• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জে এন ইউৰ ৰাষ্ট্ৰদ্ৰোহ গোচৰ : কানহায়া কুমাৰসহ অন্য ৯ জনলৈ দিল্লী আদালতৰ চমন

এন ই নাও নিউজ by এন ই নাও নিউজ
February 16, 2021 4:28 pm
631796-kanhaiya
204
VIEWS
Share on FacebookShare on Twitter

দিল্লী আৰক্ষীয়ে দাখিল কৰা চাৰ্জশ্বীটৰ ভিত্তিত দিল্লীৰ এখন আদালতে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়(জেএনইউ)ৰ ৰাষ্ট্ৰদ্ৰোহ কাণ্ড গোচৰত কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া(মাৰ্ক্সিষ্ট)ৰ নেতা কানহায়া কুমাৰসহ আৰু অন্য ৯জনলৈ চমন জাৰি কৰিছে।

সোমবাৰে দিল্লীৰ মুখ্য মেট্ৰ’পলিটান দণ্ডাধীশ পংকজ শৰ্মাই সমগ্ৰ বিষয়টো অধ্যয়ন কৰাৰ পিছত অহা ১৫ মাৰ্চত শুনানিৰ বাবে অভিযুক্তসকললৈ চমন জাৰি কৰে।

প্ৰায় এবছৰৰ পিছত জেএনইউৰ ছাত্ৰ ইউনিয়নৰ প্ৰাক্তন ছাত্ৰ নেতা কানহায়া কুমাৰ আৰু তেওঁৰ সহযোগী অন্য ৯ গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু ৰকৰাৰ অনুমোদন লাভ কৰিছিল দিল্লী আৰক্ষীয়ে।

উল্লেখ্য যে ২০১৬ চনৰ ৯ ফেব্ৰুৱাৰিত জেএনইউৰ চৌহদত ছাত্ৰ নেতা কানহায়া কুমাৰৰ নেতৃত্বত উলিওৱা এটা ছাত্ৰ সমদলে দেশ বিৰোধী শ্লোগান দিয়াৰ লগতে সংসদ ভৱন আক্ৰমণকাৰী আফজল গুৰুক সমৰ্থন কৰিছিল বুলি অভিযোগ উত্থাপন কৰিছিল দিল্লী আৰক্ষীয়ে।

আনকি দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কানহায়া কুমাৰসহ কেবাজনো সতীৰ্থক গ্ৰেপ্তাৰ কৰি তিহাৰ জে’ললৈ নিক্ষেপ কৰিছিল।

ইয়াৰ পিছতে সমগ্ৰ দেশতে তুমুল বিতৰ্কৰ সৃষ্টি হৈছিল আৰু দেশৰ গণতান্ত্ৰিক মনোভাৱাপন্ন লোকসকলে কানহায়া কুমাৰৰ সপক্ষে থিয় দিয়াৰ লগতে তেওঁক মুকলি কৰাৰ দাবীত আন্দোলন প্ৰতিবাদ পৰ্যন্ত কৰিছিল।

আনহাতে দিল্লী আৰক্ষীয়ে ৰুজু কৰা গোচৰটো সংশ্লিষ্ট বিভাগৰ বিভাগীয় অনুমোদন লাভ নকৰাৰ বাবে কেবাবাৰো স্থগিত ৰাখিবলৈ বাধ্য হৈছিল।

২০১৯ চনত দিল্লী আৰক্ষীয়ে আদালতত দাখিল কৰাৰ অভিযোগ পত্ৰত কোৱা হৈছিল কানহায়া কুমাৰৰ নেতৃত্বত বিশ্ববিদ্যালয়ৰ চৌহদত উলিওৱা উক্ত সমদলটোত জেএনইউৰ ছাত্ৰ ওমৰ খালিদ আৰু অনিবাৰ্ণ ভট্টাচাৰ্যকে ধৰি কিছু শিক্ষাৰ্থীয়ে দেশ বিৰোধী শ্লোগান দিয়াৰ প্ৰমাণ আছে।

১২০০ পৃষ্ঠাৰ উক্ত অভিযোগ পত্ৰতে আৰু কোৱা হৈছিল যে দেশ বিৰোধী শ্লোগান দিয়া শিক্ষাৰ্থী সমদলটোক কানহায়া কুমাৰে নেতৃত্ব দিয়া প্ৰমাণ ভিডিঅ’ ফুটেজত স্পষ্টভাৱে পোৱা গৈছিল।

আনহাতে উক্ত ভিডিঅ’ ফুটেজৰ ফৰেনছিক পৰীক্ষাৰ প্ৰতিবেদনৰ শুদ্ধতাৰ সন্দৰ্ভতো বিভিন্ন পক্ষই প্ৰশ্ন উত্থাপন কৰিছিল, য’ত কানহায়া কুমাৰৰ লগতে তেওঁৰ সহযোগীসকলে দেশ বিৰোধী শ্লোগান দিয়া নাছিল বুলি কোৱা হৈছিল।

Recent News

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

ঋণৰ বোজাত অনিল আম্বানী! প্ৰৱঞ্চনাকাৰী আখ্যা ভাৰতীয় ষ্টেট বেংকৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

বন আইন উলংঘাঃ বন বিভাগৰ শীৰ্ষ বিষয়া এম কে যাদৱৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ কেন্দ্ৰৰ

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

চৰ্দি হৈছে নে চাইনাছ হৈছে কেনেকৈ জানিব? যদি আপুনি কোনো লক্ষণ লক্ষ্য কৰে, তেন্তে আপুনি সাৱধান হোৱা উচিত?

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

গৰুখুটি বহুমুখী কৃষি প্ৰকল্পৰ গীৰ গাই প্ৰসংগত চিপিআই(এম)ৰ সংবাদমেল

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd