• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, October 25, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টুলুঙা বিতৰ্কেৰে চৰ্চাত থকা কংগনা ৰানাৱটৰ টুইটাৰ এৰি যোৱাৰ ‘ভাবুকি’

টুইটাৰেট্টিসকলৰ মাজত সৰস প্ৰতিক্ৰিয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
February 10, 2021 6:42 pm
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টুইটাৰৰ গাইডলাইনসমূহ ভংগ কৰাৰ বাবে এপটোৰ পৰা কেইবাবাৰো সাময়িক নিলম্বন আৰু নিষেধাজ্ঞাৰ সম্মুখীন হোৱা অভিনেত্ৰী কংগনা ৰানাৱটে শেহতীয়া টুইটযোগে এপটোৰ পৰা আঁতৰি যোৱাৰ ‘ভাবুকি’ দিছে।

এই টুইটটোৰ স’তে কংগনাই টুইটাৰৰ চিইঅ’ জেক দৰ্চেক টেগ কৰি তেওঁক ‘ড্ৰাগী’ সম্বোধন কৰিছে। তদুপৰি টুইটাৰৰ বিপৰীতে কংগনাই ভাৰতবৰ্ষই প্ৰস্তুত কৰা ‘কু’ এপ ব্যৱহাৰ কৰিব বুলি সদৰী কৰিছে।

Apply Now

Your time is up @Twitter time to shift to #kooapp will inform everyone soon about my account details there.
Absolutely thrilled to experience home grown #kooapp https://t.co/Kdm0TISCmR

— Kangana Ranaut (@KanganaTeam) February 10, 2021

কৃষক বিদ্ৰোহৰ বিৰুদ্ধে ভিত্তিহীন টুইট আৰু সাম্প্রদায়িক বক্তব্যৰে টুইটাৰত চৰ্চাত থকা কংগনাই টুইটাৰক ‘চাইনীজ পাপেট’ হিচাপেও নামকৰণ কৰিছিল।

কৃষক বিদ্ৰোহৰ বিৰুধাচ্চাৰণ কৰি কংগনাই পাঞ্জাৱী পপষ্টাৰ দিলজিত দোচাঞ্জকে ধৰি বলিউদৰ বহুকেইগৰাকী তাৰকাৰ স’তে টুইটাৰত বাকযুদ্ধ অব্যাহত ৰাখিছে।

শেহতীয়াকৈ নিজৰ অভিনয় প্ৰতিভাক হলিউডৰ বলিষ্ঠ অভিনেত্ৰী মেৰিল ষ্ট্ৰীপ, ষ্টাণ্টৰ ক্ষেত্ৰত টম ক্ৰ’জ আৰু গ্লেমাৰৰ ক্ষেত্ৰত চুপাৰমডেল গাল গড’টৰ স’তে তুলনা কৰি হাঁহিয়াতৰ পাত্ৰ হৈছিল।

তদুপৰি হলিউদৰ কিংম্বদন্তী মাৰ্লন ব্ৰেণ্ড’ৱে অস্কাৰ প্ৰত্যাখান কৰাৰ কথা জেৰ টানি কয় যে কিংম্বদন্তী অভিনেতাগৰাকীৰ দৰে কংগনাইও ফিল্মফেয়াৰ এৱাৰ্ড প্ৰত্যাখান কৰিছিল।

Massive transformation alert, The kind of range I display as a performer no other actress on this globe has that right now, I have raw talent like Meryl Streep for layered character depictions but I can also do skilled action and glamour like Gal Gadot #Thalaivi #Dhaakad pic.twitter.com/fnW3D20o6K

— Kangana Ranaut (@KanganaTeam) February 9, 2021

উল্লেখযোগ্য যে ক্ৰেমাৰ ভাৰ্চেচ ক্ৰেমাৰ, দ্যা আইৰণ লেডী, জুলীয়া এণ্ড জুলীয়াৰ দৰে বহুপ্ৰশংসিত চিনেমাৰ যোগেৰে জনপ্ৰিয়তা লাভ কৰা মেৰিল ষ্ট্ৰীপে অভিলেখসংখ্যকভাৱে একৈশবাৰ অস্কাৰৰ বাবে নমিনেচন লাভ কৰি তিনিবাৰ শ্ৰেষ্ঠ অভিনেত্ৰী হিচাবে বিবেচিত হোৱাৰ উপৰিও ৩২বাৰ গ’ল্ডেন গ্ল’ৱ এৱাৰ্ডৰ নমিনেচন লাভ কৰি নবাৰ বিজয়ী হৈছিল।

তিনিবাৰৰ নেশ্বনেল ফিল্ম এৱাৰ্ডি কংগনাই প্ৰশ্ন কৰিছিল যে মেৰিল ষ্ট্ৰীপে কেইবাৰ নেচনেল এৱাৰ্ড অথবা পদ্ম এৱাৰ্ড লাভ কৰিছে?

টুইটাৰৰ পৰা আঁতৰি যোৱাৰ এই ভাবুকিৰ পাছতে তেওঁৰ ফল’ৱাৰসকলৰ মাজত সৰস প্ৰতিক্ৰিয়াৰ দেখা পোৱা গৈছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ

দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ

October 24, 2026 9:42 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিন্টিমণিৰ নতুন যাত্ৰা! অধিনায়কৰ পৰা ‘ডেবিউ কেপ’ গ্ৰহণ কৰি আৱেগিক অসম কন্যা

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিন্টিমণিৰ নতুন যাত্ৰা! অধিনায়কৰ পৰা ‘ডেবিউ কেপ’ গ্ৰহণ কৰি আৱেগিক অসম কন্যা

October 24, 2026 9:30 pm
উজনি চিয়াং নদীবান্ধ প্ৰকল্প বাতিল আৰু গ্ৰেপ্তাৰ হোৱা নেতাসকলৰ মুক্তিৰ দাবী ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

উজনি চিয়াং নদীবান্ধ প্ৰকল্প বাতিল আৰু গ্ৰেপ্তাৰ হোৱা নেতাসকলৰ মুক্তিৰ দাবী ভূমি অধিকাৰ যৌথ সংগ্ৰাম সমিতিৰ

October 24, 2026 8:22 pm
মণিপুৰত থাল-বাটি বজাই জনতাৰ শব্দ-বিদ্ৰোহ! ইম্ফলত উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ

মণিপুৰত থাল-বাটি বজাই জনতাৰ শব্দ-বিদ্ৰোহ! ইম্ফলত উত্তপ্ত পৰিস্থিতি, প্ৰতিবাদকাৰীক বাধা দিবলৈ কন্দুৱা গেছ নিক্ষেপ আৰক্ষীৰ

October 24, 2026 7:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ

দিল্লীৰ পঞ্চতাৰকা হোটেলত বহিব বিৰোধীৰ ‘মক পাৰ্লিয়ামেণ্ট’! মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে অনা হ’ব মহাভিযোগ প্ৰস্তাৱ

October 24, 2026 9:42 pm
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিন্টিমণিৰ নতুন যাত্ৰা! অধিনায়কৰ পৰা ‘ডেবিউ কেপ’ গ্ৰহণ কৰি আৱেগিক অসম কন্যা

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত জিন্টিমণিৰ নতুন যাত্ৰা! অধিনায়কৰ পৰা ‘ডেবিউ কেপ’ গ্ৰহণ কৰি আৱেগিক অসম কন্যা

October 24, 2026 9:30 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd