• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বহিঃবিশ্বৰ পৰা বিচ্ছিন্ন ম্যানমাৰ: কেইবা মাহলৈ সকলো বিমানৰ উৰণ তথা অৱতৰণ বন্ধ ৰখাৰ নিৰ্দেশ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 2, 2021 10:27 am
a tumblr_inline_o7rlpwEhU
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সামৰিক শাসকে বলপূৰ্বক ক্ষমতা হস্তগত কৰি এবছৰৰ বাবে জৰুৰীকালিন অৱস্থা ঘোষণা কৰা ম্যানমাৰ হৈ পৰিছে বহিঃ বিশ্বৰ পৰা সম্পূৰ্ণ বিচ্ছিন্ন।

সামৰিক শাসকে দেশ খনৰ পৰা সকলো বিমানৰ উৰণ তথা বাহিৰৰ পৰা অহা বিমানৰ অৱতৰণত নিষেধোজ্ঞা জাৰি কৰিছে।

‘ম্যানমাৰ টাইমছ’ কাকতত প্ৰকাশিত বাতৰি অনুসৰি দেশখনৰ সকলো পাইলটকে পূৰ্ব অনুমতি অবিহনে বিমানৰ উৰণ নকৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

কাকতখনত প্ৰকাশ পোৱা মতে সামৰিক শাসকে চলিত বৰ্ষৰ ৩১ মে’ পৰ্যন্ত বসকলো বিমানৰ উৰণ তথা অৱতৰণত নিষেধাজ্ঞা জাৰি কৰিছে।

ইপিনে দেশখনত থকা বিভিন্ন দেশৰ দূতাবাসে প্ৰকাশ কৰা মতে উৰণ নিষেধাজ্ঞা ৩০ এপ্ৰিললৈকে বাহাল থাকিব।

ইতিমধ্যে দেশ খনৰ সকলো বিমান বন্দৰ বন্ধ কৰি দিয়া হৈছে বুলি জানিব পৰা গৈছে।

এনে পৰিস্থিতিত ক্ৰমাৎ ৰাজনৈতিক অস্থিৰতা অধিক ঘনীভূত হৈ পৰা দেশ খনত বাস কৰা কোনো বিদেশী লোকেই বিমানেৰে তেওঁলোকৰ স্বদেশলৈ উভতি আহিব নোৱাৰিব।

উল্লেখ্য ১ ফ্ৰেব্ৰুৱাৰীৰ দিনা ম্যানমাৰৰ প্ৰতিৰক্ষাবাহিনীৰ মুৰব্বী  মিং আন লাইয়িঙৰ নেতৃত্বত সেনাই দেশ খনৰ শাসন হস্তগত কৰিছে আৰু দেশখনৰ ৰাষ্ট্ৰপতি ইউ উইন মিন্ত তথা আং চান ছ্যুকীক আটক কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় নাগৰিক হোৱাৰ পূৰ্বে ভোটাৰ তালিকাত নাম! ছোনিয়া গান্ধীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিলে আদালতে

ভাৰতীয় নাগৰিক হোৱাৰ পূৰ্বে ভোটাৰ তালিকাত নাম! ছোনিয়া গান্ধীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিলে আদালতে

September 11, 2025 6:25 pm
বিকল্প ৰাজনৈতিক ব্যৱস্থাৰ দ্বাৰাহে নৃগোষ্ঠীয় সমস্যাৰ সমাধান সম্ভৱ : ছয় জনগোষ্ঠীৰ জনজাতিকৰন বিজেপিৰ প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি ৰূপায়ণ কৰক  : ডাঃ ভৱেন চৌধুৰী

বিকল্প ৰাজনৈতিক ব্যৱস্থাৰ দ্বাৰাহে নৃগোষ্ঠীয় সমস্যাৰ সমাধান সম্ভৱ : ছয় জনগোষ্ঠীৰ জনজাতিকৰন বিজেপিৰ প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি ৰূপায়ণ কৰক  : ডাঃ ভৱেন চৌধুৰী

September 11, 2025 6:22 pm
ফিজিঅ’থেৰাপিষ্টসকল চিকিৎসক নহয়, নামৰ আগত লিখিব নোৱাৰে ‘ডক্তৰ’, জনালে স্বাস্থ্য মন্ত্ৰালয়ে

ফিজিঅ’থেৰাপিষ্টসকল চিকিৎসক নহয়, নামৰ আগত লিখিব নোৱাৰে ‘ডক্তৰ’, জনালে স্বাস্থ্য মন্ত্ৰালয়ে

September 11, 2025 5:34 pm
উগ্ৰবাদ দমন কৰাত চৰকাৰ সাফল্য : বস্তৰত আত্মসমৰ্পণ ১৬ মাওবাদীৰ

উগ্ৰবাদ দমন কৰাত চৰকাৰ সাফল্য : বস্তৰত আত্মসমৰ্পণ ১৬ মাওবাদীৰ

September 11, 2025 5:25 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় নাগৰিক হোৱাৰ পূৰ্বে ভোটাৰ তালিকাত নাম! ছোনিয়া গান্ধীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিলে আদালতে

ভাৰতীয় নাগৰিক হোৱাৰ পূৰ্বে ভোটাৰ তালিকাত নাম! ছোনিয়া গান্ধীৰ বিৰুদ্ধে গোচৰ খাৰিজ কৰিলে আদালতে

September 11, 2025 6:25 pm
বিকল্প ৰাজনৈতিক ব্যৱস্থাৰ দ্বাৰাহে নৃগোষ্ঠীয় সমস্যাৰ সমাধান সম্ভৱ : ছয় জনগোষ্ঠীৰ জনজাতিকৰন বিজেপিৰ প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি ৰূপায়ণ কৰক  : ডাঃ ভৱেন চৌধুৰী

বিকল্প ৰাজনৈতিক ব্যৱস্থাৰ দ্বাৰাহে নৃগোষ্ঠীয় সমস্যাৰ সমাধান সম্ভৱ : ছয় জনগোষ্ঠীৰ জনজাতিকৰন বিজেপিৰ প্ৰতিশ্ৰুতি, প্ৰতিশ্ৰুতি ৰূপায়ণ কৰক  : ডাঃ ভৱেন চৌধুৰী

September 11, 2025 6:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd