• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অন্ত পৰিল বোকাখাতত অনুষ্ঠিত ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্য প্ৰদৰ্শনীৰ; শ্ৰেষ্ঠ প্ৰদৰ্শনকাৰীলৈ বঁটা

উত্তম শইকীয়া by উত্তম শইকীয়া
January 24, 2021 6:40 am
IMG_20210123_191432~2

ফটো: নর্থইষ্ট নাও।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাজ্যৰ কৃষি আৰু উদ্যান শস্য বিভাগৰ উদ্যোগত আৰু অসম কৃষি বিশ্ববিদ্যালয়ৰ বিশেষ সহযোগত বোকাখাতত ২১ জানুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় কৃষি আৰু উদ্যান শস্যৰ প্ৰদৰ্শনীৰ শনিবাৰে সামৰণি পৰে ৷

তিনিদিনীয়া এই ৰাষ্ট্ৰীয় প্ৰদৰ্শনীত দেশ-বিদেশৰ বহু অতিথি, কৃষি বিশেষজ্ঞ আৰু ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰগতিশীল কৃষকে অংশগ্ৰহণ কৰে ৷

Apply Now

প্ৰদৰ্শনীৰ অন্তিম দিনা বোকাখাতৰ প্ৰদৰ্শনী থলীত সুসজ্জিত মণ্ডপত কৃষি যান্ত্ৰিককৰণ আৰু পৰিমিত কৃষি, কৃষি মুল্যায়ন আৰু পৰিচালনা আৰু বৈজ্ঞানিক পদ্ধতিত গাহৰি পালন আৰু এন্ট্ৰাপ্ৰিনয়ৰশ্বিপ ডেভিলপমেন্ট বিষয়ত এলানি প্ৰশিক্ষণ অনুষ্ঠিত হয় ৷

মেকাডনিয়াৰ উচ্চ পদস্থ বিষয়া নেহাট ইমিনি, ইন্দোনেচিয়াৰ সচিব এলী উলিয়ান্তি, ভুটানৰ কনচ্যুল জেনেৰেল ফুব চেৰিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত সমল ব্যক্তি হিচাবে উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যলয়ৰ অধ্যাপক মানস বৰুৱা,পঙ্কজ বৰুৱা আৰু ড০ অনন্ত শইকীয়া ৷

প্ৰশিক্ষণৰ শেষলৈ বিয়লি প্ৰদৰ্শনী থলীৰ মুল মণ্ডপত অনুষ্ঠিত হয় প্ৰদৰ্শনীৰ অংশ গ্ৰহণকাৰী সকলৰ মাজত আয়োজিত প্ৰতিযোগিতাৰ বঁটা বিজয়ী সকলক বঁটা প্ৰদান কৰে ৷

এই লানি প্ৰতিযোগিতাত শ্ৰেষ্ঠ প্ৰদৰ্শনৰ বাবে তিতাবৰৰ কৃষক বিপিন লাহনক, শ্ৰেষ্ঠ প্ৰতিযোগিতামুলক উৎপাদনৰ বাবে বোকাখাত এগ্ৰ’কোম্পানীক, শ্ৰেষ্ঠ উদ্ভাৱনী দক্ষতাৰ বাবে সৰুপথাৰৰ অমৰেন্দ্ৰ চন্দ্ৰ পাল, শ্ৰেষ্ঠ বিপনিৰ বাবে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদ কৃষি বিভাগক, শ্ৰেষ্ঠ বিভাগীয় বিপনিৰ বাবে অসমৰ পশু কল্যাণ আৰু পশু চিকিৎসা বিভাগক, শ্ৰেষ্ঠ জিলা বিপনি হিচাবে গোলাঘাট জিলাৰ কৃষি বিভাগক, শ্ৰেষ্ঠ নাৰ্চাৰীৰ বাবে শিমলুগুৰিৰ সেউজবন নাৰ্চাৰীক আৰু শ্ৰেষ্ঠ কৃষি যন্ত্ৰ আৰু কৃষি সঁজুলিৰ বিপনিৰ বাবে জালুকবাৰীৰ কুমাৰ ইঞ্জিনিয়াৰিঙক বঁটা প্ৰদান কৰা হয় ৷

ইয়াৰ উপৰিও এই অনুষ্ঠানৰ লগত সংগতি ৰাখি আয়োজন কৰা নৰ্থ ইষ্ট এগ্ৰি আইডিয়া চেলেঞ্জ ২০২১ বঁটাও প্ৰদান কৰে ৷ এই শিতানত প্ৰথম পুৰস্কাৰ ড০ ৰাজশেখৰ সাপকটাক, দ্বিতীয় পুৰস্কাৰ ৰিমঝিম বৰুৱাক আৰু তৃতীয় পুৰস্কাৰ প্ৰনৱ জ্যোতি পাৱেলক প্ৰদান কৰা হয় ৷

উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd