• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, July 27, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতত শিল্পী দিৱস : কেঞ্চাৰেৰে যুঁজি থকা আশী উৰ্দ্ধৰ অৱহেলিত শিল্পীক সম্বৰ্ধনা

উত্তম শইকীয়া by উত্তম শইকীয়া
January 17, 2021 7:00 pm
Image_1610887061085~2
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আশীৰ উৰ্দ্ধৰ এগৰাকী শিল্পী৷ নাম ভলৌ হাজৰিকা৷ বোকাখাত মহকুমাৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত মৰিয়াহোলা যোগনীয়া গাঁৱৰ নিৱাসী ভলৌ হাজৰিকা৷

এগৰাকী বায়ন হিচাপে পৰিচিত ভলৌ হাজৰিকা সৰুৰে পৰাই খোল বাদ্যৰ সৈতে জড়িত৷ সেই সূত্ৰে ৰাজ্য চৰকাৰে ভলৌ হাজৰিকাক ২০২০ বৰ্ষৰ ১৫ আগষ্টত শিল্পী পেঞ্চন প্ৰদান কৰাৰ কথা ঘোষণা কৰিছিল৷

Apply Now

ভলৌ হাজৰিকাই ১৫ আগষ্টৰ পৰাই কাৰ্যকৰি হোৱাকৈ শিল্পী পেঞ্চন লাভ কৰিব বুলি ঘোষণা কৰিছিল যদিও ২০২১ বৰ্ষৰ শিল্পী দিৱসৰ দিনটোলৈকে শিল্পীগৰাকীয়ে শিল্পী পেঞ্চনৰ নামত ফুটাকড়ি এটাও লাভ নকৰিলে৷

চৰ্ম কৰ্কট ৰোগত ভোগী থকা অতি দৰিদ্ৰ ভলৌ হাজৰিকাই শিল্পী পেঞ্চন লাভৰ আশাত বিভিন্ন ব্যক্তিৰ পৰা ধন ধাৰে লৈ গুৱাহাটীত ৰোগ চিকিৎসা কৰাইছিল৷

কিন্তু শিল্পী পেঞ্চন লাভ নকৰা ভলৌ হাজৰিকাই এতিয়া ঋণ পৰিশোধ কৰাক লৈ সমস্যাত পৰিছে৷ আৰ্থিক নাটনিত হাবু ডুবু খাইছে৷ ইফালে চৰকাৰে শিল্পী পেঞ্চনৰ নামত শিল্পীগৰাকীৰ পৰা নতুন নতুন তথ্যহে বিচাৰিছে৷ যাৰ বাবে নিৰক্ষৰ ভলৌ হাজৰিকা এতিয়া আন এক বিপদতহে পৰিছে৷

আজি বোকাখাত নাট্য মন্দিৰে আয়োজন কৰা শিল্পী দিৱসত সম্বৰ্ধনা জনোৱা হয় শিল্পী গৰাকীক।

সম্বৰ্ধনা গ্ৰহণৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত শিল্পী ভলৌ হাজৰিকাই এই বিষয়ে কৈ হতাশা প্ৰকাশ কৰে।

বোকাখাত নাট্য মন্দিৰৰ উদ্যোগত আজি স্থানীয় নাট্য মন্দিৰত আজি দিনজোৰা কাৰ্সুচীৰে শিল্পী দিৱস উদাসন কৰা হয়৷

সভাপতি দিলীপ শইকীয়াই স্মৃতি তৰ্পণেৰে শুভাৰম্ভ কৰা অনুষ্ঠানত বিভিন্ন সাংস্কৃতিক কাৰ্যক্ৰমৰ লগতে এচিএচ লাভ কৰা বোকাখাতৰ যুৱক বেদব্ৰত পেগুকো সম্বৰ্ধনা জনায়।

আলেখ্য, সমবেত সংগীত, জ্যোতি সংগীতেৰে উদযাপিত অনুষ্ঠানৰ আঁত ধৰে সম্পাদক জিতু শৰ্মা ৰাজখোৱাই।

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীৰ কাৰ্যসূচীত অংশ লোৱা যুৱসকলৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰ প্ৰত্যাহাৰৰ দাবী ডিৱাইএফআই-এআইৱাইএফৰ

July 26, 2026 8:32 pm
প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

প্ৰাকৃতিক দুৰ্যোগ নে মানৱসৃষ্ট বিপৰ্যয়? পাহাৰীয়া ৰাজ্যৰ উন্নয়নৰ নামত প্ৰকৃতি ধ্বংসৰ কৰুণ পৰিণতি

July 26, 2026 7:02 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

প্ৰাণহানি, প্লাৱিত গাঁও, বিচ্ছিন্ন পথ: উজনি অসমত এন ডি আৰ এফ-এছ ডি আৰ এফৰ যৌথ অভিযানত ৫৬৮ জন উদ্ধাৰ

July 26, 2026 9:37 pm
মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

মাৰ্ঘেৰিটাত চাঞ্চল্যকৰ ঘটনা: বুঢ়ীদিহিং নদীত জাঁপ দিলে এগৰাকী সাংবাদিকে

July 26, 2026 9:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd