• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 1, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এদিনৰ বাবে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হ’ব এগৰাকী কিশোৰী! কিন্তু কিয় মুখ্যমন্ত্ৰী পাতিবলগীয়া হ’ল তেওঁক?

এন ই নাও নিউজ by এন ই নাও নিউজ
January 22, 2021 5:08 pm
a day
382
VIEWS
Share on FacebookShare on Twitter

এদিনৰ বাবে মুখ্যমন্ত্ৰী কথাষাৰ কেৱল চিনেমাতহে দেখা যায় যদিও এইবাৰ বাস্তৱতো দেখা যাব এদিনৰ বাবে মুখ্যমন্ত্ৰী হোৱা এগৰাকী কিশোৰীক।

অহা ২৪ জানুৱাৰীত উত্তৰাখণ্ডত মাত্ৰ এদিনৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিবলগীয়া এই গৰাকী কিশোৰীৰ নাম সৃষ্টি গোস্বামী।

সৃষ্টিয়ে ত্ৰিভেন্দ্ৰ সিং ৰাৱাট নেতৃত্বাধীন উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী হিচাবে এদিনৰ বাবে উপবিষ্ট হৈ চৰকাৰী  আঁচনি সমূহ সঠিক ভাবে ৰূপায়ন হৈছে নে নাই সেয়া পৰীক্ষা কৰি চাব।

কেৱল সেয়াই নহয়, এদিনৰ বাবে মুখ্যমন্ত্ৰী হ’বলগীয়া সৃষ্টি গোস্বামীৰ সৈতে ৰাজ্য খনৰ শীৰ্ষ আমোলাসকলে মত বিনিময়ো কৰিব।

উত্তৰাখণ্ডৰ শিশু সুৰক্ষা অধিকাৰ আয়োগৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে উক্ত দিনা এদিনৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিবলগীয়া সৃষ্টি গোস্বামী নামৰ কিশোৰীগৰাকীৰ সৈতে ৰাজ্যৰ উচ্চ পদস্থ বিষয়াসকলে প্ৰত্যেকেই ৫ মিনিটকৈ সময় মত বিনিময় কৰিব।

শিশু অধিকাৰ সুৰক্ষা আয়োগে প্ৰকাশ কৰা মতে ৰাজ্য খনত মহিলাসৱলীকৰণৰ ধাৰণাটোক অধিক গতিশীল কৰাৰ লক্ষ্যৰেই এনেদৰে কিশোৰীগৰাকীক এদিনৰবাবে মুখ্যমন্ত্ৰীৰ আসনত বহিবলৈ দিয়া হ’ব।

ইয়াৰ পূৰ্বেও ২০১৮ চনত সৃষ্টিয়ে এদিনৰ বাবে মুখ্যমন্ত্ৰীৰ আসনত বহিছিল বুলি জানিব পৰা গৈছে।

উত্তৰাখণ্ডৰ দৌলতপুৰৰ বাসিন্দা সৃষ্টি গ্স্বামী নামৰ কিশোৰীগৰাকী ৰুৰকীৰ বিএছএম পিজি কলেজৰ কৃষি বিজ্ঞান বিষয়ৰ ষষ্ঠ ছেমিষ্টাৰৰ ছাত্ৰী।

সৃষ্টিৰ পিতৃ প্ৰৱীণ গোস্বামী এগৰাকী ব্যৱসায়ী আৰু মাতৃ সুধা গোস্বামী গৃহিনী।সৃষ্টিয়ে সৰুৰে পৰাই নানান সামজিক কামত জৰিত হৈ আহিছে।

Recent News

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

প্ৰকৃত গো-পালকৰ অৱস্থা অতি শোচনীয়, ধনী হৈছে কেৱল বৰমূৰীয়াসকলৰ অঙহী-বঙহীহে : দুগ্ধ বিতৰণ ফেডাৰেশ্যনৰ অভিযোগ

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

ভুৱা নথি লৈ আইআইটি-বম্বেত গৱেষক ছাত্ৰ হিচাপে প্ৰৱেশঃ দুসপ্তাহ উপস্থিতিৰ পাছতহে দৃষ্টিগোচৰ কাণ্ড

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কমাৰ নাম নাই! ১ জুলাইৰ পৰা বৃদ্ধি পালে ৰে’লৰ ভাড়া; বিজ্ঞপ্তি প্ৰকাশ কৰি জনালে ৰে’ল মন্ত্ৰালয়ে

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

কাৰ্যপালিকাৰ ওপৰত ৰুষ্ট ন্যায়পালিকা : থাইলেণ্ডৰ প্ৰধানমন্ত্ৰী পাটংটাৰ্ণ শ্বিনাৱাট্ৰাক নিলম্বন সাংবিধানিক আদালতৰ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd