• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, September 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‘মই কাৰো নিৰীক্ষণত নাথাকো’,বাসভৱনৰ নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰৰ দাবীৰে দিল্লী আৰক্ষীলৈ পত্ৰ সাংসদ মহুৱাৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
February 13, 2021 9:39 pm
mahua-moitra-15
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

তৃণমূল কংগ্ৰেছৰ সাংসদ মহুৱা মৈত্ৰই তেওঁৰ বাসভৱনত চৰকাৰে নিয়োগ কৰা তিনিজন নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰাৰ বাবে অনুৰোধ জনাই দিল্লী আৰক্ষীলৈ এখন পত্ৰ লিখিছে।

দিল্লী আৰক্ষীৰ আয়ুক্ত এছ এন শ্ৰীবাস্তৱলৈ লিখা পত্ৰ খনত তৃণমূলৰ সাংসদগৰাকীয়ে এই বুলি অভিযোগ কৰিছে যে তেওঁৰ অনুমতি নোলোৱাকৈয়ে তেওঁৰ বাসভৱনত তিনিজনকৈ চৰকাৰী নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে।

Apply Now

এই কাৰ্যৰ জৰিয়তে তেওঁৰ ওপৰত কোনোৱাই চোৰাংচোৱাগিৰি কৰি  আছে নেকি বুলিও সাংসদগৰাকীয়ে সন্দেহ ব্যক্ত কৰিছে।

সেয়ে তেওঁ তেওঁৰ বাসভৱনত চৰকাৰে নিয়োগ কৰা নিৰাপত্তাৰক্ষী প্ৰত্যাহাৰ কৰাৰ দাবী জনাইছে।বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক চোকা সমালোচনা কৰি মহুৱা মৈত্ৰই কয় যে কেৱল তেওঁক নিৰাপত্তা প্ৰদান কৰি চৰকাৰে ধনৰ অপচয় কৰিব নালাগে। চৰকাৰে সকলোৰে নিৰাপত্তা সমানে সুনিশ্চিত কৰক বুলি সাংসদগৰাকীয়ে মন্তব্য কৰে।

তেওঁ লগতে  চৰকাৰক উদ্দেশ্যি এনেদৰে কয় ‘যদি আপোনালোকে মোৰ বিৰুদ্ধে চোৰাংচোৱাগিৰি কৰি আছে তেন্তে সেয়া বন্ধ কৰক। মোক পোণপটীয়াকৈ যি কথা সোধে মই তাৰ উত্তৰ দিবলৈ সাজু আছো’।

ভাৰতীয় গণতন্ত্ৰ বিপদাপন্ন হৈ পৰিছে বুলি উল্লেখ কৰি সাংসদগৰাকীয়ে নিজকে ৰাছিয়াৰ  চোৰাংচোৱা সংস্থা গুলাগৰ নিৰীক্ষণত  থকা যেন  অনুভৱ কৰাৰ কথা ব্যক্ত কৰে।

দিল্লী আৰক্ষীলৈ লিখা পত্ৰ খনত তেওঁ কৈছে যে ১২ ফেব্ৰুৱাৰীত বাৰাখাম্বা ৰোড থানাৰ ভাৰপ্ৰাপ্ত বিষয়াগৰাকী তেওঁৰ ঘৰলৈ আহিছিল।ইয়াৰ পিছতে তেওঁৰ বাসভৱনত তিনিজন বিএছএফৰ জোৱান মোতায়েন কৰা হয়।জোৱান কেইজনে তেওঁৰ গতি বিধি নিৰীক্ষণ কৰি থকা বুলিও তেওঁ পত্ৰ খনত উল্লেখ কৰিছে।

ভাৰতীয় সংবিধানৰ গোপনীয়তাৰ অধিকাৰৰ দোহাই দি তেওঁ শীঘ্ৰে তেওঁৰ বাসভৱনৰ পৰা নিৰাপত্তাৰক্ষী কেইজন প্ৰত্যাহাৰৰ দাবী জনাইছে।

উল্লেখ্য কিছুদিন পূৰ্বে তেওঁ লোকসভাৰ মজিয়াত উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ সন্দৰ্ভত কেতবোৰ স্পৰ্শকাতৰ মন্তব্য কৰিছিল।ফলত সাংসদগৰাকী বিজেপিৰ ৰোষত পৰিছিল।

ইয়াৰ মাজতে তৃণমূল সাংসদ মহুৱা মৈত্ৰৰ বাসভৱনত চৰকাৰে উপযাচি নিৰাপত্তাৰক্ষী নিয়োগ কৰাৰ কথাই বিশেষ তাৎপৰ্য বহন কৰিছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

পাকিস্তানী নাকভিৰ পৰা ট্ৰফীয়ে নল’লে হৰমনপ্ৰীত বাহিনীয়ে; মহিলা এছিয়া কাপতো অটুট থাকিল স্থিতি

September 14, 2026 10:41 am
পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

পুনৰ ৰক্তাক্ত মণিপুৰ! দম্পতীকে ধৰি কুকি সম্প্ৰদায়ৰ ৪জন নিহত, গুলীবিদ্ধ ৬ বছৰীয়া শিশু

September 14, 2026 9:46 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

পুনৰ তৃষাৰ সৈতে বিদেশ ভ্ৰমণত বিজয়! ভাইৰেল ছবিক লৈ আলোড়ন, নতুনকৈ সম্পৰ্কৰ চৰ্চা

September 14, 2026 12:53 pm
আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

আৰক্ষীৰ গুলীত নিহত গুৱাহাটীত পত্নীৰ নৃশংস হত্যাকাণ্ডত অভিযুক্ত ৰামানুজ গোস্বামী

September 14, 2026 11:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd