• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

জে এন ইউৰ ৰাষ্ট্ৰদ্ৰোহ গোচৰ : কানহায়া কুমাৰসহ অন্য ৯ জনলৈ দিল্লী আদালতৰ চমন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2021 4:28 pm
631796-kanhaiya
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লী আৰক্ষীয়ে দাখিল কৰা চাৰ্জশ্বীটৰ ভিত্তিত দিল্লীৰ এখন আদালতে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়(জেএনইউ)ৰ ৰাষ্ট্ৰদ্ৰোহ কাণ্ড গোচৰত কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া(মাৰ্ক্সিষ্ট)ৰ নেতা কানহায়া কুমাৰসহ আৰু অন্য ৯জনলৈ চমন জাৰি কৰিছে।

সোমবাৰে দিল্লীৰ মুখ্য মেট্ৰ’পলিটান দণ্ডাধীশ পংকজ শৰ্মাই সমগ্ৰ বিষয়টো অধ্যয়ন কৰাৰ পিছত অহা ১৫ মাৰ্চত শুনানিৰ বাবে অভিযুক্তসকললৈ চমন জাৰি কৰে।

Apply Now

প্ৰায় এবছৰৰ পিছত জেএনইউৰ ছাত্ৰ ইউনিয়নৰ প্ৰাক্তন ছাত্ৰ নেতা কানহায়া কুমাৰ আৰু তেওঁৰ সহযোগী অন্য ৯ গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু ৰকৰাৰ অনুমোদন লাভ কৰিছিল দিল্লী আৰক্ষীয়ে।

উল্লেখ্য যে ২০১৬ চনৰ ৯ ফেব্ৰুৱাৰিত জেএনইউৰ চৌহদত ছাত্ৰ নেতা কানহায়া কুমাৰৰ নেতৃত্বত উলিওৱা এটা ছাত্ৰ সমদলে দেশ বিৰোধী শ্লোগান দিয়াৰ লগতে সংসদ ভৱন আক্ৰমণকাৰী আফজল গুৰুক সমৰ্থন কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছিল দিল্লী আৰক্ষীয়ে।

আনকি দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কানহায়া কুমাৰসহ কেবাজনো সতীৰ্থক গ্ৰেপ্তাৰ কৰি তিহাৰ জে’ললৈ নিক্ষেপ কৰিছিল।

ইয়াৰ পিছতে সমগ্ৰ দেশতে তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল আৰু দেশৰ গণতান্ত্ৰিক মনোভাৱাপন্ন লোকসকলে কানহায়া কুমাৰৰ সপক্ষে থিয় দিয়াৰ লগতে তেওঁক মুকলি কৰাৰ দাবীত আন্দোলন প্ৰতিবাদ পৰ্যন্ত কৰিছিল।

আনহাতে দিল্লী আৰক্ষীয়ে ৰুজু কৰা গোচৰটো সংশ্লিষ্ট বিভাগৰ বিভাগীয় অনুমোদন লাভ নকৰাৰ বাবে কেবাবাৰো স্থগিত ৰাখিবলৈ বাধ্য হৈছিল।

২০১৯ চনত দিল্লী আৰক্ষীয়ে আদালতত দাখিল কৰাৰ অভিযোগ পত্ৰত কোৱা হৈছিল কানহায়া কুমাৰৰ নেতৃত্বত বিশ্ববিদ্যালয়ৰ চৌহদত উলিওৱা উক্ত সমদলটোত জেএনইউৰ ছাত্ৰ ওমৰ খালিদ আৰু অনিবাৰ্ণ ভট্টাচাৰ্যকে ধৰি কিছু শিক্ষাৰ্থীয়ে দেশ বিৰোধী শ্লোগান দিয়াৰ প্ৰমাণ আছে।

১২০০ পৃষ্ঠাৰ উক্ত অভিযোগ পত্ৰতে আৰু কোৱা হৈছিল যে দেশ বিৰোধী শ্লোগান দিয়া শিক্ষাৰ্থী সমদলটোক কানহায়া কুমাৰে নেতৃত্ব দিয়া প্ৰমাণ ভিডিঅ’ ফুটেজত স্পষ্টভাৱে পোৱা গৈছিল।

আনহাতে উক্ত ভিডিঅ’ ফুটেজৰ ফৰেনছিক পৰীক্ষাৰ প্ৰতিবেদনৰ শুদ্ধতাৰ সন্দৰ্ভতো বিভিন্ন পক্ষই প্ৰশ্ন উত্থাপন কৰিছিল, য’ত কানহায়া কুমাৰৰ লগতে তেওঁৰ সহযোগীসকলে দেশ বিৰোধী শ্লোগান দিয়া নাছিল বুলি কোৱা হৈছিল।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd