• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিটিআৰৰ ছয় নতুন কাৰ্যবাহী সদস্যৰ শপতগ্ৰহণ

অসম্পূৰ্ণ আঁচনিৰ বিপৰীতে ধন আত্মসাত কৰা প্ৰাক্তন কাৰ্যবাহীৰ বিৰুদ্ধে কৰা হব তদন্ত

ৰিনয় বসুমতাৰী by ৰিনয় বসুমতাৰী
February 2, 2021 6:51 am
bhaba
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰমোদ বড়ো নেতৃত্বাধীন ইউপিপিএল,বিজেপি আৰু জিএছপি মিত্ৰজোঁট বিটিআৰ পৰিষদীয় চৰকাৰৰ ছয় গৰাকী নতুন কাৰ্যৱাহী সদস্যই  শপতগ্ৰহণ কৰিছে৷

কোকৰাঝাৰৰ বডোফা নগৰস্থিত বিটিআৰ সচিবালয়ৰ সভাকক্ষত অনুষ্ঠিত এক অনুষ্ঠানত বিটিআৰৰ প্ৰধান সচিৱ ড°সিদ্বাৰ্থ সিঙে নতুন কাৰ্যৱাহী সকলৰ শপতগ্ৰহণ আৰু গোপনীয়তাৰ শপত বাক্য পাঠ কৰায়৷

Apply Now

শপতগ্ৰহণ কৰা কাৰ্যবাহী সকলৰ ভিতৰত তিনি গৰাকী ইউপিপিএলৰ ক্ৰমে ড° নীলোৎ স্বৰ্গীয়াৰী,ডাউবাইছা বড়ো,ৰাকেশ ব্ৰহ্ম আৰু বিজেপিৰ তিনি গৰাকী ক্ৰমে ধৰ্ম নাৰায়ণ দাস,সঞ্জীৱ তাঁতী আৰু ৰেৱৰেৱা নাৰ্জীহাৰী৷

শপতগ্ৰহণ অনুষ্ঠানৰ পিচত বিটিআৰৰ মুখ্য কাৰ্যৱাহী প্ৰমোদ বড়োই সাংবাদিকৰ আগত কয় যে সোতৰ বছৰীয়া শাসনৰ পৰিবৰ্তন কৰিব বিচাৰিলে সুশৃংখলিত ভাৱে ৰাইজৰ কাম -কাজ কৰিব লাগিব৷

ৰাইজৰ বহু আশা-আকাংক্ষা আছে৷গতিকে আমি অন্তৰৰ পৰা কাম কৰিব লাগিব৷স্থিৰভাৱে কৰিব লাগিব৷বহুতে কান্দিছে,হাঁহিছে৷ঠিকাদাৰে ঘেৰি ৰাখিছে৷গাম্ভীৰ্যতা অক্ষুণ্ণ ৰাখিব লাগিব৷কিছুমান স্থায়ী দীৰ্ঘম্যাদী আঁচনি লব লাগিব৷অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজন৷ পইচাৰ অপব্যৱহাৰ হব নালাগে৷জলসিঞ্চন,জন-স্বাস্থ্য,কৃষি বিভাগত একো হোৱা নাই৷যি সকলক ইএম দিব পাৰা নাই৷তেওঁলোককো কাম দিয়া হব৷ভগাই কাম কৰিব লাগিব৷এটা টীম হৈ কাম কৰিব লাগিব৷তাৎক্ষণিকভাৱে পুনৰীক্ষণ বৈঠক৷পথ আৰু জল সম্পদক প্ৰাধান্য দিয়া হ’ব।৷ইউপিপিএল,বিজেপি,জিএচপিৰ পৰিষদত লুকুৱাব লগীয়া একো নাই

আনপিনে সম্প্ৰতি বিটিআৰত উচ্ছেদকলৈ অব্যাহত থকা বিষয়টো সন্দৰ্ভত বিটিআৰৰ মুখ্য কাৰ্যৱাহী প্ৰমোদ বড়োই বিটিআৰত বৰ্তমানলৈ উচ্ছেদৰ কোনো সিদ্বান্ত গ্ৰহণ কৰা হোৱা নাই বুলি কয়৷

কিন্তু পূৰ্বৰ পৰিষদীয় চৰকাৰৰ দিনত সংঘটিত উন্নয়নমুলক কাম-কাজৰ ক্ষেত্ৰত সংঘটিত হোৱা কেলেংকাৰীৰ বিষয়ে তদন্ত কৰা হব বুলি তেওঁ প্ৰকাশ কৰে৷

বিশেষকৈ ঘঁৰিয়ালৰ দৰে এফালৰ পৰা গিলি খোৱা চিএছবিৰ ওপৰত তদন্ত কৰি থকা হৈছে৷

লগতে বিটিআৰ অঞ্চলত যি সকল নিৰীহ লোকক ডাইনী সন্দেহত হত্যা কৰা হৈছিল তেনে ব্যক্তিৰ পৰিয়ালক নিকটতম আত্মীয়ক আৰ্থিক সাহায্য প্ৰদানৰ বাবে আগন্তুক বিটিআৰ অধিবেশনত আলোচনা কৰি ন্যায় প্ৰদানৰ ব্যৱস্থা কৰা হব বুলিও কয়৷

ৰিনয় বসুমতাৰী

ৰিনয় বসুমতাৰী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd