• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 28, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ যুৱৰাজৰ অসম আগমণক কেন্দ্ৰ কৰি শংকিত নেকি মন্ত্ৰী হিমন্ত বিশ্ব শর্মা?

ৰাহুল গান্ধী অসমলৈ অহা খৰচক লৈ চিন্তিত হিমন্তই আগবঢালে পৰামৰ্শ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 14, 2021 6:13 pm
620699-biswa-sarma-rahul
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ অসম আগমণক কেন্দ্ৰ কৰি শংকিত হৈছে নেকি মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা?

কিয়নো শিৱসাগৰৰ ব’ৰ্ডিং খেলপথাৰত ৰাহুল গান্ধীৰ আগমনক কেন্দ্ৰ কৰি শুকুৰবাৰৰে পৰা প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে মন্ত্ৰীগৰাকীয়ে।

আজি খানাপাৰাত ফুটব্ৰীজৰ শুভাৰম্ভ কৰি ৰাহুল গান্ধীৰ অসম আগমণক কেন্দ্ৰ কৰি ইতিকিংসূচক মন্তব্য প্ৰকাশ কৰে মন্ত্ৰী শৰ্মাই।

তেওঁ ইতিকিংসূচকভাৱে কয় ’১৫ হাজাৰ জনতাক লগ পাবলৈ ৰাহুল গান্ধী অসমলৈ অহাতকৈ ভিডিঅ’ কনফাৰেন্সযোগে সম্বোধন কৰিব পাৰিলেহেঁতেন। কংগ্ৰেছ দলৰ ধন অলপ ৰাহি হ’লহেঁতেন।‘

ইপিনে, ব্যস্ততাপূৰ্ণ মানুহ হিচাপে আজিৰ দিনটো অসমলৈ আহি সময় নষ্ট কৰিলে বুলিও উল্লেখ কৰে মন্ত্ৰী শৰ্মাই।

আনহাতে, ব’ৰ্ডিং খেলপথাৰত মন্ত্ৰীগৰাকীয়ে সভা কৰোঁতে ১২ হাজাৰৰ পৰা ১৫ হাজাৰলৈকেহে জনসাধাৰণ উপস্থিত আছিল বুলি তেওঁ দাবী কৰে।

ইপিনে, ৰাহুল গান্ধী অসম ভ্ৰমণক কেন্দ্ৰ কৰি হোৱা খৰচক লৈ মন্ত্ৰীগৰাকীকহে চিন্তিত হোৱা দেখিবলৈ পোৱা গ’ল।

‘দিল্লীৰ পৰা ফ্লাইটত যোৰহাটলৈ, যোৰহাটৰ পৰা শিৱসাগৰলৈ হেলিকপ্তাৰত আকৌ ঘূৰি যাব, সকলো মিলি ৩৫ লাখতকৈ অধিক ধন খৰচ হৈছে। কিন্তু তাৰ ৰিজাল্টটো হৈছে কেৱল ১৫ হাজাৰ জনসাধাৰণ।‘ চিন্তিত হৈ হিমন্তবিশ্ব শৰ্মাই এইদৰে কয়।

১৫ হাজাৰ জনতাৰ উপস্থিতিত সভা পতাতকৈ কামাখ্যা, বৰপেটা সত্ৰ ভ্ৰমণ কৰাহেঁতেন তেওঁ ১৫ হাজাৰতকৈ বেছি মানুহ লগ পালেহেঁতেন বুলি ৰাহুল গান্ধীলৈ পৰামৰ্শ আগবঢ়ায় মন্ত্ৰীগৰাকীয়ে।

ইপিনে, হিমন্ত বিশ্ব শৰ্মাৰ পৰামৰ্শ মানি চলিলেহে ৰাহুল গান্ধী বেছি লাভান্বিত হ’ব বুলিও মন্ত্ৰীগৰাকীলৈ উল্লেখ কৰে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

৬৫ লাখৰ ভিতৰত ২.৫ লাখে আবেদন কৰিছে, SIR সন্দৰ্ভত নিৰ্বাচন আয়োগৰ নতুন তথ্য

৬৫ লাখৰ ভিতৰত ২.৫ লাখে আবেদন কৰিছে, SIR সন্দৰ্ভত নিৰ্বাচন আয়োগৰ নতুন তথ্য

August 28, 2025 1:06 pm
অচিৰেই কার্যকৰী হ’ব গ্ৰাহকৰ ব্যক্তিগত তথ্য সুৰক্ষাৰ আইন! শ্বপিং মলসমূহত এতিয়াৰ পৰা সুধিব নোৱাৰিব গ্ৰাহকৰ মোবাইল নম্বৰ

অচিৰেই কার্যকৰী হ’ব গ্ৰাহকৰ ব্যক্তিগত তথ্য সুৰক্ষাৰ আইন! শ্বপিং মলসমূহত এতিয়াৰ পৰা সুধিব নোৱাৰিব গ্ৰাহকৰ মোবাইল নম্বৰ

August 28, 2025 12:52 pm
৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

৩১ ডিচেম্বৰ পৰ্যন্ত কপাহৰ শুল্কমুক্ত আমদানি তিনিমাহ বৃদ্ধিৰ ঘোষণা চৰকাৰৰ

August 28, 2025 12:31 pm
ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

ভাৰতীয় সেনাৰ বৃহৎ সফলতা: জম্মু-কাশ্মীৰত সেনাৰ প্ৰতি আক্ৰমণত নিহত ২ সন্ত্ৰাসবাদী

August 28, 2025 12:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৬৫ লাখৰ ভিতৰত ২.৫ লাখে আবেদন কৰিছে, SIR সন্দৰ্ভত নিৰ্বাচন আয়োগৰ নতুন তথ্য

৬৫ লাখৰ ভিতৰত ২.৫ লাখে আবেদন কৰিছে, SIR সন্দৰ্ভত নিৰ্বাচন আয়োগৰ নতুন তথ্য

August 28, 2025 1:06 pm
অচিৰেই কার্যকৰী হ’ব গ্ৰাহকৰ ব্যক্তিগত তথ্য সুৰক্ষাৰ আইন! শ্বপিং মলসমূহত এতিয়াৰ পৰা সুধিব নোৱাৰিব গ্ৰাহকৰ মোবাইল নম্বৰ

অচিৰেই কার্যকৰী হ’ব গ্ৰাহকৰ ব্যক্তিগত তথ্য সুৰক্ষাৰ আইন! শ্বপিং মলসমূহত এতিয়াৰ পৰা সুধিব নোৱাৰিব গ্ৰাহকৰ মোবাইল নম্বৰ

August 28, 2025 12:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd