• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 20, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কেন্দ্ৰীয় বাজেটত অসমত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে ৩৪ হাজাৰ কোটি টকা আৱণ্টন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 1, 2021 12:23 pm
sitharaman
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে আজি দাখিল কৰা সাধাৰণ বাজেটত অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বাবে কিছু বিশেষ পেকেজ ঘোষণা কৰিছে।

ক’ৰ’ণাকালত সীতাৰমণে দাখিল কৰা বাজেটত অসমৰ যাতায়াত ব্যৱস্থাৰ উন্নয়নৰ বিষয়ত বিশেষ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হৈছে।

কেন্দ্ৰীয় বিত্তমমন্ত্ৰীয়ে দাখিল কৰা বাজেটত অসমত অহা তিনি বছৰৰ ভিতৰত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবে আৱণ্টন দিয়া হৈছে মুঠ ৩৪ হাজাৰ কোটি টকা। অসমত এই ধনেৰে অসমত ১৩ শ কিলোমিটাৰ পথ নিৰ্মাণ কৰা হ’ব।

লগতে এই ধন ৰাশিৰে অসমত ফ’ৰ লেন ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ লগতে ঘাইপথৰ উন্নয়ন কৰা হ’ব।

অসমৰ লগতে চুবুৰীয়া পশ্চিমবংগত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ বাবেও বাজেটত বৃহৎ পুঁজি ধাৰ্য কৰা হৈছে।

ইপিনে ক’ৰ’ণাই বিধ্বস্ত কৰা দেশৰ অৰ্থনীতিৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ বিবেচিত হোৱা কেন্দ্ৰীয় বাজেটত অনুৰণন ঘটিছে মোদীৰ আত্মনিৰ্ভৰ ভাৰতৰ কথা।

স্বাস্থ্য খণ্ডত কেইবা হাজাৰ কোটি টকা ধাৰ্য কৰি ১৭ হাজাৰ স্বাস্থ্য প্ৰতিষ্ঠানক নৱজীৱন দান কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে।

বাজেটৰ বিভিন্ন ঘোষণাৰে কৃষকৰ আয় দ্বিগুণ কৰাৰো লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জুবিন বিয়োগৰ শোকৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ড!

জুবিন বিয়োগৰ শোকৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ড!

September 20, 2025 4:09 pm
জুবিন গাৰ্গৰ সংগীত যাত্ৰা: এক সময় ৰেখা

জুবিন গাৰ্গৰ সংগীত যাত্ৰা: এক সময় ৰেখা

September 20, 2025 3:50 pm
জুবিন গাৰ্গৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ বাবে এক ডাঙৰ ক্ষতি : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

জুবিন গাৰ্গৰ মৃত্যু অসমৰ জাতীয় জীৱনৰ বাবে এক ডাঙৰ ক্ষতি : ভূমি অধিকাৰ যৌথ সংগ্রাম সমিতি

September 20, 2025 3:18 pm
কি আছে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত? কি হৈছিল শিল্পীজনৰ!

নিশা প্ৰায় ১২ বজাত দিল্লী পাব জুবিন গাৰ্গৰ নশ্বৰ দেহ! বিমানবন্দৰৰ ভিতৰত মুখ্যমন্ত্ৰীয়ে চমজি ল’ব দেহ

September 20, 2025 3:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জুবিন বিয়োগৰ শোকৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ড!

জুবিন বিয়োগৰ শোকৰ মাজতে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ অবিবেচকী কাণ্ড!

September 20, 2025 4:09 pm
জুবিন গাৰ্গৰ সংগীত যাত্ৰা: এক সময় ৰেখা

জুবিন গাৰ্গৰ সংগীত যাত্ৰা: এক সময় ৰেখা

September 20, 2025 3:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd