• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডি এইচ্ছ ডিৰ লগত চৰকাৰে স্বাক্ষৰ কৰা এম অ’ এছ বাস্তৱায়নৰ দাবী জনালে ডিমাচা ষ্টুডেণ্ট য়ুনিয়নে

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
March 18, 2018 8:38 pm
DHD

মুখ্য মন্ত্ৰীক স্মাৰকপত্ৰ দিছে ডিমাচা ষ্টুডেণ্ট য়ুনিয়নে।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাৰ্বত্য ডিমা হাচাও জিলাৰ ভংগ কৰি দিয়া বিদ্ৰোহী সংগঠনৰ ডি এইচ্ছ ডি আৰু ডি এইচ্ছ ডি (জে) উভয় গোটৰ লগত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আলোচনা মৰ্মে স্বাক্ষৰিত মেম’ৰেনণ্ডাম অব ছেটলমেণ্ট (MoS)ক বাস্তৱ ৰূপ দিয়াৰ বাবে মুখ্য মন্ত্ৰীৰ ওচৰত দাবী জনালে ডিমাচা ষ্টুডেণ্ট য়ুনিয়নৰ কেন্দ্ৰীয় সমিতিয়ে।

১৬ মাৰ্চত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মাইবাঙত উপস্থিত হওঁতে ডিমাচা ষ্টুডেণ্ট য়ুনিয়নৰ কেন্দ্ৰীয় কমিটিৰ এক প্ৰতিনিধি দলে সাক্ষাৎ কৰি এখন স্মাৰকপত্ৰ প্ৰদান কৰে, য’ত অন্যান্য দাবীৰ লগতে ঘাইকৈ MoS  ৰ কথা উল্লেখ কৰা হয়।

Apply Now

উল্লেখযোগ্য যে প্ৰাক্তন বিদ্ৰোহী সংগঠন ডি এইচ্ছ ডি আৰু চৰকাৰৰ মাজত ২০০৩ চনৰ ১ জানুৱাৰিত যুদ্ধবিৰতি চুক্তিৰ স্বাক্ষৰিত হয়। ইয়াৰ প্ৰায় এবছৰৰ পিছতে ডি এইচ্ছ ডিত বিভাজন হৈ দুটা ফৈদৰ সৃষ্টি হয়।

ফলত জুৱেল গাৰ্লোচাৰ নেৰ্তৃত্বত ডি এইচ্ছ ডিৰ নতুন গোটৰ আত্মপ্ৰকাশ হয়। পৰৱৰ্তী সময়ত ২০০৯ চনত জুৱেল গোটেও অস্ত্ৰ সমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি আহে।

আলোচনাৰ পিছত ২০১২ চনৰ ৮ ডিচেম্বৰত নতুন দিল্লীত ডি এইচ্ছ ডিৰ উভয় গোট আৰু কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সৈতে এম অ’ এছ স্বাক্ষৰিত হয়। কিন্তু এতিয়ালৈকে এই স্বাক্ষৰিত চুক্তিখন বাস্তৱায়িত হোৱা নাই। চুক্তি স্বাক্ষৰিত হোৱা পাঁচ বছৰ পাৰ হৈ গ’ল যদিও উভয় চৰকাৰ নিমাত হৈ আছে। সেইকাৰণে যাতে ৰাজ্য চৰকাৰৰ ফালৰ পৰা অনতি পলমে ব্যৱস্থা লোৱা হয় তাৰ কাৰণে দাবী জনাইছে ডিমাচা ষ্টুডেণ্ট য়ুনিয়নে।

ছাত্ৰ সংগঠনটোৱে ইয়াৰ বাহিৰেও পাৰ্বত্য জিলাত এখন বিশ্ববিদ্যালয় স্থাপন কৰা, হাফলঙত এখন গাৰ্লছ ডিগ্ৰী কলেজৰ লগতে দিয়ুঙব্ৰাত ইঞ্জিনিয়াৰিং কলেজ স্থাপনৰ দাবীও জনায়। আনহাতে মাইবাঙত ছাব ডিভিজনেল স্প’ৰ্টছ এণ্ড কালচাৰেল কমপ্লেক্স স্থাপনৰ কাৰণেও স্মাৰকপত্ৰত দাবী উত্থাপন কৰা হয়।

স্মাৰকপত্ৰখনত স্বাক্ষৰ কৰিছে ক্ৰমে ডিমাচা ষ্টুডেণ্ট য়ুনিয়নৰ কেন্দ্ৰীয় কমিটিৰ সভাপতি সিদুত নাইদিং আৰু সাধাৰণ সচিব প্ৰমিত চেঙগুইনে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

July 2, 2026 8:01 am
অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

July 2, 2026 6:40 am
হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

হোৱাটছএপৰ ইউজাৰনেম ব্যৱস্থা বন্ধ কৰিবলৈ মেটাক নিৰ্দেশ চৰকাৰৰ, ৩ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 1, 2026 9:26 pm
কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

কৰ্পোৰেট পৃথিৱীৰ মানসিক চাপে মাতি আনিছে নেকি মৃত্যু? আন্তৰ্জাতিক শ্ৰম সংস্থাৰ এক উদ্বেগজনক প্ৰতিবেদন

July 1, 2026 9:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

July 2, 2026 8:01 am
অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

অত্যাধিক প্ৰটিন আপোনাৰ কিডনীৰ বাবে বিপদজনক নেকি? চিকিৎসকৰ ডাঙৰ সতৰ্কবাণী

July 2, 2026 6:40 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd