• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 3, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিছা কথাৰে শাসন ক্ষমতা দখল কৰা বিজেপি চৰকাৰ কৃষক, শ্ৰমিক, দুখীয়া ৰাইজৰ পক্ষত নাই : গৌৰৱ গগৈ

বিদ্যুৎজ্যোতি বৰা by বিদ্যুৎজ্যোতি বৰা
January 25, 2021 7:08 am
WhatsApp Image 2021-01-24 at 9.08.34 PM

চামগুৰিত কংগ্ৰেছৰ বিশাল জনসভা। ফটো: নৰ্থইষ্ট নাও।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক ৰকিবুল হুছেইনৰ গৃহ সমষ্টি চামগুৰিত কংগ্ৰেছ দলে আগন্তুক বিধান সভা নিৰ্বাচনী ৰণডংকা বজাই শক্তি প্ৰদৰ্শন কৰা পৰিলক্ষিত হৈছে ৷

নগাওঁ জিলাৰ চামগুৰি বিধান সভা সমষ্টিৰ যুৱ কংগ্ৰেছৰ উদ্যোগত আমবাগানৰ জগধাত্ৰী পূজা মণ্ডপৰ বাকৰিত দেওবাৰে এখন বিশাল “যুৱ একতা সমাৰোহ“ অনুষ্ঠিত হয়।

Apply Now

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য্যই আঁত ধৰা সভাৰ আৰম্ভণিতে ভেলেউগুৰিস্থিত জিলা শিক্ষা প্ৰশিক্ষণ কেন্দ্ৰৰ সন্মুখৰ পৰা কংগ্ৰেছৰ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্য্যায়ৰ কেইবাগৰাকী নেতাই  প্ৰায় দুই সহস্ৰাধিক লোকৰ সৈতে বাইক ৰেলি কৰি চামগুৰি সমষ্টিৰ আমবাগানত অনুষ্ঠিত হোৱা সভাখনত উপস্থিত হয়।

উক্ত সভাখনত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই বিজেপি দলক তীব্ৰ সমালোচনা কৰি ভাষণ প্ৰসঙ্গত ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ সভ্যতাক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰে।

কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে সমাৰোহ খনত উপস্থিত থাকি ভাষণ প্ৰসঙ্গত মুক্ত সমষ্টি চাবলৈ আশা কৰা সকলক চামগুৰি সমষ্টিলৈ আমন্ত্ৰণ জনোৱাৰ লগতে মূল্য বৃদ্ধিৰ প্ৰসঙ্গ উত্থাপন কৰি বিজেপি দলক পুঁজিপতিৰ চৰকাৰ বুলি কটাক্ষ কৰে ৷

পৰিৱৰ্তনৰ মিছা কথাৰে শাসন ক্ষমতা দখল কৰি আজি বিজেপি চৰকাৰে কৃষক, শ্ৰমিক,দুখীয়া ৰাইজৰ পক্ষত যে নাই, তাক প্ৰমান কৰিছে ৷

উক্ত সভাখনত সাংসদ সুস্মিতা দেৱ উপস্থিত থাকি ভাষণ প্ৰসংগত সাম্প্ৰদায়িক আৰু দুখীয়াৰ শত্ৰু বিজেপি, অসমৰ বঙালী সকলৰ ভাষা, সাহিত্য আৰু সংস্কৃতিৰো প্ৰধান শত্ৰু বুলি অভিহিত কৰে ৷

সৰ্ব ভাৰতীয় যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰী নিবাস বি ভি সমাৰোহত উপস্থিত থাকি নৰেন্দ্ৰ মোদীৰ শিক্ষাগত অৰ্হতা সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰা পৰিলক্ষিত হয় ৷ বেটি বচাও বেটি পঢ়াও শ্লোগান সন্দৰ্ভত নিবাসে বেটি সকলক বিজেপিৰ নেতা সকলৰ পৰা বচাই ৰাখিবলৈ আহ্বান জনায় ৷

কংগ্ৰেছ দলত নতুনকৈ যোগদান কৰা মীৰা বৰঠাকুৰে নিজৰ ভাষণত প্ৰধান মন্ত্ৰীক বিগত সময়বোৰত দিয়া আশ্বাস আৰু প্ৰতিশ্ৰুতিৰ উত্তৰ দিবলৈ সংবাদ মেল সম্বোধন কৰিবলৈ কিয় সাহস হোৱা নাই , তাৰ উত্তৰ বিচাৰি ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰা বুলি উল্লেখ কৰে ৷

উক্ত সভাতে বহু কেইগৰাকী বিজেপি কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে ৷ উক্ত সভাত ৰূপহীহাট সমষ্টিৰ বিধায়ক নৰুল হুদা, কংগ্ৰেছ নেতা কামৰুল ইছলাম চৌধুৰী, যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অজয় ছিকাৰা, আই টি চেলৰ মনোজ জৈন, সম্পাদিকা কৃষ্ণা দাস, তত্বাৱধায়ক সাগৰীকা বৰা, নগাঁও জিলা কংগ্ৰেছৰ সভাপতি তপন শৰ্মা, ৰাজ্যিক যুৱ কংগ্ৰেছৰ অভিজিৎ বৰা, নগাঁৱৰ প্ৰাক্তন বিধায়ক ডা৹ দুৰ্লভ চমুৱা, লামডিং সমষ্টিৰ প্ৰাক্তন বিধায়ক চপন কৰ, তিনি গৰাকী কন্ঠশিল্পী বাবু বৰুৱা, নেকিব আৰু দেৱৰাজ টানা , প্ৰাক্তন মন্ত্ৰী তথা চামগুৰি সমষ্টিৰ বিধায়ক ৰকিবুল হুছেইনকে ধৰি বহু কেইজন গণ্য মান্য ৰাজনৈতিক নেতা উপস্থিত থাকে।

বিদ্যুৎজ্যোতি বৰা

বিদ্যুৎজ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am
বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

বলপূৰ্বক সম্পত্তি দখল নহয়! বিচাৰিলেই সন্তানক উচ্ছেদ কৰিব পাৰে পিতৃ-মাতৃয়ে; কি ৰায় আদালতৰ?

October 3, 2026 8:08 am
বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

বাছৰ কণ্ডাক্টৰৰ ৰূপত মুখ্যমন্ত্ৰী থালাপতি বিজয়: দেখি আচৰিত যাত্ৰীসকল

October 2, 2026 9:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

বাদ পৰা ভোটাৰৰ নাম অন্তৰ্ভুক্তিত ফৰ্ম-৬ ব্যৱহাৰ শাস্তিযোগ্য অপৰাধ; আয়োগক তুলাধূনা প্ৰাক্তন চিইচিৰ

October 3, 2026 10:10 am
একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

একেদিনাই দুই ৰাজ্যত কংগ্ৰেছৰ মূৰব্বী সলনি! যোগীৰ দুৰ্গত মহিলা মুখ, পঞ্জাৱত হকী তাৰকাৰ হাতত নেতৃত্ব

October 3, 2026 9:14 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd