• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

মোডী চৰকাৰৰ পৰিৱৰ্তনৰ নমুনা: ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য ‘পৰিৱৰ্তন’ কৰি ৫০ টকাকৈ বৃদ্ধি

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2021 1:06 pm
a gas
231
VIEWS
Share on FacebookShare on Twitter

পৰিৱৰ্তনৰ দোহাই দি জনতাক সপোনৰ জগতত আৱদ্ধ ৰখা নৰেন্দ্ৰ মোদী নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰ খনে সমাজত মাত্ৰ এমুঠিমান হিতাধিকাৰী সৃষ্টি কৰিয়েই আত্মসন্তুষ্টি লভিছে যদিও গৰিষ্ঠসংখ্যক লোকে পিছে আদিও দুৰ্দশাৰ সৈতে সহাৱস্থান কৰিয়েই থাকিবলগীয়া হৈছে।

যিটো সময়ত ইন্ধনকে ধৰি অত্যৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সাধাৰণ জনতাক টেটচেপা দিছে সেই সময়তে মোদীৰ চৰকাৰে যোৱা নিশাৰে পৰা ঘৰুৱা ব্যৱহাৰ্য ৰন্ধন গেছৰ প্ৰতিটোৰ মূল্য ৫০ টকাকৈ বঢ়াই দিছে।

ফলত গুৱাহাটীত এতিয়া প্ৰতিটো ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য ৮১৮ টকা। কলকাতাত একোটা ঘুৱা ব্যৱহাৰ্য ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য হৈছে ৭৯৫ টকা।

দিল্লীত একোটা ছিলিণ্ডাৰৰ দাম হৈছে ৭৬৯ টকা।তাৎপৰ্যপূৰ্ণ কথাটো হ’ল মোদীৰ চৰকাৰে নানান অজুহাত উলিয়াই চলিত ফেব্ৰুৱাৰী মাহতে ঘৰুৱা ব্যৱহাৰ্য ৰন্ধন গেছৰ ছিলিণ্ডাৰৰ মূল্য দুবাৰকৈ বৃদ্ধি কৰিছে।

কেৱল বনিয়া গোষ্ঠীৰ তোষণত ব্যস্ত থকা বিজেপি চৰকাৰ খনে কেৱল মাত্ৰ এমুঠি মানুহক সামান্য আৰ্থিক সকাহ দি বাকী লোকসকলৰ জেপ কাটিবলৈ লোৱা কথাই এতিয়া বহুতকে ভবাই তুলিছে।

পৰিৱৰ্তনৰ নামত বিজেপি চৰকাৰৰ পৰা মানুহে এনে পৰিৱৰ্তন আশা নকৰে বুলি বহুতে মন্তব্য কৰিছে।

Recent News

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

হিমাচল প্ৰদেশত হোৱা নেৰানেপেৰা বৰষুণৰ : ভূমিস্খলনৰ ফলত ৬৯ জনৰ মৃত্যু

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

ধুনীয়া হ’বলৈ গৈ প্ৰাণ হেৰুৱালে শ্বেফালীয়ে!

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

মথুৰা কৃষ্ণ জন্মভূমি-শ্বাহী ইদগাহৰ বিবাদ : হিন্দু পক্ষৰ আবেদন নাকচ এলাহাবাদ উচ্চ ন্যায়ালয়ৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

পাকিস্তান চীনৰ গৱেষণাগাৰ, এটা সীমান্তত ৩ দেশৰ বিৰুদ্ধে যুঁজ দিছে ভাৰতে; দাবী শীৰ্ষ সেনা বিষয়াৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd