• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী এক্সপ্ৰেছৰ ফ্ৰিকুৱেন্সী বৃদ্ধি : ৪ খন নতুন ৰে’ল সেৱাৰ পুনৰাৰম্ভ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 3, 2021 8:16 pm
Pass spl train(1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২১ উত্তৰ পূৰ্বাঞ্চলৰ ৰে’লযাত্ৰীৰ সুবিধাৰ অৰ্থে উত্তৰ পুব সীমান্ত ৰে’লৱেই ডিব্ৰুগড় আৰু নতুন দিল্লীৰ মাজত চলাচল কৰা ০২৫০৩/০২৫০৪ ডিব্ৰুগড়-নতুন দিল্লীৰ ডিব্ৰুগড় ৰাজধানী স্পেচিয়েল ৰে’লখনৰ চলাচলৰ ফিকুৱেন্সী সপ্তাহত এদিনৰ পৰা ৫ দিনলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উত্তৰ পূৱ সীমান্ত ৰে’লৱেই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত এই কথা উল্লেখ কৰিছে।

বিবৃতিত লগতে কোৱা হৈছে যে এই ৰে’লখনৰ সময়সূচী, ষ্টপেজ আৰু গঠন পূৰ্বৰ দৰে একেই থাকিব।

Apply Now

সেই অনুসাৰে ০২৫০৩ ডিব্ৰুগড়-নতুন দিল্লী ৰাজধানী স্পেচিয়েল ৰে’লখনে প্রত্যেক ৰবিবাৰ, মঙ্গলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ আৰু শনিবাৰে ডিব্ৰুগড়ৰ পৰা ১৯.৫৫ বজাত যাত্ৰা আৰম্ভ কৰি আৰু যাত্ৰাৰ তৃতীয় দিনত নতুন দিল্লীত উপস্থিত হ’ব।

আনহাতে উভতি যাত্ৰাৰ সময়ত নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী স্পেচিয়েল ৰে’লখনে প্ৰত্যেক সোমবাৰ, মঙ্গলবাৰ, বুধবাৰ, শুক্ৰবাৰ আৰু শনিবাবে নতুন দিল্লীৰ পৰা ১১.২৫ বজাত যাত্ৰা আৰম্ভ কৰি যাত্ৰাৰ তৃতীয় দিনৰ ০৫.৩০ বজাত ডিব্রুগড়ত আহি উপস্থিত হ’ব।

এই অতিৰিক্ত ৰে’লসেৱা ডিব্ৰুগড়ৰ পৰা অহা ১৬ ফেব্ৰুৱাৰি আৰু নিউ দিল্লীৰ পৰা অহা ১৯ ফেব্ৰুৰাৰিৰ পৰা কাৰ্যকৰী হোৱাকৈ চলাচল আৰম্ভ কৰিব।

ডিব্রুগড়-নতুন দিল্লী-ডিব্ৰুগড় ৰাজধানী স্পেচিয়েল ৰে’লখনৰ ফিকুৱেন্সী বৃদ্ধিৰ প্ৰতি লক্ষ্য ৰাখি ০১৬৬৬ আগৰতলা-হবিবগঞ্জ সাপ্তাহিক স্পেচিয়েল ৰে’লখনৰ সময়সূচী নিউ কৰিমগঞ্জ, বদৰপুৰ, নিউ হাফলং, চাপৰমুখ, গুৱাহাটী, ৰঙিয়া, নিউ বঙাইগাঁও, নিউ কোচবিহাৰ আদিৰ দৰে কেইটামান ষ্টেচনৰ বাবে সংশোধন কৰা হৈছে।

আনহাতে উঃ পূঃ সীমান্ত ৰে’লৱেই উদয়পুৰ-কামাখ্যা-উদয়পুৰৰ মাজত স্পেচিয়েল ৰে’ল নং ০৯৭০৯/০৯৭১০ৰ সেৱা পুনৰ আৰম্ভ কৰাৰ বাবে সিন্ধান্ত গ্ৰহণ কৰিছে। ৰে’ল নং ০৯৭০৯ উদয়পুৰ-কামাখ্যা ৰে’লখন অহা ৮ ফেব্ৰুৱাৰিৰ পৰা কাৰ্যকৰী হোৱাকৈ প্ৰত্যেক সোমবাৰে ১৬.০০ বজাত উদয়পুৰৰ পৰা যাত্ৰা আৰম্ভ কৰি ০০.৩৫ বজাত কামাখ্যাত আহি উপস্থিত হ’ব।

উভতনি যাত্ৰাৰ সময়ত ৰে’ল নং ০৯৭১০ কামাখ্যা-উদয়পুৰ স্পেচিয়েল ৰে’লখনে প্ৰত্যেক বৃহস্পতিবাৰে ১৮:৩০ বজাত কামাখ্যাৰ পৰা যাত্ৰা আৰম্ভ কৰিব আৰু ০০.৩৫ বজাত উদয়পুৰত গৈ উপস্থিত হ’ব।

ৰে’লখনে গোৱালপাৰা টাউন, আলিপুৰদুৱাৰ জংচন, নিউ জলপাইগুড়ি, কাটিহাৰ, হাজীপুৰ, গোৰখপুৰ, লক্ষ্মৌ আৰু আজমিৰ হৈ যাত্ৰ কৰিব বুলি জনাইছে উত্তৰ পূৱ সীমান্ত ৰে’লৱেই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd