• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বলিঙৰ পাছত বেটিঙতো অশ্বিনৰ শক্তিশালী প্ৰদৰ্শন, শতকীয় ইনিংছেৰে ইংলেণ্ডক ৪২৯ ৰাণৰ প্ৰত্যাহ্বান

দ্বিতীয় ইনিংছতো ব্যৰ্থ ইংলেণ্ডৰ শীৰ্ষ বেটিংক্ৰম

এন ই নাও নিউজ by এন ই নাও নিউজ
February 15, 2021 6:43 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰোমাঞ্চকৰ হৈ পৰিছে ইংলেণ্ড আৰু ভাৰতৰ মাজত হোৱা দ্বিতীয়খন টেষ্ট মেচ। চেন্নাইৰ এমএ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত হোৱা মেচখনৰ তৃতীয় দিনা ভাৰতে ইংলেণ্ডক ৪৮২ ৰাণৰ লক্ষ্য স্থিৰ কৰি দিছে।

দিনটোৰ খেল সামৰাৰ সময়লৈকে ৪৮২ ৰাণৰ টাৰ্গেটক অনুসৰণ কৰি ইংলেণ্ডে ১৯ অভাৰ খেলি মাত্ৰ ৫৩ ৰাণতে ৩টাকৈ উইকেট হেৰুৱাই শলঠেকত পৰিছে।

Apply Now

ভাৰতীয় বলিং লাইনআপে মেচখনত সুন্দৰ প্ৰদৰ্শন অব্যাহত ৰাখিছে। ইংলেণ্ডৰ দ্বিতীয় ইনিংছত অক্ষৰ পেটেল দুটাকৈ মূল্যৱান উইকেট লাভ কৰাৰ উপৰি আনটো উইকেটৰ পতন ঘটায় ৰবীচন্দ্ৰন অশ্বিনে।

অশ্বিনে অপেনিং বেটচমেন ৰয় বাৰ্ণছ (২৫)ৰ পেভিলিয়নলৈ উভটাই পঠোৱাৰ বিপৰীতে অক্ষৰ পেটেলে ডম চিবলে’ (৩) আৰু জেক লীচ (০)-ক উইকেট দখল কৰি ইংলেণ্ডৰ বেটিং ক্ৰম ভাঙি দিয়ে।

ইয়াৰ পূৰ্বে ভাৰতে দ্বিতীয় ইনিংছত ২৮৬ ৰাণত অল আউট হয়। প্ৰথম ইনিংছত দুৰ্দমনীয় শতকীয় ইনিংছ খেলা ৰোহিত শৰ্মা (২৬) সোনকালেই জেক লীচৰ চিকাৰ হয়।

শুভনম গীল (১৪), চেতেশ্বৰ পূজাৰা (৭), ৰিষভ পণ্ট (৮), আজিংক্য ৰাহানে (১০) ব্যৰ্থ হোৱাৰ বিপৰীতে বিৰাট কোহলী আৰু ৰবীচন্দ্ৰন অশ্বিনৰ সুন্দৰ প্ৰদৰ্শনৰ সহায়ত ইংলেণ্ডক এটা মজবুট টাৰ্গেট বান্ধি দিবলে সক্ষম হয়।

বিৰাট কোহলীয়ে ১৪৯ টা বলত ৬২ ৰাণ কৰি ময়িন আলীৰ বলত এলবিডব্লিউ হয়।

আনহাতে, প্ৰথম ইনিংছত পাঁচ উইকেট দখল কৰি ফৰ্মৰ শিখৰত থকা চেন্নাইৰ ঘৰুৱা খেলুৱৈ ৰবীচন্দ্ৰন অশ্বিনে ১০৬ ৰাণৰ এটা অতি মূল্যৱান শতকীয় ইনিংছ খেলে।

১৪৮ টা বলত ১০৬ ৰাণ কৰি অশ্বিনে বলিঙৰ উপৰিও বেটিঙৰো স্কিল প্ৰদৰ্শন কৰে।  উল্লেখযোগ্য যে অশ্বিনৰ এইটো পঞ্চমটো টেষ্ট শতক।

ইংলেণ্ডৰ হৈ জেক লীচ আৰু ময়িন আলীয়ে চাৰিটা উইকেট দখল কৰাৰ বিপৰীতে অলী ষ্ট’নৰ ভাগত পৰে এটা উইকেট।

মেচখনত ভাৰতে টচত জিকি প্ৰথম ইনিংছত ৩২৯ ৰাণ সংগ্ৰহ কৰি আটাইকেইটা উইকেট হেৰুৱায়।

ভাৰতৰ প্ৰথম ইনিংছত সৰ্বাধিক ৰোহিত শৰ্মাই ১৬১ৰাণ সংগ্ৰহ কৰে। অজিংকা ৰাহানেই ৬৭ৰাণ কৰাৰ উপৰি ঋষভ পন্টে ৫৮ৰাণ কৰি অপৰাজিত হৈ থাকে।

দ্বিতীয় দিনা ভাৰতৰ ৩২৯ ৰাণৰ প্ৰত্যুত্তৰত বেটি কৰিবলৈ নামি ইংলেণ্ডে ৰবীচন্দ্ৰন অশ্বিন আৰু অক্ষৰ পেটেলৰ ক্ষুৰধাৰ বলিঙত তিষ্ঠিব নোৱাৰি ৫৯.৫ অভাৰত মাত্ৰ ১৩৪ ৰাণতে আটাইকেইটা উইকেট হেৰুৱায়।

মেচখনত ভাৰতৰ বিজয়ৰ সম্ভাৱনা অধিক, কিন্তু ইংলেণ্ডৰ হাতত অদ্যপি জ’ ৰুট আৰু বেন ষ্ট’কছৰ দৰে শক্তিশালী খেলুৱৈ মজুট আছে, চতুৰ্থ দিনা ভাৰতীয় বলাৰসকলৰ মূল লক্ষ্য হ’ব ইংলেণ্ডৰ অধিনায়ক জ’ ৰুটক সোনকালেই পেভিলিয়নলৈ পঠোৱা।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

গণতন্ত্ৰৰ বাবে প্রতিষ্ঠানৰ ওপৰত আস্থা কিমান গুৰুত্বপূৰ্ণ?

October 12, 2026 7:00 pm
সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

সঞ্জীৱ নাৰায়ণৰ ভাইৰেল ফোনালাপক লৈ ৰহস্য অব্যাহত! স্পষ্টীকৰণক লৈ প্ৰশ্ন সাংবাদিক সুশীল পাটোৱাৰীৰ

October 12, 2026 6:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

শান্তিপূৰ্ণ প্ৰতিবাদত অংশ লোৱাৰ অধিকাৰ প্ৰতিজন অধিবক্তাৰ আছে: স্পষ্ট কৰিলে মুখ্য ন্যায়াধীশ সূৰ্য কান্তে

October 12, 2026 9:15 pm
“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

“উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তৰ ওপৰত আমি একো কৰিব নোৱাৰোঁ,” অমৃতপ্ৰভা মহন্তৰ জামিনক লৈ মুখ খুলিলে হিমন্ত বিশ্ব শৰ্মাই

October 12, 2026 8:00 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd