন্তু কেনেকৈ?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 17, 2021 8:50 am
Indane-Chhotu-800x445
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰন্ধন গেছৰ গ্ৰাহকসকলৰ সুবিধাৰ্থে ইণ্ডিয়ান অইলে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে।

ৰন্ধন গেছ শেষ হ’লে ৰিফিল বুকিং কৰিবলৈ এতিয়া ইণ্ডেনৰ IRVS-ত ফোন কৰাৰ প্ৰয়োজন নহয়।

Apply Now

নিজৰ পঞ্জীয়ন নম্বৰৰ পৰা 8454955555 লৈ এটা মিছ্ড কল দিলেই হয়। তদুপৰি, হোৱাটছএপৰ জৰিয়তেও LPG চিলিণ্ডাৰ বুকিং কৰিব পাৰি।

এইবাৰ ইণ্ডিয়ান অইলে আন এক সুবিধা আগবঢ়াইছে য’ত ৰন্ধন গেছৰ চিলিণ্ডাৰ কিনাৰ বাবে গ্ৰাহকৰ ঠিকনাৰ নথি দাখিল কৰাৰ প্ৰয়োজন নহয়।

সাধাৰণতে কোনোৱে এখন চহৰৰ পৰা আন এখন চহৰলৈ গ’লে প্ৰয়োজনীয় ৰন্ধন গেছৰ বাবে হাবাথুৰি খাবলগীয়া হয়। বিশেষকৈ ঠিকনাৰ নথিৰ ব্যৱস্থা কৰোতেই জ্বলাকলা খাবলগীয়া হয়।

এনে পৰিস্থিতিত সাধাৰণ লোকক সকাহ দিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে ইণ্ডিয়ান অইলে। ঠিকনাৰ কোনো নথি অবিহনেই গ্ৰাহকসকলে ‘চোটু LPG চিলিণ্ডাৰ’ (Chhotu LPG cylinder) ক্ৰয় কৰিব পাৰিব।

গ্ৰাহকসকলে ইণ্ডিয়ান অইলৰ ডীলাৰৰ বাহিৰেও ইণ্ডিয়ান অইল ৰিটেইন আউটলেট বা স্থানীয় ছুপাৰমাৰ্কেটৰ পৰা এই ‘চোটু LPG চিলিণ্ডাৰ’ ক্ৰয় কৰিব পাৰিব।

ইয়াৰ বাবে গ্ৰাহকে কানেকশ্যনৰ ক্ষেত্ৰত কেবল নিজৰ পৰিচয়ৰ নথি দিব লাগিব। দেশৰ যিকোনো অংশৰ ডিষ্ট্ৰিবিউটৰ বা বিক্ৰী কেন্দ্ৰৰ পৰা এই চিলিণ্ডাৰ ৰিফিল কৰা হয়।

ইণ্ডেনৰ এই ‘চোটু LPG চিলিণ্ডাৰ’ সম্পৰ্কে কিছু জানিবলগীয়া কথা হ’লঃ-

*ইণ্ডিয়ান অইলে গ্ৰাহকৰ সুবিধাৰ্থে বজাৰলৈ অনা এই চিলিণ্ডাৰৰ ওজন হৈছে ৫কিলোগ্ৰাম।

* এই চিলিণ্ডাৰ কিনাৰ বাবে কোনো ঠিকনাৰ নথি দিয়াৰ প্ৰয়োজন নাই। চৰকাৰী যিকোনো পৰিচয় পত্ৰই যথেষ্ট।

*  ‘চোটু LPG চিলিণ্ডাৰ’ কিনাৰ বাবে কোনো ছিকিউৰিটি ডিপ’জিট জমা দিব নালাগে।

* দেশৰ প্ৰতিখন জিলাতে ‘চোটু LPG চিলিণ্ডাৰ’পোৱা যাব। ইণ্ডিয়ান অইলৰ ডিষ্ট্ৰিবিউটৰ বা বৈধ বিক্ৰী কেন্দ্ৰৰ পৰা এই চিলিণ্ডাৰ ক্ৰয় কৰিব পাৰিব।

*১৪.২ কিলোগ্ৰাম ঘৰুৱা এলপিজি চিলিণ্ডাৰৰ ক্ষেত্ৰত চৰকাৰে দিয়া ৰাজসাহায্য এই ‘চোটু LPG চিলিণ্ডাৰ’ত পোৱা নাযাব।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

মহাৰাষ্ট্ৰত ভয়ংকৰ দুৰ্ঘটনা : কুঁৱাত বাহন পৰি ৮ তীৰ্থযাত্ৰীৰ মৃত্যু, ৭ জন আহত

June 15, 2026 9:23 pm
কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

কেমেৰাৰ সন্মুখতে চৰ সোধালে! জয়পুৰত ‘ককৰোচ জনতা পাৰ্টী’ৰ প্ৰতিষ্ঠাপক অভিজিৎ ডিপকেক প্ৰহাৰ

June 15, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

ব্ৰিটিছ ঐতিহ্যক বিদায় জনাই ভাৰতীয় সেনা জোৱানসকলৰ বাবে জাৰি কৰা হ’ল নতুন পোছাকৰ নিৰ্দেশনা

June 15, 2026 9:46 pm
“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

“হিন্দু ধৰ্মৰো পঞ্জীয়ন হোৱা নাই!” প্ৰিয়ংক খৰ্গেৰ দাবীক ‘ৰাজনৈতিক চমক’ আখ্যা আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ

June 15, 2026 9:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd