• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

এমাজনৰ চিইঅ’ পদৰ পৰা জেফ বেজোছৰ অব্যাহতি; নতুন দায়িত্বত কোন?

এন ই নাও নিউজ by এন ই নাও নিউজ
February 3, 2021 3:19 pm
WhatsApp Image 2021-02-03 at 2.57.21 PM

জেফ বেজোছ।

240
VIEWS
Share on FacebookShare on Twitter

চলিত বছৰতেই দায়িত্ব এৰি যাবলৈ ওলাইছে এমাজনৰ প্ৰতিষ্ঠাতা তথা মুখ্য কাৰ্যবাহী বিষয়া জেফ বেজোছ।

বেজোছে নিজেই এইকথা জানিবলৈ দি কৈছে যে এতিয়াৰে পৰা সেই দায়িত্ব পালন কৰিব এণ্ডি জেছিয়ে। তেওঁ বৰ্তমান এমাজনৰ ৱেব ছাৰ্বিছৰ মুৰব্বী আছিল।

২০১৬চনৰ পৰা তেওঁ এই দায়িত্বত থকাৰ উপৰি প্ৰায় ২৪ বছৰ ধৰি তেওঁ কোম্পানীৰ সৈতে জড়িত হৈ আছে। সেয়ে তেওঁ নতুন দায়িত্ব লাভ কৰাত কোনো আচৰিত হ’বলগীয়া নাই।

জেফ বেজোছে জানিবলৈ দিয়ে যে তেওঁ এইবছৰৰ তৃতীয়াৰ্দ্ধত চিইঅ’ পদ এৰিব।

এমাজনৰ কৰ্মীসকলক এখন পত্ৰৰ জৰিয়তে বেজোছে জনাই কয়,’’এমাজনৰ দৰে গুৰুত্বপূৰ্ণ উদ্যোগৰ সৈতে জড়িত হৈ থাকক। মোৰ আৰু এনাৰ্জি নাই। কিন্তু সেইবুলি এইটো নহয় যে মই অৱসৰ  লৈছো। সংস্থাটোৰ প্ৰতি মি অতিকৈ মোহাচ্ছন্ন। জেছি কোম্পানীটোৰ সৈতে পৰিচিত তথা সংস্থাটোৰ বহু পুৰণি কৰ্মী। বহু বছৰ ধৰি তেওঁ কাম কৰিছে। তেওঁ এগৰাকী দুৰ্দান্ত নেতা। তেওঁৰ প্ৰতি মোৰ সম্পূৰ্ণ আস্থা আছে।‘’

হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ জেছিয়ে এমাজনতেই চাকৰিজীৱন আৰম্ভ কৰিছিল।

জেছিৰ নতুন দায়িত্বপ্ৰাপ্তিৰ পাছত এমাজন ক্লাউড তথা ডাটা ছাৰ্ভিছৰ অধিক উন্নতি হ’ব বুলি আশা কৰা হৈছে।   

Recent News

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

ওজন কমাবলৈ ‘২১-২১-২১’ নিয়ম! কপিল শৰ্মাৰ পৰিৱৰ্তিত চেহেৰাৰ আঁৰৰ ৰহস্য ফাদিল কৰিলে প্ৰশিক্ষকে

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

মহানগৰীৰ জোনালীত বিশ্ব পক্ষী দিৱস উদযাপন : চৰাই বিষয়ক স্মৃতিগ্ৰন্থ ‘পক্ষী সংবাদ’ উন্মোচন

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

এছিয়া কাপৰ বাবে ভাৰতলৈ আহিব পাকিস্তানৰ হকী দল: ক্ৰীড়া মন্ত্ৰালয়ৰ সূত্ৰৰ দাবী

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

ইংলেণ্ডৰ ভূমিত ‘প্ৰিন্স’ শুভমন গিলৰ দৃষ্টিনন্দন দ্বিশতকঃ গাভাস্কাৰ, দ্ৰাবিড় আৰু কোহলীৰ অভিলেখো কৰিলে ভংগ!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd