• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আৰু কি লাগে? ৯৪টা বলত ১৭৩ৰাণ, ১৯টা চাৰি, ১১টা ছয়; বিজয় হাজাৰেত ইশান কিষাণৰ ধুমুহা

এন ই নাও নিউজ by এন ই নাও নিউজ
February 21, 2021 8:20 am
Ishan Kishan

ইশান কিষাণ।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজয় হাজাৰে ট্ৰফীত বেটেৰে একপ্ৰকাৰ ধুমুহাৰ সৃষ্টি কৰিলে ভাৰতৰ এগৰাকী তৰুণ উইকেটকীপাৰ-বেটছমেন ইশান কিষাণে। ৰাষ্ট্ৰীয় এদিনীয়া টুৰ্ণামেন্টত অভিলেখ গঢ়িলে ঝাৰখণ্ডৰ হৈ খেলা এই প্ৰতিভাৱান ক্ৰিকেটাৰগৰাকীয়ে।

বিজয় হাজাৰে ট্ৰফীৰ মধ্যপ্ৰদেশৰ বিৰুদ্ধে খেলা খেলখনত ইশানে তেওঁৰ ৯৪টা বলৰ ইনিংছটোত ১৯টা চাৰি আৰু ১১টা ছয় কোবায়।

Apply Now

টুৰ্মামেন্টৰ ইতিহাসত আটাইতকৈ অধিক ৰাণৰ ইনিংছ খেলা ভাৰতীয় উইকেটকীপাৰৰ ভিতৰত যুটীয়াভাৱে দ্বিতীয় স্থান লাভ কৰিছে ইশান কিষাণে। উইকেটকীপাৰ-কেপ্টেইন হিচাপে এইটো ৰাষ্ট্ৰীয় এদিনীয়া টুৰ্নামেন্টত যিকোনো ভাৰতীয়ৰ সৰ্বাধিক ব্যক্তিগত ইনিংছ।

ইশানে তেওঁৰ অৰ্ধশতৰাণ সম্পূৰ্ণ কৰে ৪০টা বলত। কিন্তু শতৰাণ পূৰ্ণ কৰে ৭৪টা বলত। সেইদৰে ৮৬টা বলত ১৫০ ৰাণৰ সীমা অতিক্ৰম কৰে।  ইশানে ১০০ৰ পৰা ১৫০ ৰাণ কৰোতে মাত্ৰ ১২টা বল খেলিছে। তেওঁ অন্তিম ৭১ ৰাণ কৰিছে মাত্ৰ ২০টা বলত।

সামগ্ৰিকভাৱে ক্ৰিকেটত আটাইতকৈ বেছি ৰাণ কৰা উইকেটকীপাৰৰ তালিকাত ৩নম্বৰ স্থানত আছে ইশান। ২০১৪চনত নাইটছৰ বিৰুদ্ধে ডলফিনছৰ মৰ্নি ভেন উইকে ১৭১ টা বলত ১৭৫ ৰাণ কৰি অপৰাজিত আছিল।

সেইদৰে ২০০৩চনত লাহোৰৰ বিৰুদ্ধে পিআইএৰ মইন খানে ১৫২টা বলত ১৭৪ৰাণ কৰিছিল।

বিজয় হাজাৰে ট্ৰফীত সৰ্বাধিক ব্যক্তিগত ৰাণৰ অভিলেখ আছে সঞ্জু ছেমছনৰ নামত। ৰাষ্ট্ৰীয় এদিনীয়া টুৰ্নামেন্টত আটাইতকৈ বেছি ৰাণৰ ব্যক্তিগত ইনিংছৰ তালিকাত যুগ্মভাৱে পঞ্চম স্থানত আছে ইশান।

এইক্ষেত্ৰত যশস্বী জয়ছোৱালে ২০৩, কৌশলে ২০২, ৰাহানে ১৮৭, জাফৰ অপৰাজিত ১৭৮ আৰু অংকুশ বেইন্সে অপৰাজিত ১৭৩ৰাণ কৰিছিল। এতিয়া বেইন্সৰ সৈতে একে স্থান লাভ কৰিলে ইশানে।

ইপিনে, ঝাৰখণ্ডে নিৰ্দ্ধাৰিত ৫০ অভাৰত ৯টা উইকেটৰ বিনিময়ত ৪২২ৰাণ কৰে। দেশৰ মাটিত ৫০ অভাৰৰ ক্ৰিকেটত এইটোৱে হৈছে সৰ্বোচ্চ দলীয় ইনিংছ।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm
উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

উন্নত দেশৰ অতি দৰিদ্ৰ ১০ শতাংশৰ আয়ো ভাৰতৰ আটাইতকৈ ধনী ১০ শতাংশতকৈ অধিক

October 12, 2026 1:40 pm
ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

ছৌদি আৰবত বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত ভাৰতীয়ৰ মৃত্যু, কেইবাজনো আহত

October 12, 2026 12:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

যন্তৰ মন্তৰ আৰু নহয়! গৃহ মন্ত্ৰালয়ে জনাই দিলে নতুন ৩ টা বিকল্প স্থানৰ নাম, কি কৰিব চিজেপিয়ে?

October 12, 2026 3:00 pm
দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

দিল্লীত প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ ‘বৰ্বৰতা’! চৰকাৰৰ বিৰুদ্ধে সৰৱ অসম নাগৰিক সন্মিলন, আহ্বান অহিংস সংগ্ৰামৰ

October 12, 2026 2:59 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd