• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাগীৰোড কংগ্ৰেছত মোক্ষম আঘাত : প্ৰাক্তন মন্ত্ৰী বুবুল দাসৰ পদত্যাগ

চানু গগৈ by চানু গগৈ
February 4, 2021 6:40 am
index.jpgv
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম বিধানসভা নিৰ্বাচনৰ প্ৰাকক্ষণত জাগীৰোড কংগ্ৰেছত মোক্ষম আঘাত হানি ইজনৰ পিছত সিজন শীৰ্ষ নেতাই দল ত্যাগ কৰা কাৰ্যই এতিয়া দলটোৰ নিষ্ঠাৱান নেতা কৰ্মীসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে।

শেহতীয়াকৈ জাতীয়তাবাদী শিবিৰৰ পৰা পোনে পোনে ৰাষ্ট্ৰীয়তাবাদৰ শিবিৰলৈ গমন কৰা অগপৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছৰ শীৰ্ষনেতা বুবুল দাসে আজি কংগ্ৰেছ দলৰ পৰা  পদত্যাগ কৰিছে।

Apply Now

জাগীৰোড গড়কাপ্তানি বিভাগৰ ডাকবঙলাত আজি এখন সংবাদ মেল সম্বোধন কৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই দলটোৰ প্ৰকৃত নেতা-কৰ্মীসকল প্ৰতি যি দায়ৱদ্ধতা সেয়া নস্যাৎ কৰি শীৰ্ষ মহলৰ পৰা লোৱা কেতবোৰ সিদ্ধান্তৰ বাবে দলটোৰ ভেটি থৰকবৰক হৈছে।

ইয়াৰ সমান্তৰালভাৱে জাগীৰোড ব্ল’ক কংগ্ৰেছত অবাঞ্ছিতভাৱে এছাম বিজেপিৰ এজেণ্টৰ দ্বাৰা দলটোক থান-বান কৰিবলৈ লৈছে বুলি অভিযোগ তোলে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে।।

ইফালে যি সময়ত ভাৰতীয় জাতীয় কংগ্ৰেছে ‘কা’বিৰোধী স্থিতিৰে অসমৰ ৰাইজৰ কাষত থিয় দি দলটোৰ ভাৱমূৰ্তি মজবুত কৰিছিল তেনে সময়ত দলটোলৈ অহা এনে দুৰ্যোগ তাৎপৰ্যপূৰ্ণ বুলি মন্তৱ্য কৰে নেতাগৰাকীয়ে। কিন্তু পৰিৱৰ্তিত সময়ত দ্বিতীয় বাৰৰ বাবে অসমত জাতীয়তাবাদ প্ৰতিষ্ঠা হৈছে আৰু সেই কাৰণে তেওঁ জাতীয়তাবাদ পোষকতা কৰি ৰাষ্ট্ৰীয়তাবাদ ত্যাগ কৰা বুলি সংবাদ মেলত সদৰী কৰে।

মই প্ৰকৃততে এজন আঞ্চলিকতাবাদ বিশ্বাসী লোক বুলি উল্লেখ কৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে কয় যে আঞ্চলিকতাবাদৰ ভেটিতেই মোৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণি হৈছিল আৰু ভৱিষ্যতেও আঞ্চলিকতাবাদতে শেষ কৰিম।

আনহাতে সংবাদ মেলতে ১০নং নগাঁও সংসদীয় লোকসভা সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক কটাক্ষ কৰি প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে অভিযোগ তুলি কয় যে গেৰুৱা দলটোৰ পৰা স্বপন কুমাৰ মণ্ডলক আনি জাগীৰোড ব্ল’ক কংগ্ৰেছত থান-বান কৰিলে। তাৰ বাবে সাংসদগৰাকীয়েই দায়ী বুলি স্পষ্ট কৰে সদ্যপদত্যাগী বুবুল দাসে।

সাংসদ গৰাকীয়ে দলটোক সু-সংগঠিত কৰিব পাৰিব লাগিছিল কিন্তু তেঁওৰ শেহতীয়া কৰ্মৰাজিয়ে জাগীৰোড মণ্ডলৰ নিষ্ঠাৱান নেতা-কৰ্মী তথা বিষয়-ববীয়াসকলক নিৰাশহে কৰিলে বুলি অভিযোগ তোলে বুবুল দাসে।

ধ্ববংস্তুপত পৰিণত কৰি জাগীৰোড কংগ্ৰেছক আনকি বিগত সময়ত চাৰি মাহত ব্ল’ক কংগ্ৰেছৰ সভাপতি ভঙা-পতা কৰিছিল বুলিও সদ্য পদত্যাগী কংগ্ৰেছী নেতাগৰাকীয়ে সাংসদ গৰাকীক জগৰীয়া কৰে।

উল্লেখ্য যে সামগ্ৰিকভাৱে জাগীৰোড কংগ্ৰেছৰ এনে দুৰ্দশাৰ আঁৰত ব্লু’প্ৰিণ্ট ৰচনাৰ আৰত সাংসদ গৰাকীৰ লগতে স্থানীয় বিধায়ক তথা ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাও সন্দেহৰ উদ্ধত ন’হয় বুলি আজিৰ সংবাদ মেলত প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে সদৰী কৰে।

চানু গগৈ

চানু গগৈ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

উপাৰ্জন কম হ’লেও আয়কৰ দিয়াটো বাধ্যতামূলক কৰিছে কেন্দ্ৰীয় চৰকাৰে, কিন্তু কিয়?

July 4, 2026 2:48 pm
এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

এপল আৰু গুগলক ৭টা চীনা এপ আঁতৰোৱাৰ নিৰ্দেশ কেন্দ্ৰীয় চৰকাৰৰ

July 4, 2026 2:22 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

পেৰুৰ ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ল সোঁপন্থী নেত্ৰী কেইকো ফুজিমোৰী; কিমান ভোটত সাৱ্যস্ত কৰিলে বিজয়?

July 4, 2026 3:56 pm
কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

কোনে আজুৰি নিব গ’ল্ডেন বুট! মেছি আৰু এমবাপেৰ যুঁজত উত্তপ্ত ফুটবল বিশ্ব

July 4, 2026 3:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd