• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

লকডাউনত এক কোটিতকৈও অধিক প্ৰব্ৰজিত শ্ৰমিক নিজ ৰাজ্যলৈ ঘূৰি আহে : কেন্দ্র চৰকাৰ

মৃত্যুৰ কোনো বিশেষ তথ্য চৰকাৰৰ হাতত মজুত নাই

এন ই নাও নিউজ by এন ই নাও নিউজ
February 11, 2021 9:31 am
308
VIEWS
Share on FacebookShare on Twitter

দেশজুৰি বলৱৎ হোৱা কভিড-১৯ লকডাউনৰ সময়েছাৱাত ১.১৪ কোটিতকৈও অধিক প্ৰব্ৰজিত শ্ৰমিক নিজ ৰাজ্যলৈ উভটি আহিছিল, ৰাজ্যসভাত বুধবাৰে তামিলনাডুৰ সাংসদ টিৰুচি শ্বিভাই এই সংক্ৰান্তত উত্থাপন কৰা প্ৰশ্নৰ উত্তৰ হিচাপে শ্ৰম আৰু নিয়োগ মন্ত্ৰী সন্তোষ কুমাৰ গাংৱাৰে এই তথ্য সদৰী কৰে।

গাংৱাৰে জনায় যে শ্ৰমিকসকলে ইতিমধ্যে নিজ ৰাজ্যলৈ উভটি গৈ বিভিন্নধৰণৰ জীৱিকাত নিজকে নিয়োজিত কৰিছে।

সদৰী কৰা তথ্য অনুসৰি কৰ্মক্ষেত্ৰৰ পৰা উভটি অহা সৰহসংখ্যক প্ৰব্ৰজিত শ্ৰমিক উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ আৰু ৰাজস্থানৰ।

লকডাউনৰ সময়ছোৱাত শ্ৰমিকৰ মৃত্যুৰ তথ্যৰ ক্ষেত্ৰত শ্ৰম মন্ত্ৰীজনে কয় যে চৰকাৰৰ হাতত ইয়াৰ কোনো তথ্য মজুত নাই। শিৱসেনাৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদী আৰু কংগ্ৰেছৰ সাংসদ ফুলো দেৱী নেতামৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰীজনে জনায় যে মহাৰাষ্ট্ৰৰ ঔৰংগাবাদৰ ৰেল লাইনত আঠ মে’ত মৃত্যু ঘটা ১৭জন শ্ৰমিকৰ বাদে আন কোনো শ্ৰমিকৰ মৃত্যুৰ তথ্য ৰাজ্যসমূহৰ পৰা লাভ কৰা নাই।

ইয়াৰ উপৰিও মন্ত্ৰীজনে জনায় যে লকডাউনৰ সময়ছোৱাত ৪,৬১১খনৰো অধিক শ্ৰমিক স্পেচিয়েল ট্ৰেইনৰ ব্যৱস্থা কৰা হয় আৰু ইয়াৰ ফলস্বৰূপে ৬৩.০৭ লাখ শ্ৰমিকে বহিঃৰাজ্যৰ পৰা নিজৰ ৰাজ্যলৈ উভটি আহে।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd