• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চামগুৰিত ৰাইজৰ দলৰ চামগুৰি সমষ্টি সমিতি গঠন : বিজেপি-কংগ্ৰেছক তীব্ৰ সমালোচনা

বিদ্যুত জ্যোতি বৰা by বিদ্যুত জ্যোতি বৰা
February 1, 2021 8:43 pm
index.jpg
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আগন্তুক বিধান সভা নিৰ্ব্বাচনৰ দিন চমু চাপি অহাৰ সময়তে ৰাজনৈতিক দলসমূহে ৰাজনৈতিক কুজকাৱাজ চলাবলৈ আৰম্ভ কৰাৰ সময়তে সোমবাৰে নগাঁও জিলাৰ চামগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহত ৰাইজৰ দলৰ এখনি সভা অনুষ্ঠিত হয়।

নিৰ্বাচনৰ প্ৰতি লক্ষ্য কৰি নৱ গঠিত ৰাইজৰ দলে চামগুৰি ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা চামগুৰি সমষ্টি সমিতি গঠন কৰা সভাত মুখ্য অতিথি হিচাপে ৰাইজৰ দলৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰকাশ বৰুৱা উপস্থিত থাকি ভাষণ প্ৰসংগত কয় যে দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰী কংগ্ৰেছ আৰু সাম্প্ৰদায়িক বিজেপি দলক বিধা সভা নিৰ্বাচনত উৎখাত কৰি ৰাইজৰ দলক দিছপুৰত স্থাপন কৰিবলৈ অসমৰ জনগণৰ লগতে  চামগুৰিবাসীক মাৰ বান্ধি সাজু হ’বলৈ  আহ্বান জনায়।

Apply Now

ৰাইজৰ দলত অলপতে যোগদান কৰা শ্ৰমিক উন্নয়ন পৰিষদৰ প্ৰাক্তণ সভাপতি প্ৰদীপ কলিতাই কয় যে বিজেপি চৰকাৰখনে বিগত কংগ্ৰেছ চৰকাৰৰ দিনত সংঘটিত হোৱা দুৰ্নীতিৰ দৰেই বিজেপি চৰকাৰখনেও সমান দুৰ্নীতি কৰি আহিছে।

আহি থকা দিনত আৰ টি আই যোগে লাভ কৰা সকলো দুৰ্নীতিৰ তথ্যসমূহ সংবাদ মাধ্যমৰ জৰিয়তে ৰাইজে জানিব পাৰিব বুলি কৃষক নেতাগৰাকীয়ে মন্তব্য কৰে।

পৰৱৰ্তী সময়ত ৰাইজৰ দলৰ চামগুৰি সমষ্টি সমিতিৰ সভাপতি হিচাপে প্ৰদীপ কলিতা আৰু সাধাৰণ সম্পাদক ৰঞ্জিত দাধৰাৰ নেতৃত্বত ৩১ জনীয়া নৱ নিযুক্ত সদস্যৰে চামগুৰি সমষ্টি সমিতিখন গঠন কৰা হয়।

নগাঁও জিলাৰ ৰাইজৰ দলৰ উপ সভাপতি ৰিয়াজউদিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই সভাতেই শতাধিক বিজেপি আৰু কংগ্ৰেছ কৰ্মীই ৰাইজৰ দলত যোগদান কৰে বুলি নৱ গঠিত সমষ্টি সমিতিৰ সভাপতি প্ৰদীপ কলিতাই জানিবলৈ দিছে।

উক্ত সভাত ৰাইজৰ দলৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক বিতুপন শইকীয়া, উপ সভাপতি চিৰন্তন তামূলী চেতীয়া, সাধাৰণ সম্পাদক আব্দুল আজিজ, সম্পাদনক আক্ৰামূলকে ধৰি বহু সংখ্যক নেতা কৰ্মী উপস্থিত থাকে।

বিদ্যুত জ্যোতি বৰা

বিদ্যুত জ্যোতি বৰা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd