• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ বিত্তীয় খেলিমেলি : চাৰিজনীয়া তদন্ত কমিটি গঠন ৰাজ্যপালৰ

অভীক চক্ৰৱৰ্তী by অভীক চক্ৰৱৰ্তী
February 3, 2021 5:28 pm
Dibrugarh-University
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উজনি অসমৰ উচ্চ শিক্ষাৰ অন্যতম প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় খেলিমেলিৰ তদন্তৰ বাবে ৰাজ্যপাল তথা আচাৰ্য জগদীশ মুখীয়ে চাৰিজনীয়া তদন্ত কমিটি গঠনৰ কথা এক জাননী যোগে ঘোষণা কৰিছে।

কিছু দিন পূৰ্বে সদৌ অসম ছাত্ৰ সন্থাৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গোটে উপাচাৰ্য ডঃ ৰঞ্জিত তামুলীয়ে বিশ্ববিদ্যালয়খনত সংঘটিত বিত্তীয় খেলিমেলিত জড়িত থকাৰ অভিযোগ তুলি ইয়াৰ তদন্তৰ দাবী তুলিছিল।

Apply Now

আনকি ছাত্ৰ সংগঠনটোৰ বিশ্ববিদ্যালয়ৰ গোটে উপাচাৰ্য ডঃ ৰঞ্জিত তামুলীৰ আৱাসগৃহৰ সম্মুখত বিত্তীয় খেলিমেলিৰ তদন্তৰ দাবী তুলি প্ৰতিবাদ সাৱস্ত্যও কৰিছিল।

আনহাতে অলপতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শিক্ষক সংস্থায়ো উপাচাৰ্য ডঃ ৰঞ্জিত তামুলীৰ বিত্তী খেলিমেলি বিৰুদ্ধে তদন্ত কৰিবলৈ এখন উচ্চ ক্ষমতা সম্পন্ন তদন্ত কমিটি গঠন কৰিবলৈ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়খনৰ আচাৰ্য প্ৰফেচৰ জগদীশ মুখীক দাবী জনাইছিল।

ইয়াৰ পিছতে ৰাজ্যপাল জগদীশ মুখীয়ে বুধবাৰে বিশ্ববিদ্যালয়খনৰ বিত্তীয় খেলিমেলি তদন্ত কৰিবলৈ মাধ্যমিক শিক্ষা বিভাগৰ আয়ুক্ত সচিব প্ৰীতম শইকীয়াৰ নেতৃত্বত এখন চাৰিজনীয়া তদন্ত সমিটি গঠন কৰি দিছে।

তদন্ত কমিটিৰ অন্য তিনিগৰাকী সদস্য হৈছে ক্ৰমে উজনি অসম সংমণ্ডল আয়ুক্ত মলয় বৰা, অসম ফেৰেনছিক সঞ্চালকালয়ৰ দুই বৈজ্ঞানিক বিষয়া ৰাজীৱ শেনচোৱা আৰু ইছ্ৰাফীল মুছাহাৰী।

উল্লেখ্য যে বিগত কিছুমাহৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বিত্তীয় খেলিমেলিত উপাচাৰ্য ডঃ ৰঞ্জিত তামুলীয়ো সাঙুৰ খাই পৰাৰ অভিযোগ উত্থাপন হৈ আহিছে।

উপাচাৰ্য তামুলীয়ে ক্ষমতা অপ্ৰয়োগ কৰি বিশ্ববিদ্যালয়খনৰ বিভিন্ন শিতানত বিত্তীয় খেলিমেলি সংঘটিত কৰাৰ অভিযোগ কৰিছে আছুৰ বিশ্ববিদ্যালয়ৰ গোটে। আনকি ৰাজহুৱা ফাণ্ডৰ পুঁজি অপব্যৱহাৰ কৰিবলৈ ভুৱা চালান দাখিল কৰা বুলিও অভিযোগো উঠিছে উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে।

কোভিডকালীন অৰ্থাৎ লকডাউনৰ সময়ছোৱাত উপাচাৰ্য তামুলীয়ে এখন বিলাসী গাড়ী ক্ৰয় কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে। স্মৰ্তব্য যে কোভিডকালী সময়ত আৰক্ষীৰ কৰ্তব্য আৰু এম্বুলেঞ্চ সেৱাৰ বাবে প্ৰয়োজনীয় বাহনৰ বাহিৰে অন্য সকলো ধৰণৰ বাহন ক্ৰয় কৰাৰ ক্ষেত্ৰত চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছিল।

জাননীখনত উল্লেখ থকা অনুসৰি তদন্ত কমিটিয়ে বিশ্বিবদ্যালয়খনৰ বিৰুদ্ধে উত্থাপন হৈ থকা বিভিন্ন বিত্তীয় খেলিমেলিৰ তদন্ত কৰিব। কমিটিখনক বিশ্ববিদ্যালয়খনৰ বিভিন্ন বিত্তীয় তথ্যপাতি, হস্তাক্ষৰ আৰু স্বাক্ষৰ আদি পৰীক্ষাৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্যপাল তথা আচাৰ্য মুখীয়ে।

অভীক চক্ৰৱৰ্তী

অভীক চক্ৰৱৰ্তী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

ইউৰোপীয় দেশসমূহৰ বিশ্বকাপ বৰ্জনৰ হুংকাৰ: ফিফাৰ বিতৰ্কিত পৰিকল্পনাক লৈ তীব্ৰ সংঘাত

July 31, 2026 6:30 am
লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

পাকিস্তানত কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ! কমেও ৩২জনৰ মৃত্যু, মাটিৰ তলত আবদ্ধ বহু শ্ৰমিক

July 31, 2026 8:36 am
কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

কাজিৰঙা বিলাসী হোটেল প্ৰকল্পৰ গোচৰত জামিন লাভ প্ৰণৱ দলে সহ চাৰিজন ভূমি অধিকাৰ কৰ্মীৰ

July 31, 2026 7:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd