• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মাজুলীৰ বিভিন্ন উন্নয়নমূলক কাম-কাজ পৰ্যালোচনাৰ বাবে মাজুলীত উপস্থিত মুখ্য মন্ত্ৰী সৰ্বানন্দ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 18, 2018 10:16 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উন্নয়নমূলক কাম-কাজ পৰ্যালোচনাৰ বাবে দেওবাৰে মাজুলীত উপস্থিত হয় মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। মুখ্য মন্ত্ৰী গৰাকীয়ে জলসম্পদ বিভাগৰ মুখ্য অভিযন্তা গৰাকীক মথাউৰি সমূহৰ মেৰামতিৰ কাম পৰিদৰ্শন আৰু নিৰীক্ষণৰ বাবে বিশেষজ্ঞ দল প্ৰেৰণ কৰাৰ বাবে নিৰ্দেশ দিয়ে। লগতে অগন্তুক বাৰিষাত মথাউৰিৰ ভাবুকিৰ সৃষ্টি হ’ব পাৰে সেই স্থান সমূহ বিশেষজ্ঞ গোটৰ দ্বাৰা পৰিদৰ্শন কৰাৰ বাবেও জনসম্পদ বিভাগৰ মুখ্য অভিযন্তা গৰাকীক নিৰ্দেশ দিয়ে।

ইফালে ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ কাম-কাজৰ ওপৰত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি মুখ্য মন্ত্ৰী গৰাকীয়ে ২০০ কোটি টকীয়া ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া মাজুলী সুৰক্ষাৰ কাম-কাজ ক্ষীপ্ৰ গতিত কৰাৰ বাবেও ব্ৰহ্মপুত্ৰ ব’ৰ্ডক নিৰ্দেশ দিয়ে। লগতে সৰ্বানন্দই উপায়ুক্ত গৰাকীক এই কাম-কাজৰ নিয়মিতভাৱে পৰিদৰ্শন কৰি চৰকাৰলৈ প্ৰতিবেদন পঠিয়াবলৈ নিৰ্দেশ দিয়ে।

Apply Now

মুখ্য মন্ত্ৰী গৰাকীয়ে জনসম্পদ বিভাগৰ মুখ্য অভিযন্তা গৰাকীক নিমাতী ঘাটৰ কামো শীঘ্ৰে সম্পন্ন কৰাৰ বাবে নিৰ্দেশ দিয়ে।

তাৰোপৰি মুখ্য মন্ত্ৰী গৰাকীয়ে হালধিমাৰীৰ পৰা বেটামাৰলৈ সোণোৱাল কছাৰী ছিগা অংশ অহা ৩০ এপ্ৰিলৰ ভিতৰত, সোৱণশিৰি মথাউৰি ছিগা অংশ ২০ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ কৰাৰ বাবে মুখ্য অভিযন্তা গৰাকীক নিৰ্দেশ দিয়ে।

আনহাতে মুখ্য মন্ত্ৰী গৰাকীয়ে গড়কাপ্টানি বিভাগৰ মুখ্য অভিযন্তা গৰাকীক গড়মূৰৰ পৰা জেংৰাইমুখলৈ ২০ কি. মি. দৈৰ্ঘ্যৰ পথছোৱা মেৰামতিৰ বাবে নিৰ্দেশ দিয়ে।

ইতিমধ্যে অভিযন্তা গৰাকীয়ে মুখ্য মন্ত্ৰী গৰাকীক পথটো মেৰামতিৰ বাবে ৪.৬ কোটি টকা অনুমোদন লাভ কৰা বুলি কোৱাৰ লগতে পথটো ৰাজ্যিক পথলৈ পৰিৱৰ্তন সাধন কৰাৰ বাবে ৪০ কোটি টকাৰ প্ৰকল্প কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি জানিবলৈ দিয়ে।

অভিযন্তা গৰাকীয়ে প্ৰধান মন্ত্ৰীৰ গ্ৰাম চড়ক যোজনাৰ অধীনত ৪২ টা নতুন পথৰ বাবে মাজুলীয়ে অনুমোদন লাভ কৰিছে বুলি কয়।

আনহাতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা গৰাকীয়ে মুখ্য মন্ত্ৰীক মাজুলীত আৰ্ছেনিকমুক্ত খোৱাপানী যোগান ধৰাৰ বাবে ২৮ টা নতুন আঁচনিৰ কাম আৰম্ভ কৰা বুলি কয়। লগতে ১ ব’হাগৰ পৰা মাজুলীক মুকলিত মল ত্যাগ মুক্ত অঞ্চল হিচাপে ঘোষণা কৰা হ’ব বুলিও কয়।

উক্ত পৰ্যালোচনা মূলক বৈঠকত বিধায়কদ্বয় ক্ৰমে বিমল বৰা, ঋতুপৰ্ণ বৰুৱা, এপিডিচিএলৰ অধ্যক্ষ পুৰু গুপ্তা, জলসম্পদ, ব্ৰহ্মপুত্ৰ ব’ৰ্ড, গড়কাপ্টানি, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মুখ্য অভিযন্তা সকল, উপায়ুক্ত দেৱ প্ৰসাদ মিশ্ৰকে ধৰি বিভাগৰ অন্যান্য উচ্চ পদস্থ বিষয়া সকল উপস্থিত আছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

July 2, 2026 9:49 am
স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

July 2, 2026 9:19 am
তামিলনাডুত গো-হত্যাৰ সম্পূৰ্ণ নিষেধাজ্ঞাক লৈ বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ টিভিকে চৰকাৰ

তামিলনাডুত গো-হত্যাৰ সম্পূৰ্ণ নিষেধাজ্ঞাক লৈ বিতৰ্ক, উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ টিভিকে চৰকাৰ

July 2, 2026 9:04 am
হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

হেৰীৰ যাদুত স্তম্ভিত বিশ্ববাসী! ডি আৰ কংগোক পৰাস্ত কৰি বিশ্বকাপৰ পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ ইংলেণ্ডৰ

July 2, 2026 8:01 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

আদালতত ১৫ খন নথি জমা দিও নিজকে ভাৰতীয় বুলি প্ৰমাণ দিব নোৱাৰিলে গুৱাহাটীৰে এগৰাকী ব্যক্তিয়ে

July 2, 2026 9:49 am
স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

স্পেইনত ভয়াৱহ তাপপ্ৰবাহ: এমাহত প্ৰাণ গ’ল এহেজাৰৰো অধিক লোকৰ

July 2, 2026 9:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd