• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাৰিআলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ একাদশ স্মৃতি উদ্যান উদ্বোধন

কাজী জেইদুল ইছলাম by কাজী জেইদুল ইছলাম
January 31, 2021 1:58 pm
IMG-20210131-WA0016
177
VIEWS
Share on FacebookShare on Twitter

চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ একাদশ স্মৃতি উদ্যান খন আজি বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্ৰমোদ বৰাকুৰে আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে।

এই উপলক্ষে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বিষ্ণু উপাধ্যায়ৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী সভাত বিধায়ক গৰাকীয়ে বিশ্বনাথ বাসীৰ এটা দীৰ্ঘদিনীয়া আশা পুৰণৰ লগতে যিসকলৰ মৃত্যু হৈছিল সেইসকলৰ স্মৃতি সজীৱ হৈ ৰব বুলি উল্লেখ কৰে ।

বিদ্যালয়ৰ বিষয় শিক্ষক ৰুণু ফুকনে আঁত ধৰা আৰু শিক্ষক যামিনী বাঢ়ৈয়ে উদ্দেশ্য বাখ্যা কৰা সভাত বিশ্বনাথ জিলা পৰিষদৰ সদস্য সত্যেন্দ্ৰনাথ হাজৰিকা, বিশ্বনাথ ৰাজহ চক্ৰ বিষয়া বিশ্বজিৎ শইকীয়া, চাৰিআলি উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ অধ্যক্ষা স্বপনা বৰা দাস, অৱসৰপ্ৰাপ্ত অভিযন্তা কোষেশ্বৰ বৰা, অৱসৰপ্ৰাপ্ত শিক্ষক হেৰেম্ব শইকীয়াকে ধৰি বহুসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

উল্লেখ্য যে বিশ্বনাথ সমষ্টিৰ বিধায়ক পুজিৰে নৱ নিৰ্মিত তথা ১৯৬৩ চনৰ ৩১ জানুৱাৰীত বিদ্যালয়ৰ সৰস্বতী পূজাৰ প্ৰতিমা বিসৰ্জন দিবলৈ গৈ ব্ৰহ্মপুত্ৰৰ বুকুত কৰুণ সলিল সমাধি ঘটা ১১ জনকৈ শিক্ষক আৰু ছাত্ৰ সকলৰ পবিত্ৰ স্মৃতিত এই একাদশ স্মৃতি উদ্যান নিমাৰ্ণ কৰা হয় ।

সভাত বহ্মপুত্ৰৰ বুকুত সলিল সমাধি ঘটা ক্ৰমে হলধৰ হাজৰিকা, বিশ্বনাথ সাহা, তৰুণ বৰা,হৰেণ গোস্বামী, যতীন মেধি, কেশ্বৰ ফুকন, খৰ্গেশ্বৰ সুত,কোষেশ্বৰ কলিতা, চন্দ্ৰেশ্বৰ শৰ্মা, লক্ষেশ্বৰ শৰ্মা বৰুৱা, ভৱেন শৰ্মা ।

এই অনুষ্ঠানত প্ৰয়াত আটাই কেইগৰাকী ছাত্ৰ শিক্ষকৰ পৰিয়াল বৰ্গ‌ও উপস্থিত থাকে ।

Recent News

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

ইগা ছুয়াটেকৰ শিৰত জিলিকিল উইম্বলডন টেনিছৰ খিতাপ

বাণিজ্য যুদ্ধ! আমেৰিকাক শুল্ক আৰোপৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইউৰোপীয় কমিছনৰ

বাণিজ্য যুদ্ধ! আমেৰিকাক শুল্ক আৰোপৰ প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ ইউৰোপীয় কমিছনৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd